• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

3 years ago
১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

3 minutes ago
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

26 minutes ago
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

1 hour ago
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

2 hours ago
ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

ইংলেণ্ডত ৰোহিত শৰ্মাৰ চকুত চকুপানী কিয়?

2 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

3 hours ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

15 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

15 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

16 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

17 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

18 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে

editor by editor
September 25, 2023
in জীৱনশৈলী, ভাৰত, লেখা
0
আজি সৰ্বাৰ্থ সিদ্ধি যোগ, মহাদেৱৰ আশীৰ্বাদত প্ৰচুৰ সম্পদ লাভ কৰিব এই ৫ ৰাশিয়ে
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি ২৫ ছেপ্টেম্বৰ সোমবাৰে চন্দ্ৰত গোচৰ কৰিছে শনিৰ ৰাশি মকৰে। তাৰ সৈতে গঠিত হৈছে দুটাকৈ শুভ যোগ। এই দুই শুভ যোগ হৈছে সৰ্বাৰ্থ সিদ্ধি যোগ আৰু সুকৰ্ম যোগ। ইয়াৰোপৰি আজিৰ দিনটো উত্তাৰষঢ়া নক্ষত্ৰ। জ্যোতিষ গণনা অনুসৰি এইসমূহ শুভ যোগৰ প্ৰভাৱত আজি মহাদেৱৰ আশীৰ্বাদত ভাগ্য খুলিব ৫ ৰাশিৰ জাতকৰ। কোন কোন ৰাশিৰ আজি ভাগ্য মুকলি হ’ব?

বৃষ ৰাশি
ব্যৱসায়ত বৃহৎ লাভ হ’ব বৃষ ৰাশিৰ জাতকৰ। এই দিনটোত ভাগ্যই লগ দিব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে কোনো ভাল চাকৰিৰ অফাৰ লাভ কৰিব। সৃজনীশীল কামত যুক্ত হৈ থকাসকলৰ জনপ্ৰিয়তা আৰু খ্যাতি বৃদ্ধি পাব। সংসাৰত সুখ বৃদ্ধি পাব বৃষ ৰাশিৰ জাতকৰ। পুৰণা কোনো বন্ধুৰ সৈতে বহুদিনৰ অন্তত দেখা হ’ব।

কৰ্কট ৰাশি
২৫ ছেপ্টেম্বৰৰ দিনটো কৰ্কট ৰাশিৰ বাবে শুভ। বিভিন্ন ক্ষেত্ৰত নতুন সুযোগ আহিব এই ৰাশিৰ জাতকৰ। সন্তানৰ পৰা সুখবৰ লাভ কৰিব। নতুন সম্পত্তি কিনা বা বিনিয়োগৰ বাবেও আজিৰ দিনটো কৰ্কট ৰাশিৰ বাবে শুভ।

কন্যা ৰাশি
আজি নিজৰ জীৱনক লৈ সুখী থাকিব কন্যা ৰাশিৰ জাতক। যিসকলে ব্যৱসায় কৰে তেঁওলোকে কোনো নতুন প্ৰকল্পত হাত দিব। নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ লোৱাসকলৰ বাবেও এই দিনটো শুভ। নিজৰ লক্ষ্যৰ দিশত আজি আগুৱাই যোৱাৰ সুযোগো লাভ কৰিব। যিসকলে চাকৰি কৰে তেওঁলোকৰ নিজৰ উপাৰ্জন বৃদ্ধি কৰিবৰ বাবে নতুন পথ বিচাৰি পাব।

মকৰ ৰাশি
কৰোবাত ভ্ৰমণ কৰাৰ পৰিকল্পনা থাকিলে সুফল পাব। প্ৰতিযোগীক হৰোৱাই নিজৰ সপোনৰ দিশেৰে আগুৱাই যাব। মহাদেৱৰ কৃপাত আৰ্থিক পৰিস্থিতি উন্নত হ’ব। উত্তৰাধিকাৰ সূত্ৰে আপুনি অৰ্থ লাভ কৰিব পাৰে। ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্ক উন্নীত হ’ব। দাম্পত্য জীৱন সুখকৰ হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য
জীৱনশৈলী

১১ ডিচেম্বৰ পৰ্যন্ত সিংহসহ এই ৪ ৰাশিৰ উজলি উঠিব ভাগ্য

July 14, 2026
৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!
ভাৰত

৫ হাজাৰ কোটি টকাৰ ৮ হাজাৰ ৬০০ কিলো সোণ জব্দ!

July 14, 2026
No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?
জীৱনশৈলী

No Cost EMI নে পকেট খালী কৰাৰ নতুন কৌশল?

July 14, 2026
সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব
জীৱনশৈলী

সূৰ্যাস্তৰ পিছত এই ৬ বিধ বস্তু কেতিয়াও নিকিনিব

July 14, 2026
Next Post
‘ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

'ক্ষমতা পালেই মধ্যপ্ৰদেশৰ বাতাবৰণ অসুস্থ কৰি তুলিব কংগ্ৰেছে’, কংগ্ৰেছৰ উত্থানক ভয় কৰিয়েই এই ভ্ৰমণ নেকি? ৬মাহত সপ্তমটো মধ্যপ্ৰদেশ ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, ‘এই ৰেকৰ্ডো কম নহয়’

মৃত্যু হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম আৰু প্ৰজ্ঞানৰ? বিজ্ঞানীয়ে দিছে বিশেষ খবৰ, 'এই ৰেকৰ্ডো কম নহয়’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.