• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই কৰা হ’ল নামকৰণো! অচিৰেই সলনি হ’ব ৰাম মন্দিৰৰ নামো

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই কৰা হ’ল নামকৰণো! অচিৰেই সলনি হ’ব ৰাম মন্দিৰৰ নামো

3 years ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

30 minutes ago
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

2 hours ago
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

2 hours ago
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

3 hours ago
নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

নায়িকাৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰি বিপদত নায়ক! তাৰ পিছত…

3 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

চাকৰিত যোগদান কৰিলে পাব ১৫ হাজাৰ টকা! এই আঁচনিৰ বিষয়ে জানেনে?

4 hours ago
দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব  কিহৰ অস্ত্ৰোপচাৰ?

দুৰ্ঘটনাত পতিত কাৰ্তিক আৰিয়ান, চিকিৎসালয়ত ভৰ্তি, হ’ব কিহৰ অস্ত্ৰোপচাৰ?

4 hours ago
পুৱতি নিশা সপোনত দেখিছে নেকি এইবোৰ বস্তু, তেন্তে উদয় হ’ব ভাগ্য!

সপোনে দিব ভৱিষ্যতৰ সংকেত! জানক কোনটো শুভ আৰু কোনটো অশুভ

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

15 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

15 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

16 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই কৰা হ’ল নামকৰণো! অচিৰেই সলনি হ’ব ৰাম মন্দিৰৰ নামো

editor by editor
January 23, 2024
in বিবিধ, ভাৰত, লেখা
0
ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতেই কৰা হ’ল নামকৰণো! অচিৰেই সলনি হ’ব ৰাম মন্দিৰৰ নামো
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহা ধুমধামেৰে উদ্বোধন হৈছে ৰাম মন্দিৰৰ। সোমবাৰে শ্যামল বৰণীয়া পাথৰৰ বিশেষ ৰামমূৰ্তিত প্ৰাণৰ সঞ্চাৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৫বছৰ বয়সীয়া ৰামৰ সেই মূৰ্তি দেখি মুগ্ধ হৈছে ৰাম ভক্তসকলো। অযোধ্যাৰ এই মেগা উদ্বোধনী অনুষ্ঠানৰ পাছতেই সুসজ্জিত ৰামৰ মূৰ্তিটোৰ নামকৰণ কৰা হৈছে। এতিয়াৰে পৰা আপুনি ৰামলালা ক’ব নোৱাৰিব ৰামৰ মূৰ্তিটোক। তেন্তে কি নাম দিয়া হৈছে ৰামৰ সেই বিশেষ মূৰ্তিটোৰ?

সোমবাৰে প্ৰাণ প্ৰতিষ্ঠা কৰা ৫১ ইঞ্চি ওখ সেই ৰামলালাৰ মূৰ্তিটোত এতিয়াৰে পৰা কোৱা হ’ব ‘বালক ৰাম’। প্ৰাণ প্ৰতিষ্ঠা উৎসৱৰ পাছতেই ৰাম মন্দিৰৰ সৈতে জড়িত হৈ থকা এজন পুৰোহিত অৰুণ দীক্ষিতে কয়, ‘২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা ৰামলালাৰ সেই মূৰ্তিটোত আপোনালোকে ৰামলালা বুলি নক’ব। এই মূৰ্তিটোক এটা নাম দিয়া হৈছে। এতিয়াৰে পৰা বালক ৰাম বুলিহে মাতিব।’ কিন্তু কিয় নাম সলনি কৰা হ’ল সেই সন্দৰ্ভতো বিশদ বৰ্ণনা দাঙি ধৰিছে অৰুণ দীক্ষিতে। পুৰোহিতগৰাকীয়ে কয়, ‘যিহেতু ৰামৰ এই মূৰ্তিটোত ৰামৰ ৫বছৰ বয়সীয়া ৰূপ ফুটি উঠিছে সেয়ে ইয়াৰ নতুন নাম আমি ঠিৰাং কৰিছো।’

অৰুণ দীক্ষিতে কয়, ‘প্ৰথমবাৰ আমি যেতিয়া মূৰ্তিটো দেখিছিলো তেতিয়াই এই মূৰ্তি দেখিয়েই চকুলো বাগৰিছিল। সেই মুহূৰ্তৰ অনুভূতি মই ভাষাৰে বৰ্ণনা কৰিব নোৱাৰো।’ অৰুণ দীক্ষিতে বৰ্তমানলৈকে প্ৰায় ৫০-৬০টা প্ৰাণ প্ৰতিষ্ঠা উৎসৱত অংশ লৈছে। এই সন্দৰ্ভত তেওঁ কয়, ‘এতিয়ালৈকে যিমান প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত অংশ লৈছো তাৰ মাজত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান সকলোতকৈ অলৌকিক বুলি মই ক’ব খুজিম। সেই মুহূৰ্ত মোৰ বাবে স্বৰ্গীয় মুহূৰ্ত।’

সলনি হ’ব পূজাৰ নিয়মো
মন্দিৰৰ পূজাৰীসকলৰ প্ৰশিক্ষক আচাৰ্য মিথিলেশ নন্দিনী শৰণে কয়, ‘২৪ঘণ্টাৰ ভিতৰত আঁঠ প্ৰহৰত ৰামলালাৰ অষ্টনাম সেৱা আৰু ছয় বাৰ আৰতি হ’ব। আৰতিত মঙ্গল, শৃঙ্গাৰ, ভোগ, সাধনা, শয়ন থাকিব। ৰামলালাক জগোৱাৰ বাবেও আৰতি কৰা হ’ব। শৃঙ্গাৰৰ সময়ত হ’ব শৃঙ্গাৰ আৰতি। ইয়াৰোপৰি ভোগ দিয়াৰ সময়তো আৰতি কৰা হ’ব। ৰামলালাক কু-দৃষ্টিৰ পৰা ৰক্ষা কৰিবৰ বাবে উত্থাপন আৰতি আৰু তেওঁক শোৱাই দিয়াৰ সময়ত হ’ব শয়ন আৰতি। ইয়াৰ মাজত হ’ব মহাৰতিও।’

কি কি থাকিব ৰামলালাৰ ভোগত?
অৰুণ দীক্ষিতৰ কথাত, ‘ৰামলালাক পুৰী-তৰকাৰী, বাবৰী-ক্ষীৰ ভোগ হিচাপে দিয়া হ’ব। দুপৰীয়াৰ পাছতেই প্ৰতি ঘণ্টাত তেওঁক গাখীৰ ফল আৰু পেৰা দিয়া হ’ব। সোমবাৰৰ পৰা দেওবাৰলৈকে পৃথক পৃথক পোছাক পিন্ধোৱা হ’ব। সোমবাৰে বগা, মঙলবাৰে ৰঙা, বুধবাৰে সেউজীয়া, বৃহস্পতিবাৰে হালধীয়া ৰঙৰ পোছাক পিন্ধোৱা হ’ব। শুক্ৰবাৰে ক্ৰিম, শনিবাৰে নীলা আৰু দেওবাৰে গোলপীয়া ৰঙৰ পোছাক পিন্ধোৱা হ’ব। বিশেষ বিশেষ দিনত পীতাম্বৰ সাজেৰেও সজোৱা হ’ব ৰামলালাক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

August 19, 2026
ফুচকা প্ৰিয় নেকি?  ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!
জীৱনশৈলী

ফুচকা প্ৰিয় নেকি? ৯৯% লোকে নাজানে ইংৰাজীত ফুচকাক কি বুলি কয়!

August 19, 2026
পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!
জীৱনশৈলী

পুৰুষতকৈ কিয় নাৰীৰ UTI ৰ সমস্যা বেছি? প্ৰস্ৰাৱৰ সময়ত নকৰিব এই ভুল!

August 19, 2026
সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক
বাণিজ্য

সুকন্যা সমৃদ্ধি যোজনাৰ বাবে শিশুৰ বাবে পেন কাৰ্ড বাধ্যতামূলক নেকি? গুৰুত্বপূৰ্ণ তথ্য জানি লওক

August 19, 2026
Next Post
জন্ম শতবৰ্ষতেই দিয়া হ’ল সৰ্বোচ্চ সন্মান! দলিতৰ আইকন কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন

জন্ম শতবৰ্ষতেই দিয়া হ’ল সৰ্বোচ্চ সন্মান! দলিতৰ আইকন কৰ্পূৰী ঠাকুৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন

১বছৰ পাছত কুম্ভত সূৰ্য আৰু বুধৰ যুঁটি, বুধাদিত্য যোগত এইবাৰ লাভেই লাভ ৩ ৰাশিৰ

১বছৰ পাছত কুম্ভত সূৰ্য আৰু বুধৰ যুঁটি, বুধাদিত্য যোগত এইবাৰ লাভেই লাভ ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.