• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বিজয় ঐতিহাসিক! খৰ্গেৰ বিজয়ত গৌৰৱে কৃতজ্ঞতা স্বীকাৰ কৰিলে ছোনীয়া গান্ধীৰ

এই বিজয় ঐতিহাসিক! খৰ্গেৰ বিজয়ত গৌৰৱে কৃতজ্ঞতা স্বীকাৰ কৰিলে ছোনীয়া গান্ধীৰ

4 years ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

29 minutes ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

2 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

2 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

2 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

3 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

4 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

4 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

5 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

6 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

7 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

8 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এই বিজয় ঐতিহাসিক! খৰ্গেৰ বিজয়ত গৌৰৱে কৃতজ্ঞতা স্বীকাৰ কৰিলে ছোনীয়া গান্ধীৰ

editor by editor
October 19, 2022
in অসম, ভাৰত, ৰাজনীতি
0
এই বিজয় ঐতিহাসিক! খৰ্গেৰ বিজয়ত গৌৰৱে কৃতজ্ঞতা স্বীকাৰ কৰিলে ছোনীয়া গান্ধীৰ
0
SHARES
325
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হাৰ স্বীকাৰ কৰিছে শশী থাৰুৰে৷ কংগ্ৰেছৰ পৰবৰ্তী সভাপতি হিচাপে দায়িত্বভাৰ লাভ কৰিছে মল্লিকাৰ্জুন খৰ্গেই৷ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ল, মল্লিকাৰ্জূনেই নিৰ্বাচনত জয়ী হ’ল৷ কিন্তু নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই শশী খাৰুৰে টুইটযোগে খৰ্গেক এই পদৰ বাবে শুভেচ্ছা জনায়৷

টুইটত শুভেচ্ছা জনাই থাৰুৰে কয়, ‘জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা অত্যন্ত গৰ্বৰ কথা৷ মল্লিকাৰ্জুনলৈ এই দায়িত্ব লাভ কৰাৰ বাবে মোৰ তৰফৰ পৰা শুভেচ্ছা৷ এক হাজাৰৰো অধিক লোকৰ সমৰ্থন লাভ কৰাটো নিশ্চয়কৈ গৌৰৱৰ কথা৷

আনহাতে কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খৰ্গেৰ কাউণ্টিং এজেণ্ট গৌৰৱ গগৈয়ে নতুন সভাপতি পদ লাভ কৰা খৰ্গেক শুভেচ্ছা জনাই কয়,‘এয়া এক ঐতিহাসিক মুহূৰ্ত৷ আমি কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ ওচৰত কৃতজ্ঞ৷ আগন্তক দিনত কংগ্ৰেছ আৰু শক্তিশালী হ’ব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
এলাগী মাজুলী! আদিত্য, তেজস্বীতা, মানস আৰু কিমান বাকী?

এলাগী মাজুলী! আদিত্য, তেজস্বীতা, মানস আৰু কিমান বাকী?

সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.