কান্তা প্ৰসাদক মনত আছেনে আপোনাৰ? যি এটা ৰাতিতে দেশজুৰি ভাইৰেল হৈছিল। এটা ভিডিঅ’ৰ পিছতে যাৰ ভাগ্য সলনি হৈছিলষ কান্তা প্ৰসাদৰ আত্মহত্যাৰ চেষ্টা। বাবা এতিয়া হাস্পতালত চিকিৎসাধীন।