• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
BCCIৰ বেংক একাউণ্টত কিমান টকা আছে জানেনে? কেনেকৈ ইমান আয় কৰে BCCIয়ে?

1 year ago
বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?

1 minute ago
মোক মই কৰি তুলিছে, তাই আজিও মোৰ বাবে বিশেষ! সুস্মিতাৰ সৈতে কিয় বিচ্ছেদ হ’ল ললিত মোদীৰ, প্ৰথমবাৰ সুস্মিতাৰ সৈতে সম্পৰ্কক লৈ কি ক’লে ললিত মোদীয়ে?

23 minutes ago
৫ৰাশিৰ প্ৰতি সদায়ে দয়ালু হয় হনুমান, বজৰংবলীয়ে অৰ্থ, খ্যাতি সকলো উজাৰি দিয়ে এই ৫ৰাশিক

48 minutes ago
কৰ্কট ৰাশিত বৃহস্পতি, গুৰু-শুক্ৰ কাষলৈ অহাৰ ফলত ৰাজভোগ লাভ কৰিব এই ৪ৰাশিয়ে

1 hour ago
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

2 hours ago
ৰাতিপুৱা নহয়, নিশা খাওক মেথিৰ গুটিৰ পানী, দেখিব আচৰিত প্ৰভাৱ!

অনবৰতে গাঁঠিৰ বিষ, বতৰ পৰিৱৰ্তনো হ’ব পাৰে আঁৰৰ কাৰণ!

কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

3 hours ago
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

4 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

চাৰি সন্তানক এৰি ২০ বছৰীয়া যুৱকৰ সৈতে উধাও ৪০ বছৰীয়া মাতৃ, তাৰ পিছত…

5 hours ago
ঘড়ীৰ কাঁটা সোঁহাতলৈ কিয় ঘূৰে? ৯৯ শতাংশ মানুহে নোৱাৰে সঠিক উত্তৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

BCCIৰ বেংক একাউণ্টত কিমান টকা আছে জানেনে? কেনেকৈ ইমান আয় কৰে BCCIয়ে?

BCCIৰ বেংক একাউণ্টত কিমান টকা আছে জানেনে? ক’ৰ পৰা ইমান আয় কৰে BCCIয়ে?

editor by editor
December 20, 2024
in ক্ৰীড়া, বাণিজ্য, বিশ্ব, ভাৰত
0
BCCIৰ বেংক একাউণ্টত কিমান টকা আছে জানেনে? কেনেকৈ ইমান আয় কৰে BCCIয়ে?
0
SHARES
158
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান বিশ্বৰ সকলোতকৈ ধনী ক্ৰিকেট বৰ্ড বিচিচিআই৷ তাত কোনো সন্দেহৰ অৱকাশ নাই৷ প্ৰতিবছৰে বাঢ়িছে ভাৰতীয় ক্ৰিকেট বৰ্ডৰ টকাৰ পৰিমাণ৷ বৰ্তমান বি চি চিআইৰ কোষাগাৰত কিমান টকা আছে জানিলে চকু কঁপালত উঠিব আপোনাৰ৷ আপুনি কল্পনাও কৰিব নোৱাৰিব ধনৰ অংক৷

সম্প্ৰতি এটা ৰিপৰ্ট প্ৰকাশ পাইছে BCCIৰ৷ তেওঁলোকৰ কোষাগাৰত টকাৰ পৰিমাণ বিগত বাৰৰ তুলনাত ৪২০০ কোটি টকা বৃদ্ধি পাইছে৷ যি আগন্তুক দিনত আৰু বাঢ়িব৷ সংবাদসংস্থা পিটিআইয়ে জনাইছে যে বিগত আৰ্থিক বছৰত ভাৰতীয় ক্ৰিকেট বৰ্ডৰ আয় আছিল ১৬,৪৯৩কোটি টকা৷ এইবাৰ BCCIৰ আয় বাঢ়ি হৈছে ২০,৬৮৬ কোটি।

সকলোৰে কৌতুহল যে ক’ৰ পৰা ইমান আয় কৰে BCCIয়ে৷ মূলত আই পিএল আৰু দ্বিপাক্ষিক চিৰিজৰ মিডিয়া স্বত্ব বিক্ৰি কৰি বেছি উপাৰ্জন কৰে ভাৰতীয় বৰ্ডে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক অফ বৰোদাৰ পৰা ১০ লাখ টকাৰ পাৰ্ছনেল ঋণ ল’ব? প্ৰতিমাহে EMI কিমান দিব লাগিব? প্ৰছেচিং ফি কিমান হ’ব?
বাণিজ্য

June 2, 2026
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA  ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত
বাণিজ্য

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ৩% বৃদ্ধি পাব DA ! চিপিআই সূচকাংকৰ পৰা ডাঙৰ ইংগিত

June 2, 2026
পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা
বাণিজ্য

পেঞ্চনাৰসকল সতৰ্ক হওক! এটা সৰু ভুলে বৃদ্ধি কৰিব আপোনাৰ কৰৰ বোজা

June 2, 2026
মোৰ পোছাক কেৱল ফেশ্ব্যন নহয়, মোৰ ৰাজনীতি পোছাকৰ দৰেই ক’লা-বগা? পোছাকৰ প্ৰসংগক লৈ কি বুজালে থালাপতি বিজয়ে?
বিবিধ

June 1, 2026
Next Post
কেৱল অশ্বিনেই নহয়, টেষ্ট চিৰিজৰ পৰা অৱসৰ ল’ব পাৰে এই ৫তাৰকা ক্ৰিকেটাৰে, কোনে কোনে ল’ব পাৰে অৱসৰ?

প্ৰীতি যোগৰ সৈতে ৰবি যোগ! গ্ৰহৰাজ শনিৰ কৃপা থাকিব এই ৫ৰাশিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন