• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

2 years ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

17 minutes ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

1 hour ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

2 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

3 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

4 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

4 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

5 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

22 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

24 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?

editor by editor
November 21, 2023
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে ৩ হাজাৰে কৰিছে আৱেদন! কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে?
0
SHARES
15.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম মন্দিৰ উদ্বোধনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে দেশবাসীয়ে। নিৰ্মাণকাৰ্য প্ৰায় সমাপ্তিৰ দিশেই। এইবাৰ আৰম্ভ হৈছে পুৰোহিত নিৰ্বাচনৰ কাম। ইতিমধ্যেই তিনি হাজাৰৰো অধিক লোকে ৰাম মন্দিৰৰ পুৰোহিত হোৱাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি আৱেদন কৰিছে। যদিও পুৰোহিতৰ পদ আছে মাত্ৰ ২০টা। এইবাৰ পুৰোহিত নিৰ্বাচনতো সমস্যাই দেখা দিছে কৰ্তৃপক্ষৰ মাজত।

শ্বৰ্ট লিষ্টিঙৰ কাম আৰম্ভ
ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ ফালৰ পৰা সম্প্ৰতি পুৰোহিত পদৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। তাতেই হাজাৰ হাজাৰ মানুহে ৰাম মন্দিৰৰ পুৰোহিত হোৱাৰ বাবে আবেদন জনাইছে। খবৰ অনুসৰি প্ৰায় ২০০ জনক ৰাম মন্দিৰৰ পুৰোহিতৰ বাবে শ্বৰ্ট লিষ্ট কৰি ৰখা হৈছে। মেধাৰ ওপৰত ভিত্তি কৰি এই শ্বৰ্ট লিষ্টৰ প্ৰক্ৰিয়া চলিছে বুলি জনাইছে ৰাম মন্দিৰ কৰ্তৃপক্ষ। ইয়াৰপাছতেই অযোধ্যাৰ কৰছেৱৰপুৰমলৈ ইণ্টাৰভিউৰ বাবে মতা হ’ব এইসকল প্ৰাৰ্থীক।

বহিছে ইণ্টাৰভিউ পেনেল
ইণ্টাৰভিউৰ বাবে তৈয়াৰ কৰা হৈছে তিনিজনীয়া সদস্য পেনেলৰ। এই পেনেলত আছে বৃন্দাবনৰ হিন্দু ধৰ্মগুৰু জয়কান্ত মিশ্ৰ, মিথিলেশ নন্দিনী আৰু সত্যনাৰায়ণ দাস নামৰ অযোধ্যাৰ দুই মহন্ত। ৰাম মন্দিৰৰ পুৰোহিত হিচাপে মুঠ ২০ জনক বাচি উলিওৱা হ’ব। ৰাম জন্মভূমি কমপ্লেক্সত পুৰোহিতৰ নানান কামৰ বাবে তেওঁলোকক ইণ্টাৰভিউ পেনেলত বহুওৱা হ’ব। শ্বৰ্ট লিষ্টত থকা সমস্ত প্ৰাৰ্থীয়েই সুযোগ পাব এই ট্ৰেনিঙৰ। আগন্তুক ৬মাহ অযোধ্যাৰ ৰেছিডেন্সিয়েল বিল্ডিঙত পুৰোহিতসকলৰ ট্ৰেইনিং পৰ্ব চলিব।

নিৰ্বাচিত নহ’লেও শ্বৰ্ট লিষ্ট হোৱা সকলো পুৰোহিতেই ট্ৰেইনিং শেষ হোৱাৰ পাছত একোখনকৈ ছাৰ্টিফিকেট লাভ কৰিব। ভৱিষ্যতে পুনৰ কোনো পোষ্ট ওলালে তেওঁলোকক ৰাম মন্দিৰত পুৰোহিতৰ বাবে ইণ্টাৰভিউ’ নোলোৱাকৈয়ে ৰখা হ’ব। সূত্ৰৰ খবৰ অনুসৰি ৰাম মন্দিৰৰ পুৰোহিত নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচন পৰ্বত একাধিক কঠিন প্ৰশ্ন সোধা হৈছে। বিভিন্ন পূজাপাৰ্বনৰ ৰীতি নীতিৰ বিষয়ে খুটি নাটি প্রশ্ন কৰা হৈছে প্ৰাৰ্থীসকলক। যেনেকৈ ভগৱান ৰামৰ সন্ধ্যা বন্ধনৰ পূজা পদ্ধতি, মন্ত্ৰ ইত্যাদি।

ৰাম মন্দিৰৰ পুৰোহিত হিচাপে যোগদান কৰিলে কিমান দৰমহা লাভ কৰিব এজন পুৰোহিতে? এই বিষয়টোক লৈ বহুতেই জানিবলৈ আগ্ৰহীও হৈছে। বৰ্তমান ৰাম মন্দিৰৰ মুখ্য পুৰোহিতে লাভ কৰে ২০হাজাৰ টকা। সহায়ক অইন ৪ পুৰোহিতেও ২০হাজাৰকৈ লাভ কৰে মাহিলী দৰমহা। কোঠাৰি নতুবা ভাণ্ডাৰীয়ে পায় ১৫হাজাৰ টকা। ভৃত্যসকলেও পায় ১৫হাজাৰ টকা। ৰামলালৰ পূজাৰ বাবে পন্য সৰবৰাহকাৰীসকলে লাভ কৰে ২১০০ টকা। ইয়াৰোপৰি মালীসকলে লাভ কৰিব ২১০০ টকা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

March 14, 2026
Next Post
‘লৰাকেইটাই ভালেই খেলিছিল, ‘পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

'লৰাকেইটাই ভালেই খেলিছিল, 'পনৌতি’ আহিয়েই খেল হৰুৱাই দিলে!’ নাম নোলোৱাকৈ প্ৰধানমন্ত্ৰীক আকৌ সমালোচনা ৰাহুল গান্ধীৰ

ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

ডিচেম্বৰত ৫ গ্ৰহৰ গোচৰত কেৰিয়াৰ, ব্যৱসায়ত উন্নতি ৫ৰাশিৰ জাতকৰ, বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.