• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

2 weeks ago
বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

বাজেটত আজিও মনমোহন সিঙেই Number One! কিন্তু কেনেকৈ?

13 hours ago
যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

14 hours ago
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

14 hours ago
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

15 hours ago
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

15 hours ago
জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

জনপ্ৰিয় হোৱাৰ কিটিপ কি? মুখ্যমন্ত্ৰীৰ সংজ্ঞা সলোৱা মুখ্যমন্ত্ৰীজন, মানুহৰ প্ৰিয়ভাজন হোৱাৰ আঁৰত এইকেইটা কথা…

16 hours ago
মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

মহিলাসকলৰ বাবে বাজেটত কি বৃহৎ ঘোষণা? ৭.৫ শতাংশ সুদ দিব কেন্দ্ৰই…

17 hours ago
PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

PM আৱাস যোজনাৰ ঘৰ এইবাৰ পাবই! আৱাস যোজনাক লৈ বৃহৎ ঘোষণা বিত্তমন্ত্ৰী সীতাৰমণৰ…

18 hours ago
বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

বাজেটত সাধাৰণ জনতাকলৈ আছেনে ভাল খবৰ? মধ্যবিত্তলৈ আছে কেইবাটাও ভালখবৰ…

18 hours ago
বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

বাজেটত ভালখবৰ…৭ লাখ টকালৈ আয়কৰ ৰেহাই!

19 hours ago
বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

বাজেটত দাখিলৰ পাছতেই কমিব দাম! কি কি সামগ্ৰীৰ দাম কমিব দেশত?

19 hours ago
পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

পূৰ্ণাংগ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰীয়ে… কি কি সামগ্ৰীৰ দাম পুনৰ বৃদ্ধি পালে? জানি লওক

19 hours ago
  • About
  • Advertise
  • Careers
Thursday, February 2, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ

editor by editor
January 19, 2023
in অসম, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
হৃদয়বিদাৰক ঘটনা! সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ গ’ল দুই ভাতৃ-ভগ্নী অবিনাশ-গায়ত্ৰীৰ
0
SHARES
13.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এক শোকাৱহ পথ দুৰ্ঘটনা। নিমিষতে উকা হ’ল এখন ঘৰ৷ মাতৃয়ে হিয়া ঢাকুৰিয়াই কান্দিছে, চোতালত নিথৰ হৈ শুই আছে ভাতৃ-ভগ্নী৷ নাই মাতৃৰ কথালৈ কাণসাৰ নাই৷ নতুনকৈ অনা ঢাৰিত একেলগে চোতালত শুই আছে ভাতৃ-ভগ্নী৷ দুয়োয়ে যেন অজান মুলুকৰ পৰা পাইছিল আমন্ত্ৰণহে! দুৰ্ঘটনাত মৃত্যুৰ সাবটি লোৱাৰ কেইমানা ঘণ্টাৰ পূৰ্বে দুয়োৱে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল এটা ৰীল৷ ৰীলটোত অভিনয় কৰিছিল দুই ভাতৃ-ভগ্নীয়েই৷ গীতটোও আছিল হৃদয় কঁপায় যোৱা৷ ৰীলটোত থকা গীতটিত আছিল , আমি একেলগে জীয়াম, আমি একেলগে মৰিম…মাতৃয়ে হয়তো ৰীল দেখি ভৱা নাছিল, সঁচাকৈয়ে একেলগেই গুচি যাব দুই সন্তান৷

১৭ জানুৱাৰীত সুৰামত্ত চিকিৎসকৰ বাহনৰ খুন্দাত অকালতে প্ৰাণ হেৰুৱাইছে ৰঙিয়াৰ দুই ভাতৃ-ভগ্নীয়ে। ১৪ বছৰীয়া গায়ত্ৰী দাস আৰু ৮ বছৰীয়া অবিনাশ দাসে চিপছ আনিবলৈ ওলাই যাওঁতেই সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা৷ জানিব পৰা মতে, কামৰূপৰ কেন্দুকোনাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সুৰাসক্ত চিকিৎসকৰ বাহনে মহটিয়াই নিছিল দুয়োকে। তাৰ পিছতে চিকিৎসাধীন হৈ আছিল যদিও অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে দুই কণমানিয়ে৷

উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত কৰা সুৰামত্ত চিকিৎসকৰ নাম নগেন চন্দ্ৰ হুজুৰী বুলি জানিব পৰা গৈছে৷ ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন এগৰাকী কিশোৰীৰ আইনাল হক নামৰ এগৰাকী ফেৰীৱালাও আহত হৈছে এই দুৰ্ঘটনাত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…
অসম

যোগাযোগ নকৰাকৈয়ে দিলে দায়িত্বভাৰ! অসম সাহিত্য সভাৰ কাণ্ডজ্ঞানহীনতাৰ কথা ৰাজহুৱা কৰিলে সাহিত্যিক ৰীতা চৌধুৰীয়ে…

February 1, 2023
‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…
অপৰাধ

‘জান ফোন কৰোনে, লাভ ইউ জান…’ শিক্ষকে ছাত্ৰীক উদ্দেশ্যি দিলে অশালীন মেছেজ, তাৰপাছত…

February 1, 2023
যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…
অপৰাধ

যৌতুক প্ৰথাৰ অন্ত কেতিয়া পৰিব! যৌতুকৰ বাবেই মাহ-হালধিৰ গোন্ধ গ’ল কি নগ’ল অঞ্জু হেৰাই গ’ল চিৰদিনৰ বাবে…

February 1, 2023
বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…
অসম

বিসংগতি শেষ নহ’বই নেকি? ওলোটাকৈ উৰিল পতাকা, পতাকা চাবলৈকে ওলোটা হ’ল এজন ব্যক্তি…

February 1, 2023
Next Post
আইতা অসুস্থ! কলিজা আইতাক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন…

আইতা অসুস্থ! কলিজা আইতাক আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন...

মৃত্যুৰ পাছত কিবা অনুষ্ঠান পাতিলে বহু মানুহ মাতি হুলস্থুল নকৰিবলৈ কবা…ইচ্ছাপত্ৰত নীলমণি ফুকনে লিখি থৈ গৈছে এই চাৰিটা বিশেষ কথা

মৃত্যুৰ পাছত কিবা অনুষ্ঠান পাতিলে বহু মানুহ মাতি হুলস্থুল নকৰিবলৈ কবা...ইচ্ছাপত্ৰত নীলমণি ফুকনে লিখি থৈ গৈছে এই চাৰিটা বিশেষ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.