• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

3 years ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

17 minutes ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

48 minutes ago
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

1 hour ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

2 hours ago
কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

কলডিল প্ৰিয় নে? কলতকৈ বেছি উপকাৰী কলডিল!

2 hours ago
অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

উদয় হ’ব ভাগ্য, ১১ ছেপ্টেম্বৰত স্বাতী নক্ষত্ৰত শুক্ৰই কৰিব গোচৰ!

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: শীঘ্ৰে বৃদ্ধি পাব চৰকাৰী কৰ্মচাৰীৰ দৰমহা! শেহতীয়া আপডেটৰ সৈতে

3 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান?

4 hours ago
সুধাকণ্ঠক ওপজা দিনত সশ্ৰদ্ধ স্মৰণ, ৰাজ্যজুৰি আয়োজন বিশেষ অনুষ্ঠানৰ

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ, গীতে-মাতে স্মৰণ সুধাকণ্ঠক

5 hours ago
Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

Mercury Transit 2026: আজিৰে পৰা জিলিকিব এই ৬টা ৰাশিৰ ভাগ্য, সলনি হৈছে বুধৰ গতি

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

7 hours ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?

editor by editor
September 25, 2023
in বিবিধ, বিশ্ব, ভাৰত
0
মহাশক্তিধৰ ৰাষ্ট্ৰ হ’ব চীন, প্ৰকৃতিয়ে দেখুৱাব ভয়াৱহ ৰূপ, ২৪ চনক লৈ আৰু কি কি ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই?
0
SHARES
32.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পৃথিৱী বিখ্যাত ভৱিষ্যতবক্তাৰ ভিতৰত অন্যতম হৈছে বাবা ভাঙ্গা। বাবা ভাঙ্গাৰ একাধিক ভৱিষ্যতদ্বাণী সত্য প্ৰমাণিতও হৈছে। ১২ বছৰ বয়সত দৃষ্টিশক্তি হেৰুৱাইছিল বাবা ভাঙ্গাই। ১৯৯৬ চনত বাবা ভাঙ্গাৰ মৃত্যু হৈছে যদিও তেওঁ মৃত্যুৰ পূৰ্বে কৰি যোৱা ভৱিষ্যতদ্বাণীৰ চৰ্চা আজিও চলি আছে। ২০২৩ চনক লৈ একাধিক ভৱিষ্যতদ্বাণী কৰিছিল বাবা ভাঙ্গাই। ২০২৪ চনক লৈয়ো কেইবাটাও ভৱিষ্যতদ্বাণী কৰি গৈছে বাবা ভাঙ্গাই। ২০২৩ চনক লৈ কৰা তেওঁৰ কেইবাটাও ভৱিষ্যতদ্বাণী সত্যও প্ৰমাণিত হৈছে।

২০২৩ত বাবা ভাঙ্গাই কৰা কি কি ভৱিষ্যতদ্বাণী সত্য প্ৰমাণিত হৈছে?

১) ভাৰতক লৈ বাবা ভাঙ্গাই কৈছিল, ২০২৩ বৰ্ষত ভাৰতত অসময়ত বৃষ্টিপাত হ’ব। সেয়া সত্য প্ৰমাণিত হৈছে। এই বৰ্ষত মাৰ্চ আৰু এপ্ৰিলত প্ৰচুৰ বৃষ্টিপাত হৈছিল। বহু বছৰৰ পাছত এই বৰ্ষত দেশত প্ৰৱল বৃষ্টিপাত হৈছে।
২) ইয়াৰোপৰি বাবা ভাঙ্গাই সৌৰ স্ফুটিংগক লৈয়ো ভৱিষ্যতদ্বাণী কৰিছিল। বাবা ভাঙ্গাৰ এই ভৱিষ্যতবাণী সত্য প্ৰমাণিত কৰি ভাৰতীয় মহাকাশ সংস্থাই সূৰ্যলৈ যান প্ৰেৰণ কৰিছে। সেই যানেই সূৰ্যৰ পৰা নিৰ্গত ৰশ্মিৰ ক্ষতিকৰ প্ৰভাৱ সম্পৰ্কেও গৱেষণা কৰিব।
৩) ২০২৩ চনত তৃতীয় বিশ্বযুদ্ধক লৈয়ো ভৱিষ্যতদ্বাণী কৰিছিল বাবা ভাঙ্গাই।
৪) ২০২৩ বৰ্ষতেই পৃথিৱীয়ে কক্ষপথ সলনি কৰিব বুলিও কৈছিল বাবা ভাঙ্গাই।
৫) আজৱ বৈজ্ঞানিক আৱিষ্কাৰৰ ইংগিত দিছিল বাবা ভাঙ্গাই।
৬) জৈৱিক অস্ত্ৰৰ দ্বাৰা আক্ৰমণ চলিব বুলিও ভৱিষ্যতদ্বাণী কৰিছিল বাবা ভাঙ্গাই।
৭) ২০২৩ক তেওঁ অন্ধকাৰাচ্ছন্ন আৰু ত্ৰাসপূৰ্ণ বছৰ হিচাপে চিহ্নিত কৰিছিল।

২০২৪ ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যতদ্বাণী
বাবা ভাঙ্গাই ২০২৪ চনক লৈ কৰি যোৱা ভৱিষ্যতদ্বাণীৰ ভিতৰত এটা হৈছে চীন শীঘ্ৰেই বিশ্বৰ মহাশক্তিত পৰিণত হ’ব। চীনৰ শক্তি আৰু সামৰ্থ দুয়োটাই বৃদ্ধি পাব।
২০২৪ বৰ্ষত জলবায়ু পৰিবৰ্তনৰ ইংগিত দিছিল বাবা ভাঙ্গাই। গ্লৱেল ৱাৰ্মিং, ভূমিকম্পৰ কাৰণে শোচনীয় অৱস্থা তৈয়াৰ হ’ব। ইয়াৰ ফলত তাপমাত্ৰাৰ পৰিবৰ্তন হ’ব। শীতপ্ৰৱল এলেকাসমূহত গ্ৰীষ্মৰ প্ৰকোপ বৃদ্ধি পাব। আকৌ গ্ৰীষ্মপ্ৰধান এলেকাসমূহত শীতৰ প্ৰকোপ বাঢ়িব।
২৪ ত হিমবাহ গলিব। ফলত সমুদ্ৰতীৰৰ চহৰসমূহ জলমগ্ন হৈ পৰিব।
২৪ ত প্ৰকৃতিৰ ভয়ানক ৰূপ দেখা যাব। নিজৰ ভৱিষ্যতদ্বাণীত সেই কথা স্পষ্টকৈ কৈ গৈছে বাবা ভাঙ্গাই।
২৪ত ইউৰোপত খালিফা শাসন চলিব। ২০৪৩ পৰ্যন্ত ইউৰোপত ইছলামিক শাসন প্ৰতিষ্ঠা হ’ব।
আগন্তুক বৰ্ষত সমগ্ৰ বিশ্বত অপৰাধৰ গ্ৰাফ ক্ৰমশ ঊৰ্দ্ধমুখী হ’ব।
শুক্ৰ আৰু বুধ গ্ৰহতো মহাকাশ বিজ্ঞানীয়ে অভিযান চলাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalBaba BhangaBest Assamese News ChannelBest News Portal of Assamworld
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!
বাণিজ্য

সোণৰ মূল্য বৃদ্ধি নে হ্ৰাস পালে? আজিয়েই পৰীক্ষা কৰক মূল্য

September 8, 2026
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?
বাণিজ্য

৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

September 8, 2026
Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?
বিনোদন

Live-in Relationship আৰু তাৰ পিছত বিচ্ছেদ! কিয় অৰ্জুনৰ সৈতে বিচ্ছেদ হৈছিল মালাইকাৰ?

September 8, 2026
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা
ভাৰত

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীতশিল্পী, কাজিয়াত বাধা দিবলৈ যাওতেই কৰে হ*ত্যা

September 8, 2026
Next Post
আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

‘ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

'ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.