• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য

প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য

2 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

2 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

2 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

5 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

5 hours ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

7 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

7 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

8 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

8 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

9 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

10 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য

editor by editor
October 3, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ পাছতে প্ৰাণ হেৰুৱালে প্ৰেমিকাই, গুজৰাটত চাঞ্চল্য

প্ৰেমিকৰ সৈতে মধুৰ সময় কটোৱাৰ উদ্দেশ্যে লগ হৈছিল এহাল প্ৰেমিক প্ৰেমিকা। এই খবৰ গুজৰাটৰ। এখন হোটেলত মধুৰ সময় কটাই দুয়ো প্ৰেমিক-প্ৰেমিকাই। কিন্তু সেই মধুৰ সময় কটোৱাৰ পাছতে অকাল মৃত্যুক সাৱটি লয় প্ৰেমিকাই। যি ঘটানই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে গুজৰাটত।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, যৌন সম্পৰ্ক স্থাপনৰ পাছতে ৰক্তক্ষৰণ হবলৈ ধৰে ২৩ বছৰীয়া নাৰ্চিং স্নাতক যুৱতীগৰাকীৰ। পাছলৈ অত্যধিক ৰক্তক্ষৰণ হয়। যি দৃশ্য দেখি ভয়তে দুয়ো প্ৰেমিক-প্ৰেমিকাই চিকিৎসাৰ সহায় লোৱাৰ পৰিৱৰ্তে অনলাইনত ইয়াৰ প্ৰতিকাৰ বিচাৰে।

যোৱা ২৩ ছেপ্টেম্বৰত ৰাজ্যখনৰ নৱসাৰি জিলাৰ এখন হোটেলত দম্পতীহালে চেক ইন কৰিছিল। আৰক্ষীয়ে বৰ্তমানে এই ঘটনাৰ অভিযুক্ত হিচাপে ২৬ বছৰীয়া প্ৰেমিকক আটক কৰিছে। আৰক্ষীৰ খবৰ অনুসৰি যৌন সম্পৰ্কৰ সময়ত যুৱতীগৰাকীৰ অত্যাধিক তেজ ওলাবলৈ ধৰে, যাৰ ফলত দম্পতীহালে আতংকিত হৈ পৰে। কিন্তু প্ৰেমিকজনে চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে অনলাইনৰ জৰিয়তে ইয়াৰ সমাধানৰ চেষ্টা চলায়।

আৰক্ষী বিষয়াসকলে কয় যে প্ৰমিকে প্ৰথমে কাপোৰ ব্যৱহাৰ কৰি তেজ ওলোৱা বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও কাম দিয়া নাছিল। পাছত অধিক ৰক্তক্ষৰণ হৈ যুৱতীগৰাকী অজ্ঞান হৈ যায়, তেতিয়াহে প্ৰেমিকে বন্ধু এজনক সহায় বিচাৰি ফোন কৰে।”

অৱশেষত দম্পতীহালক ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয়, যিয়ে তেওঁলোকক অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয় পোৱাৰ লগে লগে যুৱতীগৰাকী মৃত ঘোষণা কৰে। ঘটনাৰ পিছতে প্ৰেমিকজনে প্ৰেমিকাৰ পিতৃ-মাতৃকো ফোনযোগে খবৰ দিয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ চুৰাট অসামৰিক চিকিৎসালয়ত ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। তদন্তৰ অন্তত প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Girlfriend died after sexgujratGujrat Viral newsGujrat Viral StoryHeavy Bleed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

October 7, 2026
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!
জীৱনশৈলী

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
Next Post
হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা

হাউলী ৰাস, নলবাৰী ৰাসৰ লটাৰীৰ ভৱিষ্যত কি ! লগতে বন্ধ উৰুকা ধামাকা

শতভিষা নক্ষত্ৰৰ ফলত ৮৫ দিনলৈ ৩ ৰাশিৰ ওপৰত কৃপা বৰষিব শনিয়ে

শতভিষা নক্ষত্ৰৰ ফলত ৮৫ দিনলৈ ৩ ৰাশিৰ ওপৰত কৃপা বৰষিব শনিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.