• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এবাৰ খুঁটিলেই মৃত্যু হ’ব পাৰে ১০০ মানুহৰ! বিশ্বৰ শক্তিশালী সাপবিধৰ বিষয়ে জানেনে?

এবাৰ খুঁটিলেই মৃত্যু হ’ব পাৰে ১০০ মানুহৰ! বিশ্বৰ শক্তিশালী সাপবিধৰ বিষয়ে জানেনে?

3 years ago
হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

9 minutes ago
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

11 hours ago
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

12 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

12 hours ago
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

12 hours ago
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

13 hours ago
হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

হঠাৎ ছুগাৰ কমি গ’লে বিকল হ’ব পাৰে মস্তিষ্ক, কেনেকৈ সতৰ্ক হ’ব?

13 hours ago
মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

মঙলবাৰ শুভ হ’ব এইকেইটা ৰাশিৰ বাবে, হনুমানৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

14 hours ago
AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব!  ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে মন কৰক অন্যথা বিপদত পৰিব! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

14 hours ago
নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

নতুন সপ্তাহত মালব্য ৰাজযোগ, কেৰিয়াৰত উন্নতি, প্ৰচুৰ আৰ্থিক লাভ মেষ, মিথুনসহ আৰু কাৰ কাৰ?

15 hours ago
মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

মোহিনী একাদশীত চন্দ্ৰৰ গোচৰ, উজলি উঠিব ৪ৰাশিৰ জাতকৰ ভাগ্য

15 hours ago
চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

চৰকাৰী কাৰ্যালয়ৰ বিষয়াৰ চকীত এতিয়াও কিয় ব্যৱহাৰ কৰা হয় বগা টাৱেল? জানক বগা টাৱেল ইতিহাস

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এবাৰ খুঁটিলেই মৃত্যু হ’ব পাৰে ১০০ মানুহৰ! বিশ্বৰ শক্তিশালী সাপবিধৰ বিষয়ে জানেনে?

editor by editor
December 15, 2022
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
এবাৰ খুঁটিলেই মৃত্যু হ’ব পাৰে ১০০ মানুহৰ! বিশ্বৰ শক্তিশালী সাপবিধৰ বিষয়ে জানেনে?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ইনলেণ্ড টাইপান। বিশ্বৰ সকলোতকৈ বিষধৰ সাপ। মূলত অষ্ট্ৰেলিয়াত এইবিধ সাপ দেখা যায়। এই সাপে এটা খোটত প্ৰায় ১০০ জন লোকৰ মৃত্যু হ’ব পাৰে। বিজ্ঞানীয়ে চলোৱা গৱেষণা অনুযায়ী, পৃথিৱীৰ ৬০০ টা বিষাক্ত সাপৰ প্ৰজাতিৰ মাজত কেৱল ২০০ প্ৰজাতিৰ সাপে খুটিলে এজন মানুহৰ মৃত্যু থিতাতেই মৃত্যু হ’ব পাৰে। সৰ্প বিশেষজ্ঞৰ মতে বিষধৰ প্ৰজাতিৰ সাপৰ তালিকীত শীৰ্ষত আছে ইনলেণ্ড টাইপান। এই সাপৰ পৰা সাধাৰণতে আঁতৰি থকাটো প্ৰয়োজন। অষ্ট্ৰেলিয়ান মিউজিয়াম ৱেবচাইটৰ মতে, ইনলেণ্ড টাইপান এবিধ হিংস্ৰ সাপ। এই সাপৰ মূৰটো সাধাৰণতে আয়তাকাৰ। এই সাপ আটাইতকৈ সক্ৰিয়। দিনৰ ভাগত ই সাধাৰণতে নোলায়। মাটিত গাঁত কৰি সোমাই থাকে। নিশাৰ ভাগতহে এই সাপ ওলাই আহে।

এই সাপে এবাৰত ১১০ মিলিগ্ৰাম বিষ বাহিৰ কৰিব পাৰে। ইনলেণ্ড টাইপানৰ ১১০ মিলিগ্ৰাম বিষৰ এটা কামোৰে যিমান পৰিমানৰ বিষ থাকে সেই বিষত ১০০ জন মানুহৰ মৃত্যু ঘটিব পাৰে। অষ্ট্ৰেলিয়াৰ বাহিৰত এই সাপ সাধাৰণতে খুব কমেই দেখা যায়। এডাল টাইপানৰ মুঠ দৈৰ্ঘ্য প্ৰায় ১.৮ মিটাৰ অৰ্থাৎ ৫.৯ ফুট। এই সাপৰ এটা বিষ দাঁত ৩.৫ৰ পৰা ৬.২ মিলি মিটাৰলৈ দীঘল হয়। টাইপানৰ গাৰ ৰং সাধাৰণতে বাদামী নতুবা পাতল হালধীয়া হয়। চকুৰ ৰঙো গাঢ় বাদামী। টাইপানে একেলগে এড ডজনৰ পৰা ২ ডজন কণী পাৰিব পাৰে। দুমাহৰ পাছতেই এই কণীৰ পৰা পোৱালীৰ জন্ম হয়। প্ৰজননৰ হাৰো খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। পৰ্যাপ্ত খাদ্য নাপালে এই সাপৰ প্ৰজনন কম হয়। এই সাপবিধ সাধাৰণতে ১০ ৰ পৰা ১৫ বছৰ জীয়াই থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
জীৱনশৈলী

হনুমানৰ থাকিব কৃপা, আজি ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!

April 21, 2026
বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?
জীৱনশৈলী

বিচ্ছেদৰ দুখৰ সৈতে মোকাবিলা কৰিবলৈ… ৰীণাৰ সৈতে বিচ্ছেদৰ পাছত কিহৰ প্ৰতি আসক্ত হৈ পৰিল আমিৰ খান?

April 20, 2026
টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?
জীৱনশৈলী

টুথব্ৰাছৰো থাকে ম্যাদ, কিমান দিনৰ মূৰে মূৰে টুথব্ৰাছ সলনি কৰিলে শৰীৰত বেক্টেৰীয়া প্ৰৱেশৰ আশংকা নাথাকে?

April 20, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

April 20, 2026
Next Post
হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশা সাৰে থাকি ফুটবল উপভোগ কৰা উচিতনে? কি কয় চিকিৎসকে?

হৃদৰোগত আক্ৰান্ত ব্যক্তিয়ে নিশা সাৰে থাকি ফুটবল উপভোগ কৰা উচিতনে? কি কয় চিকিৎসকে?

প্ৰতিটো ধৰ্মই এটা ৰং বাছনি কৰিছে, কিন্তু ৰঙৰ কোনো ধৰ্ম নাই, বিতৰ্ক কৰাসকললৈ প্ৰত্যুত্তৰ দীপিকাৰ…

প্ৰতিটো ধৰ্মই এটা ৰং বাছনি কৰিছে, কিন্তু ৰঙৰ কোনো ধৰ্ম নাই, বিতৰ্ক কৰাসকললৈ প্ৰত্যুত্তৰ দীপিকাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.