• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

11 months ago
নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

9 minutes ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

43 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

1 hour ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

3 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

4 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

5 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

15 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

15 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

editor by editor
May 21, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি
0
SHARES
387
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত এইবাৰ নতুন সংকট, গৃহযুদ্ধৰ দিশে পৰিস্থিতি

ভাৰতৰ সৈতে লাগি লৈ বিপদত পৰাৰ পাছত এইবাৰ আন এক সংকটে দেখা দিছে পাকিস্তানত। দেশখনত গৃহযুদ্ধৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। হাতে হাতে বন্দুক লৈ প্ৰতিবাদকাৰীৰ গৃহমন্ত্ৰীৰ ঘৰত আক্ৰমণ।

পানীৰ বাবে এইদৰে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশখনত। ভাৰতে সিন্ধু নদী চুক্তি বাতিল কৰাৰ লগতে চেনাব নদী বান্ধো বন্ধ কৰি ৰখাৰ বাবে পাকিস্তানত পানীৰ বাবে হাহাকাৰ পৰিস্থিতি।

এই বিষয়টো ইমানেই তীব্ৰতৰ হৈ পৰিল যে মানুহে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। সিন্ধ প্ৰদেশৰ গৃহমন্ত্ৰী জিয়াউল হাছান লঞ্জাৰৰ ঘৰত প্ৰতিবাদকাৰীৰ আক্ৰমণ। আনকি প্ৰতিবাদকাৰীয়ে গৃহমন্ত্ৰীগৰাকীৰ ঘৰতো অগ্নি সংযোগ কৰে।

উল্লেখ্য যে, পানী বিতৰণক লৈ পাকিস্তানৰ পঞ্জাৱ আৰু সিন্ধৰ মাজত বিবাদ চলি আছে। এই বিষয়টোক লৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। অনিয়ন্ত্ৰিত ৰাইজে লক্ষ্য কৰি লৈছে গৃহমন্ত্ৰীৰ ঘৰ। আনকি বন্দুক লৈ আহে প্ৰতিবাদকাৰীসকল।

সামাজিক মাধ্যমত বিয়পি পৰিছে হাহাকাৰ পৰিস্থিতিৰ দৃশ্য। সমগ্ৰ অঞ্চলটোত বৰ্তমানে উত্তেজনাৰ পৰিবেশ। গৰম বাঢ়ি অহাৰ লগে লগে পানীৰ সমস্যাও বৃদ্ধি পাইছে পাকিস্তানত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Civil WarIndia PakistanpakistanWater Crisis
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?
অসম

নলগা জেঙত লাগি বিপদত পৱন খেড়া, হ’ব নেকি গ্ৰেপ্তাৰ?

April 7, 2026
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
Next Post
কেতিয়া ঘোষণা হ’ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

কেতিয়া ঘোষণা হ'ব ভাৰতীয় ষ্টেট ক্ৰিকেট দলৰ অধিনায়কৰ নাম, গৌতম গম্ভীৰে কৰিলে সদৰি

ভৰি পৰিব খালী জোলোঙা, পূৰণ হ’ব আধৰুৱা সপোন, শনিয়ে কৰিব কৃপা

ভৰি পৰিব খালী জোলোঙা, পূৰণ হ'ব আধৰুৱা সপোন, শনিয়ে কৰিব কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.