• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

2 years ago
Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

41 minutes ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

1 hour ago
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

1 hour ago
ছবিখন AI ৰ সৌজন্যত।

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

2 hours ago
Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

Fork Design: কাঁটা চামুচৰ চাৰিটা কাঁটা কিয় থাকে? বুদ্ধিমানে জানিব সঠিক উত্তৰ

2 hours ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

3 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

5 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

6 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

6 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

9 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

editor by editor
October 3, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নামাজৰ সময়ত দুৰ্গাৰ বন্দনা হ’ব নোৱাৰিব- ইউনুছ চৰকাৰৰ নিৰ্দেশনা, ভাৰতৰ বিৰুদ্ধে থিয় দিছে বাংলাদেশ

মহম্মদ ইউনুছে শাসনভাৰ লোৱাৰ পাছৰে পৰা বাংলাদেশত বদলি হৈছে প্ৰায় সকলো। এইবাৰ দুৰ্গা পূজাতো ৰূপ সলাইছে ইউনুছ চৰকাৰে। প্ৰথমে দুৰ্গা পূজাক লৈ বহু মিলাপ্ৰীতিৰ ভাৱ দেখুৱাইছিল, পাছে এতিয়া এক বিপৰীত ছবিহে প্ৰকাশ পাইছে। ভাৰতৰ চুবুৰীয়া দেশখনত দুৰ্গা পূজা বুলিলে বুলিবলৈ নাছিল, সেই দেশত এইবাৰ দুৰ্গাৰ প্ৰতিমা বহু ঠাইত ভাঙি দিয়া বুলি খবৰ প্ৰকাশ পাইছে।

আৰম্ভণিতে দেশখনত মহম্মদ ইউনুছ খান চৰকাৰে প্ৰতি পেণ্ডেলে পেণ্ডেলে সুৰক্ষাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ বোৰক ৰখাৰ কথা আছিল। সেই উদ্দেশ্যে নিৰ্দেশনাও জাৰি কৰিছিল বাংলাদেশৰ নতুন চৰকাৰে। পাছে এতিয়া সকলো সলনি হোৱা পৰিলক্ষিত হৈছে। যাক লৈ এতিয়া উত্তাল পৰিবেশে দেখা দিছে দেশখনত।

সুৰক্ষাৰ কাৰণ দোহাই দি হিন্দু সকলক দুৰ্গা পূজা উদযাপনত বাধা প্ৰদান দেশখনৰ চৰকাৰৰ। লগতে এক বিশেষ নিৰ্দেশনা জাৰি, নামাজৰ সময়ত দুৰ্গা পূজাৰ কোনো মন্ত্ৰোচ্চাৰণ তথা প্ৰাৰ্থনা তথা বন্দনা গাব নোৱাৰিব। কোনো ভজন অনুষ্ঠানো অনুষ্ঠিত কৰিব নোৱাৰিব। ইয়াৰ উপৰিও ভিন্ন প্ৰান্তৰ দুৰ্গাৰ প্ৰতিমা ভাঙি দিয়াৰ লগতে দান পাত্ৰ লুট কৰি নিয়া খবৰ।

আনহাতে বাংলাদেশে বৰ্তমানে মুকলিকৈ ভাৰতৰ বিৰোধ কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতত থকা বাংলাদেশৰ দূতক উভতাই মাতি পঠিয়াইছে বাংলাদেশৰ নতুন চৰকাৰে। কেৱল ভাৰতৰে নহয় প্ৰাপ্ত খবৰ অনুসৰি ভাৰতৰ লগতে মুঠ ৫ খন দেশৰ পৰা দূতক উভতাই মাতি পঠিয়াইছে ইউনুছ চৰকাৰে। ভাৰতৰ বাহিৰে অন্য ৪ দেশ হৈছে- সংযুক্ত ৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু পৰ্টুগাল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BangaldeshBangaldesh New Govtdurga pujaDurga Puja SOPIndian BangladeshNew Govt
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?
অসম

Night Club ত অৰ্ধ উলংগ যুৱতী! নিশাৰ মহানগৰীত এয়া কি?

October 3, 2026
কাইলৈ আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

ভাগ্যৰ দেখিব যাদু! ৪ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো?

October 3, 2026
ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান
অসম

ই-ৰিক্সা চালকসকল সাৱধান! আৰম্ভ আৰক্ষীৰ বৃহৎ অভিযান

October 3, 2026
ছবিখন AI ৰ সৌজন্যত।
জীৱনশৈলী

কঠোৰ পৰিশ্ৰমী ৫ ৰাশি, সহজেই পায় উন্নতি!

October 3, 2026
Next Post
দেশৰ ৰাজধানী নিষিদ্ধ দ্ৰব্যৰো ৰাজধানী নেকি ! ৭০০০ কোটি টকাৰ…

দেশৰ ৰাজধানী নিষিদ্ধ দ্ৰব্যৰো ৰাজধানী নেকি ! ৭০০০ কোটি টকাৰ...

প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য

প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.