• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিজাব সমৰ্থন : হিজাব পিন্ধি মুছলমান যুৱতীয়ে চলালে বুলেট আৰু স্পৰ্টছ বাইক

হিজাব সমৰ্থন : হিজাব পিন্ধি মুছলমান যুৱতীয়ে চলালে বুলেট আৰু স্পৰ্টছ বাইক

5 years ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

15 seconds ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

2 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

2 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

3 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

3 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

4 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

5 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

6 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

7 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

7 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

7 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

হিজাব সমৰ্থন : হিজাব পিন্ধি মুছলমান যুৱতীয়ে চলালে বুলেট আৰু স্পৰ্টছ বাইক

editor by editor
February 10, 2022
in ভাৰত
0
হিজাব সমৰ্থন : হিজাব পিন্ধি মুছলমান যুৱতীয়ে চলালে বুলেট আৰু স্পৰ্টছ বাইক
0
SHARES
86
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিজাব বিতৰ্কই প্ৰতি মুহূৰ্ততে নতুন নতুন ৰং ৰূপ লোৱা দেখা গৈছে৷

এইবাৰ হিজাবৰ সমৰ্থনত ৰাজপথত হিজাব পিন্ধি মুছলমান যুৱতীয়ে বাইক চলাই প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে৷

মধ্যপ্ৰদেশৰ ভূপাল চহৰৰ ভিআইপি ৰোডত মুছলমান যুৱতীয়ে হিজাব পৰিধান কৰি বাইক চলাই হিজাবৰ সমৰ্থন কৰা দেখা গৈছে৷ ইতিমধ্যে এই ভিডিঅ’ চ’ছিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে৷

ভিডিঅ’টোত দেখা গৈছে যে দুগৰাকী যুৱতীৰ এগৰাকীয়ে এখন ৰয়েল ইনফিল্ড আৰু আনগৰাকীয়ে এখন স্প’ৰ্ট বাইক চলাই আছে আৰু তেওঁলোকৰ পিছত হিজাব পৰিহিতা একোগৰাকীকৈ যুৱতী বহি থকা গৈছে৷

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কেৱল এইটো ভিডিঅ’ৱে নহয়, তেনে কে’বাটাও  ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷

অৱশ্যে ইয়াৰে কিছু ভিডিঅ’ পূৰ্বেও ভাইৰেল হৈছিল৷ কিন্তু এতিয়া হিজাব বিতৰ্কই দেশ উত্তাল কৰি তোলাৰ সময়তে পুনৰ এই ভিডিঅ’সমূহ ভাইৰেল কৰা হৈছে৷

হিজাবৰ সমৰ্থনত সামাজিক মাধ্যমত ভিডিঅ’সমূহ ভাইৰেল হ’লেও এতিয়ালৈকে আৰক্ষীয়ে এতিয়ালৈকে কোনো পদক্ষেপ লোৱা নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalhijab row
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ
বিনোদন

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

September 7, 2026
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ
ভাৰত

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

September 7, 2026
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক
বিনোদন

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
Next Post
‘তুমি জন্ম হোৱা সময়ৰ পৰাই মই চিনেমা কৰি আহিছো’ : কাক প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ

‘তুমি জন্ম হোৱা সময়ৰ পৰাই মই চিনেমা কৰি আহিছো’ : কাক প্ৰত্যাহ্বান অক্ষয় কুমাৰৰ

‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

‘মিঞাগিৰি সহ্য কৰিব পৰা অসমীয়াই পুলিচগিৰি সহ্য কৰিব নোৱাৰে’, কোনে ক’লে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.