• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব? সবিশেষ জানক

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব? সবিশেষ জানক

2 years ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

39 minutes ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

2 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

4 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

4 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

4 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

5 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

5 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

6 hours ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

7 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

8 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব? সবিশেষ জানক

সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব? সবিশেষ জানক

editor by editor
December 17, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
সমালোচনা শুনিলেই অত্যাধিক হতাশ হৈ পৰে! ইয়াৰ পৰা কেনেকৈ ৰেহাই পাব? সবিশেষ জানক
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহৰ জীৱনত ভাল আৰু বেয়া সময় দুয়োটাই আহে। বহুতৰেই অভিযোগ জীৱনটোত ভাল সময়তকৈ বেয়া সময়েই বেছি। বেয়াৰ তুলনাত ভাল একেবাৰেই নগণ্য। এইধৰণৰ মনোভাৱে কিয় ক্ৰিয়া কৰে আমাৰ মনত? ইয়াৰ আঁৰত আছে বহুকেইটা কাৰণ। মনোবিজ্ঞানীয়ে এই বিষয়ে দিছে বিশেষ কিছু মতামত।

মানুহৰ মনত সদায়ে ভাল ঘটনাতকৈ বেয়া ঘটনাইহে অধিক ক্ৰিয়া কৰে। দৃষ্টি আকৰ্ষণ কৰে বেয়া ঘটনাইহে। ইতিবাচক কথাতকৈ নেতিবাচক কথাৰ প্ৰতিহে আমাৰ আকৰ্ষণ সদায়ে বেছি। নেতিবাচক ঘটনাবোৰে মানুহৰ মনত এনেকৈ ক্ৰিয়া কৰে যে তাৰ পৰা ওলাই আহি সুস্থ জীৱন-যাপন কৰা বহুতৰ পক্ষেই সম্ভৱ হৈ নুঠে। এই প্ৰৱণতাকেই চিকিৎসাবিজ্ঞানৰ ভাষাত ‘নিগেটিভ বায়াছ’ বুলি কোৱা হয়।

‘নিগেটিভ বায়াছ’ কি? নিভেটিভ বায়াছৰ স্বীকাৰ হোৱা ব্যক্তিয়ে সদায়ে বেয়া ঘটনাকহে প্ৰাধান্য দিয়ে। ভাল ঘটনাকো এইসকল ব্যক্তিয়ে সহজভাৱে ল’ব নোৱাৰে। এই ৰোগত আক্ৰান্ত ব্যক্তিয়ে হাঁহি-আনন্দময় পৰিবেশৰ পৰা দূৰত অৱস্থান কৰিব বিচাৰে। এইসকল ব্যক্তিয়ে নিজেও যেনেদৰে আনন্দত বাগ ল’ব নোৱাৰে তেনেদৰে অন্য কোনো ব্যক্তিৰো সুখ সহ্য কৰাটো টান হৈ পৰে। সৰল জীৱন-যাপনৰ কথাবোৰ এইসকল ব্যক্তিয়ে প্ৰায় পাহৰিয়েই পেলাই। মানুহৰ সংগৰ পৰা আঁতৰি এইসকল ব্যক্তিয়ে অকলশৰে সময় অতিবাহিত কৰিব বিচাৰে।

‘নিগেটিভ বায়াছ’ ৰোগ নে? এইয়া একপ্ৰকাৰৰ মানসিৰ ৰোগ বুলি চিকিৎসা বিজ্ঞানে ক’ব খোজে। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ ৰোগীগৰাকীয়ে নিজেও সতৰ্ক থকাটো জৰুৰী। এইসকল ব্যক্তিয়ে নেতিবাচক কথা কমকৈ কোৱাৰ বা ভৱাৰ অভ্যাস নিজেই গঢ়ি তোলাটো প্ৰয়োজন। আত্মসমালোচনা মানুহৰ জীৱনত প্ৰয়োজন যদিও তাৰ মাত্ৰা অত্যাধিক হোৱাটো ৰোগৰেই লক্ষণ। এই ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত পৰিয়ালৰ ভূমিকাও গুৰুত্বপূৰ্ণ হৈ পৰে। এই ৰোগত আক্ৰান্ত ৰোগীক অত্যাধিক সমালোচনা কৰাৰ সলনি আত্মবিশ্বাক গঢ়ি তুলিব পৰা কথা কোৱাটোৱে প্ৰয়োজন। শৰীৰৰ সমান্তৰালভাৱে মনৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ।

নিগেটিভ বায়াছৰ লক্ষণে দেখা দিয়া ব্যক্তিসকলে অন্যান্য কৰ্মত নিজকে প্ৰতিসময়তে ব্যস্ত ৰখাটো দৰকাৰ। সৃষ্টিশীল কৰ্মত জড়িত থকাৰ ওপৰিও গান শুনা, চিনেমা চোৱা, বন্ধু সৈতে ইতিবাচক আড্ডা দিয়া আদিত নিজকে ব্যস্ত ৰাখিব পাৰে। ইয়াৰোপৰি অভিজ্ঞ মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটোও
অত্যন্ত গুৰুত্বপূৰ্ণ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?
জীৱনশৈলী

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

October 24, 2026
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম
জীৱনশৈলী

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

October 24, 2026
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ
জীৱনশৈলী

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
Next Post
মীনত প্ৰৱেশ শুক্ৰৰ, ৩ৰাশিৰ উপচি পৰিব ধন

মীনত প্ৰৱেশ শুক্ৰৰ, ৩ৰাশিৰ উপচি পৰিব ধন

ভিক্ষাৰীক ভিক্ষা দিয়াৰ আগতেই সাৱধান হওক! ১ তাৰিখৰ পৰা ভিক্ষাৰীক দান দিলেই প্ৰশাসনে বিহিব শাস্তি, ভৰিব লাগিব জৰিমনাও

ভিক্ষাৰীক ভিক্ষা দিয়াৰ আগতেই সাৱধান হওক! ১ তাৰিখৰ পৰা ভিক্ষাৰীক দান দিলেই প্ৰশাসনে বিহিব শাস্তি, ভৰিব লাগিব জৰিমনাও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.