• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

3 months ago
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

9 hours ago
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

10 hours ago
কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

11 hours ago
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

14 hours ago
এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

15 hours ago
সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

সকলো ডলাৰ শেষ, ডিঙিলৈকে ঋণত ডুবিছে আমেৰিকা! ভাৰততো পৰিব এইকেইটা প্রভাৱ…

16 hours ago
মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

মুছলমান যুৱতীয়ে প্ৰেম, চিনেমাৰ কায়দাৰে বিয়া! আইপিএলত উজলি উঠা শিৱম ডুবেৰ প্ৰেমৰ অধ্যায়ৰ বিষয়ে জানেনে?

1 day ago
🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

🔹 ‘তুমি ক’লেই ইনষ্টাগ্ৰাম এৰিব নোৱাৰো…’ স্বামীয়ে ইনষ্টাগ্ৰাম এৰিবলৈ কোৱাৰ বাবেই নৱবিবাহিতাৰ ভাতৃয়ে পিষ্টলেৰে আক্ৰমণ কৰিলে জোঁৱায়েকৰ গৃহত

1 day ago
হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

হাতত গীতা… ৫ বাৰকৈ IPLত চেম্পিয়ন হৈয়েই হাতত ধৰ্মগ্ৰন্থ তুলি লৈ কি বুজাইছে ধোনীয়ে?

1 day ago
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

2 days ago
যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

যন্তৰ-মন্তৰত ৩৫ দিনীয়া ধৰ্ণাত লাখ লাখ ধন খৰচ হৈছে মল্লযুঁজাৰুসকলৰ! কৰ পৰা এই ধন লাভ কৰিছিল প্ৰতিবাদত বহা মল্লযুঁজাৰুসকলে?

2 days ago
মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

মুখমণ্ডলহে কুৎসিত কৰিলে মোৰ মনক, মোৰ সপোনক শেষ কৰিব নোৱাৰিলে’, লক্ষ্মী আগৰৱালাৰ জীৱনৰ সেই অধ্যায় আপুনি জানেনে?

2 days ago
  • About
  • Advertise
  • Careers
Saturday, June 3, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…

editor by editor
February 22, 2023
in অপৰাধ, অসম
0
ডাউকিৰ ওখ পাহাৰৰ পৰা বন্দনাই আঙুলিয়াই দেখুৱালে ১০ বছৰে সহবাস কৰা অমৰজ্যোতিৰ দেহৰ খণ্ডিত অংশ…
0
SHARES
7.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বন্দনাৰ অধ্যায় শেষ হোৱা নাই। দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰা বন্দনাৰ এটাৰ পাছত আনটো কলা অধ্যায় পোহৰলৈ আহিছে। পৰকীয়া প্ৰেম আৰু সম্পত্তিৰ লালসাতেই কিমান নিকৃষ্ট পন্থা গ্ৰহণ কৰিছিল বন্দনাই সকলোবোৰেই পোহৰলৈ আহিছে।

প্ৰায় ৭ মাহৰ পূৰ্বে সংঘটিত এই কাণ্ড। অথচ কোনেও ভূ নাপালে এই হত্যাকাণ্ডৰ। নিজেই হত্যা কৰি বন্দনাই আৰক্ষীৰ কাষতো দিছিল মিছা অভিযোগ। নিজেই হত্যা কৰি স্বামী আৰু শাহুৱেক, হেৰোৱা বুলি এজাহাৰ দিছিল নুনমাটি থানাত।

১০ বছৰ পূৰ্বে বন্দনা বিবাহ পাশত আৱদ্ধ হৈছিল অমৰজ্যোতিৰ সৈতে। পৰিয়ালটোত মাক, অমৰজ্যোতি আৰু পত্নী বন্দনা। অমৰজ্যোতিৰ মাকৰ নামত ৫ টা ফ্লেট আছিল। ধনজিৎ নামৰ যুৱকজনৰ সৈতে সু সম্পৰ্ক আছিল বন্দনাৰ। স্বামীৰ সৈতে সম্পত্তিক লৈ আৰু আন পাৰিবাৰিক কাৰণত দুয়োৰে মাজত আছিল তীব্ৰ সংঘাত। আনকি বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছিল দুয়োৰে।

অৰূপ ডেকা নামৰ বন্ধু জনৰ সহযোগত তেওঁ এ এছ ০১ জে চি ৫৭৯৫ নম্বৰৰ একচেন্ট গাড়ীৰে তিনিও ফুৰিবলৈ ওলাই গ’ল শ্বিলং চেৰাপুঞ্জীৰ দিশে। লগত লৈ গ’ল দুটা টোপোলা। এটাত স্বামী অমৰজ্যোতিৰ টুকুৰা কৰা মৃতদেহ আনটোত অমৰজ্যোতিৰ মাতৃ শংকৰী দেৰ নশ্বৰ দেহ। এটা মৃতদেহ পেলাই দিলে চেৰাপুঞ্জীলৈ যোৱাৰ পথত আনটো মৃতদেহ পেলালে ডাউকী সমীপৰ দ’ খাৱৈত। তথ্য প্ৰমাণ নষ্ট কৰিবলৈ ফ্লেটৰ ওপৰৰ ছাদত বহু সামগ্ৰী জ্বলাই দিলে।

কিন্তু অপৰাধ কৰি জানো কোনো হাৰি যাব পাৰে। অৱশেষত নিজে ৰচা জালত নিজেই পৰিল বন্দনা। আৰক্ষীয়ে এতিয়া বন্দনাক লৈ মেঘালয়ৰ ডাউকিত চলাই আছে অভিযান। ১০ বছৰে সংসাৰ কৰা অমৰজ্যোতিৰ শৰীৰৰ অংশ বন্দনাৰ কথামতেই উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?
অসম

এটাৰ পাছত আনটো বাধা! মুক্তি নাপায় ‘শ্ৰী ৰঘুপতি’য়ে, কিয় মুক্তিত আকৌ স্থগিতাদেশ?

June 2, 2023
ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…
অসম

ৰাজ্যৰ তিনিখন চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল! স্বাস্থ্যমন্ত্ৰীয়ে ক’লে, এয়া গতানুগতিক নিয়ম, আগতেও এনে হয়…

June 1, 2023
জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?
অপৰাধ

জোনমণিক হত্যা কৰা হৈছে, এইকেইজন আৰক্ষী বিষয়াই জোনমণিক হত্যা কৰিছে! কাক আঙুলি টোৱালে জোনমণিৰ মাতৃয়ে?

May 31, 2023
UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…
অসম

UPSC ত সফল হোৱাটো টান কাম নহয়! কেনেকৈ UPSC পৰীক্ষাত সফল হ’ব, আনন্দ মিশ্ৰই দিলে কেইবাটাও টিপছ, সবিশেষ…

May 31, 2023
Next Post
কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…

কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি...

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন
  • লাইভ টিভি

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.