• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰলৈ বাট চাই নাথাকি কাম কৰক,স্বাৱলম্বী হওকঃ বগৰী খেতি কৰি লাখপতি এজন যুৱক

1 year ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

53 minutes ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

1 hour ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

2 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

3 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

4 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

5 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

6 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

7 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰলৈ বাট চাই নাথাকি কাম কৰক,স্বাৱলম্বী হওকঃ বগৰী খেতি কৰি লাখপতি এজন যুৱক

চৰকাৰলৈ বাট চাই নাথাকি কাম কৰক,স্বাৱলম্বী হওকঃ বগৰী খেতি কৰি লাখপতি এজন যুৱক

editor by editor
December 17, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
চৰকাৰলৈ বাট চাই নাথাকি কাম কৰক,স্বাৱলম্বী হওকঃ বগৰী খেতি কৰি লাখপতি এজন যুৱক
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উন্নত মানৰ বগৰী খেতিৰে স্বাৱলম্বীতাৰ বাট দেখুৱাইছে ধিঙৰ নৈপৰীয়া অঞ্চলৰ ছাদিকুল ইছলামে। ধিঙৰ পাৰ্শ্ববৰ্তী কমলসুঁতি গাৱঁত এতিয়া লমা লমে ডাল ভৰি লাগিছে বগৰী। উন্নত প্ৰজাতিৰ বগৰী বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি লাভাম্বিত হৈছে এইগৰাকী যুৱ কৃষক।

২০১৭ চনৰ পৰা এই খেতি কৰি আছে ছাদিকুলে৷ কেইবাটাও প্ৰজাতিৰ বগৰীৰ খেতি তেওঁ কৰিছে৷ প্ৰায় ২ বিঘা মাটিত তেওঁ এই খেতি কৰিছে৷ পোনতে ইউটিউবত এই খেতি দেখিছিল৷ পাছত আশা কৰাধৰণেই ফলো লাগিছে বুলি জনাইছে ছাদিকুলে৷ বছৰি এই খেতিৰ পৰা তেওঁ প্ৰায় ১ লাখ টকা আয় কৰে৷ তেওঁ কয়, ‘চৰকাৰক দোষাৰোপ কৰি হাত সাবটি বহি নাথাকিব৷ বেকাৰ হৈ নাথাকিব৷ খেতিত লাগক জীৱন সুন্দৰ হ’বই৷ কষ্ট কৰিলেহে ফল আহিব৷’

বগৰী খেতিৰ জৰিয়তে ছাদিকুলে নিজৰ লগতে আন বহু কেইজন যুৱকক মোকলাই দিছে কৰ্ম সংস্থাপনৰ বাট। উল্লেখ্য যে এবিঘা মাটিত দহ হাজাৰ টকা খৰছ কৰি উপাৰ্জন কৰে ১ পৰা ২ লাখ টকা৷  যুৱকজনৰ মতে চৰকাৰী চাকৰিলৈ আশা নকৰি নিৱনুৱা যুৱক যুৱতী সকলে উন্নত মানৰ বগৰী খেতি কৰিও স্বাৱলম্বী হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

March 16, 2026
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ
জীৱনশৈলী

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

March 16, 2026
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?
জীৱনশৈলী

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

March 16, 2026
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ
জীৱনশৈলী

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

March 16, 2026
Next Post
মাহিলী ৫হাজাৰকৈ বিনিয়োগ কৰিয়েই পাব পাৰে ৮কোটি, জানি থওক সবিশেষ

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব? সবিশেষ জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন