• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১বছৰ পাছত কুম্ভত সূৰ্য আৰু বুধৰ যুঁটি, বুধাদিত্য যোগত এইবাৰ লাভেই লাভ ৩ ৰাশিৰ

১বছৰ পাছত কুম্ভত সূৰ্য আৰু বুধৰ যুঁটি, বুধাদিত্য যোগত এইবাৰ লাভেই লাভ ৩ ৰাশিৰ

3 years ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

1 minute ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

9 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

10 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

10 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

10 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

11 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

12 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

13 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

14 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

14 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

১বছৰ পাছত কুম্ভত সূৰ্য আৰু বুধৰ যুঁটি, বুধাদিত্য যোগত এইবাৰ লাভেই লাভ ৩ ৰাশিৰ

editor by editor
January 24, 2024
in বিবিধ, ভাৰত, লেখা
0
১বছৰ পাছত কুম্ভত সূৰ্য আৰু বুধৰ যুঁটি, বুধাদিত্য যোগত এইবাৰ লাভেই লাভ ৩ ৰাশিৰ
0
SHARES
23.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ফেব্ৰুৱাৰী মাহত তৈয়াৰ হৈছে বুধাদিত্য যোগ। সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত ১ বছৰৰ পাছত কুম্ভ ৰাশিৰ এই ৰাজযোগ তৈয়াৰ হৈছে। ১৩ফেব্ৰুৱাৰীত এই ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই। ইয়াৰ ঠিক ৭ দিন পাছতেই অৰ্থাৎ ২০ ফেব্ৰুৱাৰীত বুধে কুম্ভ ৰাশিত গোচৰ কৰিব। এই দুই গ্ৰহৰ যুঁটিৰ ফলত তৈয়াৰ হৈছে বুধাদিত্য যোগ। এই যোগ একাধিক ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ। তিনি ৰাশিৰ জাতক এই যোগত বিশেষভাৱে লাভৱান হ’ব।

মিথুন ৰাশি
জ্যোতিষ অনুসৰি বুধাদিত্য ৰাজযোগ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। আপোনাৰ গোচৰকোষ্ঠীৰ নৱম স্থানত এই যুঁটি তৈয়াৰ হৈছে। এই সময়ত ভাগ্যৰ সংগ পাব মিথুন ৰাশিৰ জাতকে। কাম বা ব্যৱসায়ৰ বাবে যাত্ৰা কৰিব পাৰে। কোনো শুভ অনুষ্ঠান বা ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ব্যৱসায়ত লাভ অৰ্জনৰ সুযোগ আছে। আত্মবিশ্ব্যস বাঢ়িব। পৰিয়ালৰ সমস্ত সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ’ব। ঘৰত সুখ শান্তি বৰ্তি থাকিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় শুভ। কোনো পৰীক্ষাত ভাল ফলাফল লাভ কৰিব।

সিংহ ৰাশি
এই দুই গ্ৰহৰ যুঁটি সিংহ ৰাশিৰ জাতকৰ বাবে লাভজনক খবৰ আনিব। আপোনাৰ ৰাশিৰ সপ্তম স্থানত এই সংযোগ তৈয়াৰ হৈছে। জীৱনসংগীৰ উন্নতি হ’ব পাৰে। এই ৰাশিৰ বিবাহিতসকলৰ দাম্পত্য জীৱন অসাধাৰণ হ’ব। এই সময়ত আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব। আৰ্থিক পৰিকল্পনাত সফল হ’ব। এই যুঁটিক শুভ প্ৰভাৱত কেৰিয়াৰত নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰে এই ৰাশিৰ জাতকে। অংশীদাৰীৰ কামত অসাধাৰণ সাফল্য লাভ কৰিব পাৰিব। লাভৱ প্ৰৱল সম্ভাৱনা আছে।

কুম্ভ ৰাশি
সূৰ্য আৰু বুধৰ যুঁটিৰ ফলত এই ৰাশিৰ জাতকৰ হাতলৈ ধন আহিব। কাৰণ ১বছৰ পাছত এই ৰাশিত সূৰ্য আৰু বুধৰ যুঁটি তৈয়াৰ হৈছে। এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ মান-সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰিব। নতুন ব্যক্তিৰ সৈতে সম্পৰ্ক তৈয়াৰ হ’ব পাৰে। ইয়াৰ ফলত ভৱিষ্যতে লাভ হ’ব। এই ৰাশিৰ চাকৰিয়াল জাতকসকলে শুভ পৰিণাম লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব। বুধাদিত্য ৰাজযোগৰ প্ৰভাৱত কেৰিয়াৰত উন্নতিৰ যোগ আছে। বিবাহিত জাতকৰ জীৱন সুখকৰ হ’ব। এই ৰাশিৰ অবিবাবিত জাতকৰ বিবাহৰ যোগ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
Next Post
ৰাম মন্দিৰেই শেষ নহয়! নিৰ্মাণ হ’ব আৰু ১৩টাকৈ সুবিশাল মন্দিৰ

ৰাম মন্দিৰেই শেষ নহয়! নিৰ্মাণ হ’ব আৰু ১৩টাকৈ সুবিশাল মন্দিৰ

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

১১টা কথা, ৰামৰ অৰ্চনাৰ ব্ৰতী হোৱা বহুতেই নাজানে ৰামৰ এইকেইটা তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.