ঋণ নহয়, সুত ৰেহাই দিয়াৰহে বিবেচনা দিছপুৰৰ। ১২,৪০০ কোটিৰ ঋণ ৰেহাই অসম্ভৱঃ বিত্ত বিভাগ।
অসম আধুনিক ৰাজনীতিৰ ৰজা কোন? কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ, কাৰ নেৰেটিভ সফল কাৰ বিফল? April 8, 2026