• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘তুমি জন্ম হোৱা সময়ৰ পৰাই মই চিনেমা কৰি আহিছো’ : কাক প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ

‘তুমি জন্ম হোৱা সময়ৰ পৰাই মই চিনেমা কৰি আহিছো’ : কাক প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ

5 years ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

3 minutes ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

2 hours ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

2 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

3 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

11 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

12 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

12 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

12 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

13 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

14 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

15 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘তুমি জন্ম হোৱা সময়ৰ পৰাই মই চিনেমা কৰি আহিছো’ : কাক প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ

editor by editor
February 10, 2022
in চিনেমা, ভাৰত
0
‘তুমি জন্ম হোৱা সময়ৰ পৰাই মই চিনেমা কৰি আহিছো’ : কাক প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘তুমি জন্ম হোৱা সময়ৰ পৰা মই চিনেমা কৰি আহিছো৷’ এইদৰে বলিউদৰ এগৰাকী অভিনেতাক প্ৰত্যাহ্বান জনাইছে বলিউদৰ খিলাড়ী অক্ষয় কুমাৰে৷

 

কিন্তু কাক আৰু কিয় এইদৰে প্ৰত্যাহ্বান জনাইছে খিলাড়ী অক্ষয় কুমাৰে?

 

বলিউদৰ যুৱপ্ৰজন্মৰ তাৰকা তথা জেকী শ্ৰফৰ পুত্ৰ টাইগাৰ শ্ৰফক টুইটাৰত এইদৰে প্ৰত্যাহ্বান জনাইছে অক্ষয় কুমাৰে৷

 

উল্লেখ্য যে টাইগাৰ শ্ৰফৰ জন্মৰ বছৰতে অক্ষয় কুমাৰে ছবি জগতত প্ৰৱেশ কৰিছিল৷

 

সেয়ে অক্ষয় কুমাৰে এইদৰে টুইট কৰি টাইগাৰ শ্ৰফক পত্যাহ্বান জনাই লগতে লিখিছে, ‘‘তুমি মোৰ লগত প্ৰতিযোগিতা কৰিবা নেকি, সৰু মিয়া?’’

 

এইদৰে কিয় অক্ষয় কুমাৰে টাইগাৰ শ্ৰফক পত্যাহ্বান জনালে? কিয় এই যুঁজ লাগিছে বলিউদৰ দুই তাৰকাই?

 

 

আচলতে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হোৱা নাই৷ ‘বড়ে মিয়া ছুটে মিয়া’ নামৰ বলিউদৰ এখন ছবিত দুয়োৱে একেলগে অভিনয় কৰিব৷

 

১৯৯৮ চনত একে নামেৰে মুক্তি লাভ কৰা অমিতাভ বচ্চন আৰু গোবিন্দ অভিনীত ছবিখনৰ ছিকুৱেল নিৰ্মাণ কৰা হ’ব৷ ইতিমধ্যে ছবিখনৰ বাবে অক্ষয় কুমাৰ আৰু টাইগাৰ শ্ৰফ চুক্তিৱদ্ধ হৈছে৷

 

ইয়াৰ পিছতে ৰগৰ কৰি টাইগাৰ শ্ৰফক উদ্দেশ্যি অক্ষয় কুমাৰে এইদৰে টুইট কৰিছে৷ এই টুইটৰ পিছতে তেওঁলোকৰ অনুৰাগীসকল ছবিখনকলৈ উৎফুল্লিত হৈ পৰা দেখা গৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akshay kumarasom live 24axom live 24axom live 24 digitalBollywoodTiger Shrof
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন
ভাৰত

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

October 24, 2026
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
Next Post
‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাষ্ট্ৰীয় ঘাইপথৰ গতিবেগ নিৰ্ধাৰণ কৰিব চৰকাৰে, কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.