• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

4 years ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

1 hour ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

3 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

3 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

3 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

4 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

4 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

5 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

6 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

6 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

7 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

8 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?

editor by editor
October 19, 2022
in বিবিধ, বিশ্ব
0
সপ্তাহৰ জঘন্যতম দিন সোমবাৰ! কিহৰ ভিত্তিত গীনিজ বুক অৱ ৰেকৰ্ডে তুলিছে এই দাবী?
0
SHARES
6.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সপ্তাহৰ জঘন্যতম দিন হৈছে সোমবাৰ৷ বিশ্বৰ বেছিভাগ দেশৰেই সপ্তাহৰ আৰম্ভণিৰ দিন হিচাপে সোমবাৰক ধৰা হয়৷ এই আৰম্ভণিৰ দিনটোকেই সপ্তাহটোৰ জঘন্যতম দিন হিচাপে গীনিজ বুক অৱ ৰেকৰ্ডত লিখা হৈছে৷ সংস্থাটোৰ মতে সপ্তাহৰ আটাইতকৈ বাজে দিনেই হৈছে সোমবাৰ৷

চৰকাৰী নিয়ম অনুসৰি বেছিভাগ দপ্তৰতেই কৰ্মৰ আৰম্ভণিৰ দিন সোমবাৰ আৰু শেষ দিন হৈছে শুকুৰবাৰ৷ সপ্তাহটোৰ দেওবাৰ আৰু শনিবাৰে প্ৰায়সংখ্যক চৰকাৰী কাৰ্যালয়ে বন্ধ থাকে৷ বহু বেচৰকাৰী সংস্থাইয়ো এই নিয়ম মানি চলে৷ সোমবাৰক পৃথিৱীৰ সমূহ চাকৰিয়ালেই বেয়া পায়৷ শনি আৰু দেওবাৰৰ ছুটিৰ পাছত অফিচ যাবলৈ প্ৰায়সকলেই অনিহা প্ৰকাশ কৰে৷ প্ৰায়েই এই বিষয়টোক লৈ সামাজিক মাধ্যমতো একাংশই চৰ্চা চলোৱা দেখা যায়৷ গীনিজ বুক অৱ ৰেকৰ্ডছে কিয় এই দিনটোক কিয় জঘন্য দিন বুলি ঘোষণা কৰিছে?

প্ৰায়সময়তে দেখা যায় যে গীনিজ বুক অৱ ৰেকৰ্ডছে পৃথিৱীৰ আশ্চৰ্যজনক ঘটনাসমূহক স্বীকৃতি দি আহিছে৷ বিশ্বৰ সকলোতকৈ দীঘল মানুহ, সৰ্বাধিক দীঘল চুলি আদিৰ দৰে অদ্ভুত ঘটনা একোটাক এই সংস্থাই স্বীকৃতি দিয়ে৷ কেৱল মানুহেই নহয় অদ্ভুত প্ৰাকৃতিক ঘটনা একোটাকো এই সংস্থাই স্বীকৃতি দিয়ে৷ শেহতীয়াভাৱে সপ্তাহৰ জঘন্যতম দিন বুলি সোমবাৰক স্বীকৃতি দিয়া গীনিজ বুক অৱ ৰেকৰ্ডছে কেইবাবছৰ ধৰি পৃথিৱীৰ চাকৰিয়ালসকলৰ মাজত সমীক্ষা চলাই আহিছিল৷

উল্লেখ্য যে গীনিজ বুক অৱ ৰেকৰ্ডছে এই টুইট কৰাৰ পিছতেই সামাজিক মাধ্যমত বিষয়টোৱে চৰ্চা লাভ কৰিছে৷ বিশ্ববাসীয়ে এই বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰাৰ সময়তে বহুতেই কৈছে সোমবাৰতকৈ বুধবাৰ দিনটোহে বেছি বিৰক্তিকৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24best news channel in assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক
জীৱনশৈলী

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

August 21, 2026
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ
জীৱনশৈলী

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

August 21, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
Next Post
মোক হনুমান কৈ কি লাভ? আমৰ বজাৰ চলোতে আদা-হালধিৰ বেপাৰী ধৰি থকা হৈছিল…

মোক হনুমান কৈ কি লাভ? আমৰ বজাৰ চলোতে আদা-হালধিৰ বেপাৰী ধৰি থকা হৈছিল...

নেটিজেনে কৈছে, অতুল বৰাই এতিয়া হাতী কেৱল চুইহে চাব পাৰিব…

নেটিজেনে কৈছে, অতুল বৰাই এতিয়া হাতী কেৱল চুইহে চাব পাৰিব...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.