• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ-মাতৃ বাংলাদেশী কিন্তু সন্তান ভাৰতীয়, কেনেকৈ পালে ভাৰতীয় নাগৰিকত্ব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

পিতৃ-মাতৃ বাংলাদেশী কিন্তু সন্তান ভাৰতীয়, কেনেকৈ পালে ভাৰতীয় নাগৰিকত্ব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

4 years ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

54 minutes ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

1 hour ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

2 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

2 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

3 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

3 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

4 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

5 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

8 hours ago
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

10 hours ago
চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

চুলিত ৰং লগোৱাৰ আগতে জানক কেনেধৰণৰ ৰঙে আনিব পাৰে বিপদ

10 hours ago
এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

এইকেইটা ৰোগৰ বাবে অতিকৈ উপকাৰী কঁঠাল

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পিতৃ-মাতৃ বাংলাদেশী কিন্তু সন্তান ভাৰতীয়, কেনেকৈ পালে ভাৰতীয় নাগৰিকত্ব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

editor by editor
October 19, 2022
in অসম, বিশ্ব, ভ্ৰমণ
0
পিতৃ-মাতৃ বাংলাদেশী কিন্তু সন্তান ভাৰতীয়, কেনেকৈ পালে ভাৰতীয় নাগৰিকত্ব? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এই নিয়ম সাংবিধানিক। ১৯৫০ চনৰ নাগৰিকত্ব আইন অনুযায়ী এজন ব্যক্তি ভাৰতীয় নাগৰিক হ’ব, যদিহে- জন্মসূত্ৰে, ১৯৫০ চনৰ ২৬ জানুৱাৰী বা তাৰ পিছত ভাৰতত জন্ম হয়। ভাৰতত বাংলাদেশী নাগৰিকে ভৰি পৰিছে বুলি সময়ে সময়ে বহুতেই অভিযোগ উত্থাপন কৰে। কিন্তু এইবাৰ বাংলাদেশী নাগৰিক হ’লেও কোনোৱে আৰু বাংলাদেশী বুলি বাহিৰ কৰিব নোৱাৰিব। এই ঘটনা কৰিমগঞ্জৰ। মাতৃয়ে অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত কৰিমগঞ্জ জিলা কাৰাগাৰত বিগত ৪ মাহৰ পৰা বন্দী হৈ আছিল।

ভাৰতীয় সেনাৰ হাতত গ্ৰেপ্তাৰ হওঁতেই অন্তঃসত্ত্বা আছিল মহিলাগৰাকী। চাঁন্দনি শ্বেখ নামৰ মহিলাগৰাকীয়ে ১৭ তৰিখে কৰিমগঞ্জ অসামৰিক চিকিত্সালয়ত জন্ম দিছে এটি লৰা সন্তান। এই সন্তান জন্মৰ পিছতেই মহিলাগৰাকীক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। অবৈধভাৱে ভাৰতৰ ভূমিত প্ৰবেশ কৰিলেও মহিলাগৰাকীৰ সন্তানটোৱে জন্মসূত্ৰে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা
জীৱনশৈলী

১০০বছৰলৈ কেনেদৰে জীয়াই থাকিব? ৩ ভগ্নীয়ে বিজ্ঞানীক দেখুৱাইছে নতুন আশা

June 27, 2026
ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!
বিশ্ব

ৰহস্যজনকভাৱে নিৰুদ্দিষ্ট লোকৰ বাবে যুঁজ দিয়াই কাল হ’ল ডাঃ মাহৰাঙৰ!

June 27, 2026
ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড
বিনোদন

ফান্সৰ জয়ৰ নায়ক ডাম্বেলেৰ দুৰ্দান্ত হেট্ৰিক,স্তিমিত হালাণ্ড

June 27, 2026
বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 
বিনোদন

বৈভৱ নহয় এইজন ক্ৰিকেটাৰে ১৪ বছৰতে অভিষেক ঘটাইছিল আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 

June 26, 2026
Next Post
বুদ্ধিজীৱীক কৈছো, ‘বাবু,মই জেনুইন, মই ভাগৰা নাই’, ভিক্টৰে ইনষ্টিটিউটৰ সফলতাকলৈ কিয় ল’লে বুদ্ধিজীৱীৰ নাম?

বুদ্ধিজীৱীক কৈছো, 'বাবু,মই জেনুইন, মই ভাগৰা নাই’, ভিক্টৰে ইনষ্টিটিউটৰ সফলতাকলৈ কিয় ল’লে বুদ্ধিজীৱীৰ নাম?

এই বিজয় ঐতিহাসিক! খৰ্গেৰ বিজয়ত গৌৰৱে কৃতজ্ঞতা স্বীকাৰ কৰিলে ছোনীয়া গান্ধীৰ

এই বিজয় ঐতিহাসিক! খৰ্গেৰ বিজয়ত গৌৰৱে কৃতজ্ঞতা স্বীকাৰ কৰিলে ছোনীয়া গান্ধীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.