• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…

4 years ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

8 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

9 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

9 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

9 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

10 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

11 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

12 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

12 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

13 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

13 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

14 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…

editor by editor
December 14, 2022
in অপৰাধ, অসম, জীৱনশৈলী, ৰাজনীতি
0
আইনে দিছে বিশেষ ৰায়! হাৰি নাযাব এইবাৰ গপত গংগাটোপ আজমল…
0
SHARES
116
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হিন্দু সমাজক লৈ আপত্তিজনক মন্তব্য কৰি সংবাদ শিৰোনামৰ বদৰুদ্দিন আজমল। এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ৰাজ্যৰ বহুকেইখন থানাতেই ৰুজু কৰা হৈছে গোচৰ। সাংসদ আজমলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ আইনী প্ৰক্ৰিয়া চলাবলৈ আৰক্ষীক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে৷

বুধবাৰে বিশেষ ন্যায়িক দণ্ডাধীশ প্ৰাণজিত হাজৰিকাৰ আদালতে অসম জাতীয় পৰিষদৰ এখন আৱেদনৰ শুনানি গ্ৰহণ কৰে। এই শুনানিত আজমলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটীৰ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক উক্ত নিৰ্দেশনা প্ৰদান কৰে৷ অসম জাতীয় পৰিষদৰ হৈ আদালতৰ দ্বাৰস্থ হৈছিল দলৰ উপসভাপতি দুলু আহমেদ৷

উল্লেখযোগ্য যে সাংসদ আজমলে ২ ডিচেম্বৰত কৰিমগঞ্জত চূড়ান্ত সাম্প্ৰদায়িক তথা ধৰ্মীয় বিবাদ সৃষ্টিকাৰী বক্তব্য প্ৰদান কৰি দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল৷ ৰাজ্যৰ ভিতৰত তথা বাহিৰত উক্ত বক্তব্যৰ বাবে নিন্দাৰ সন্মুখীন হৈছিল আজমল৷ অসম জাতীয় পৰিষদে আজমলক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন থানাত মুঠ ১৪ খন এজাহাৰ দাখিল কৰিছিল৷ অন্যান্য দল-সংগঠনেও আজমলৰ গ্ৰেপ্তাৰৰ দাবী তুলিছিল৷ কিন্তু অসম আৰক্ষীয়ে আজমলৰ বিৰুদ্ধে কোনো আইনগত ব্যৱস্থা গ্ৰহণ নকৰিলে৷

অসম আৰক্ষীৰ উক্ত নেতিবাচক ভূমিকাত ক্ষুব্ধ হৈ আদালতৰ কাষ চাপে অসম জাতীয় পৰিষদে৷ দলৰ হৈ উপসভাপতি দুলু আহমেদে যোৱা ৯ ডিচেম্বৰৰ দিনা ভাৰতীয় দণ্ড বিধিৰ (চি আৰ পি চি)ৰ ১৫৬(৩) ধাৰাৰ অধীনত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতত আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে গোচৰ ৰুজু কৰে৷ বুধবাৰে আদালতে গোচৰটোৰ শুনানি লৈ গোচৰটো বিচাৰৰ বাবে গ্ৰহণ কৰে আৰু আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিৰ্দেশ দিয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ
জীৱনশৈলী

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

October 1, 2026
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা
অসম

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

October 1, 2026
Next Post
২০২৩ চনত এই ৰাশিৰ ব্যক্তিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিবই, ৰক্ষা পাবলৈ কি কি কৰিব?

২০২৩ চনত এই ৰাশিৰ ব্যক্তিৰ ওপৰত শনিৰ প্ৰভাৱ থাকিবই, ৰক্ষা পাবলৈ কি কি কৰিব?

এবাৰ খুঁটিলেই মৃত্যু হ’ব পাৰে ১০০ মানুহৰ! বিশ্বৰ শক্তিশালী সাপবিধৰ বিষয়ে জানেনে?

এবাৰ খুঁটিলেই মৃত্যু হ’ব পাৰে ১০০ মানুহৰ! বিশ্বৰ শক্তিশালী সাপবিধৰ বিষয়ে জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.