• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰীতি যোগৰ সৈতে ৰবি যোগ! গ্ৰহৰাজ শনিৰ কৃপা থাকিব এই ৫ৰাশিত

প্ৰীতি যোগৰ সৈতে ৰবি যোগ! গ্ৰহৰাজ শনিৰ কৃপা থাকিব এই ৫ৰাশিত

2 years ago
নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

47 minutes ago
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

1 hour ago
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

3 hours ago
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

3 hours ago
Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

Chandra Grahan 2026: চন্দ্ৰগ্ৰহণত বিপদ বাঢ়িব ৫ ৰাশিৰ, আপোনাৰ ৰাশি ইয়াত অন্তৰ্ভুক্ত নেকি?

5 hours ago
“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

“মই পঢ়ালো, কিন্তু চাকৰি পাই পলাল আনৰ লগত!” পত্নীক হেৰুৱাই ভাগি পৰিল স্বামী

18 hours ago
ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

ৰাখী বন্ধনৰ দিনাই নুখুলিব ৰাখী! ভুল কৰাৰ পূৰ্বে জানক ৰাখী কেতিয়া হাতৰ পৰা খুলিব

18 hours ago
Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

Happy Raksha Bandhan: ৰাখী বন্ধনত ভাতৃ-ভগ্নীলৈ প্ৰেৰণ কৰক এইদৰে শুভেচ্ছা…

19 hours ago
মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

মধুৰি আমৰ বিষয়ে আপুনি নিশ্চয় জানে, কিন্তু পাতৰ বিষয়ে জানেনে?

19 hours ago
বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

বিবাহিত পুৰুষৰ প্ৰেমত বলিয়া অভিনেত্ৰী, কৰিলে আচৰিত কাণ্ড! কিন্তু অৱশেষত…

19 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

ৰাখী বন্ধনৰ দিনটোত কাৰ কাৰ উদয় হ’ব ভাগ্য? জানক ৰাশিফল

20 hours ago
ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

ভুলতো ভাতৃক এই সময়ত নিপিন্ধাব ৰাশি, জীৱনলৈ আহিব অশুভ সময়!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰীতি যোগৰ সৈতে ৰবি যোগ! গ্ৰহৰাজ শনিৰ কৃপা থাকিব এই ৫ৰাশিত

প্ৰীতি যোগৰ সৈতে ৰবি যোগ! গ্ৰহৰাজ শনিৰ কৃপা থাকিব এই ৫ৰাশিত

editor by editor
December 20, 2024
in জীৱনশৈলী, বিবিধ
0
প্ৰীতি যোগৰ সৈতে ৰবি যোগ! গ্ৰহৰাজ শনিৰ কৃপা থাকিব এই ৫ৰাশিত
0
SHARES
575
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২১ ডিচেম্বৰ ২০২৪ শনিবাৰে চন্দ্ৰই দিনজুৰি সিংহ ৰাশিত বিৰাদ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহ মাহৰ কৃষ্ণা ষষ্ঠী তিথি৷ শনিবাৰে দিনৰ ১২ বাজি ২১ মিনিট পৰ্যন্ত ষষ্ঠী তিথি থাকিব৷ তাৰপাছতেই পুহৰ কৃষ্ণা সপ্তমী তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ প্ৰীতি যোগ আৰু আয়ুষ্মান যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু তাৰপাছত উত্তৰ ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ মিথুন ৰাশিৰ জাতকৰ ঘৰত আনন্দৰ পৰিবেশ থাকিব৷ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত খুবেই আৰামৰ দিন কটাব আপুনি৷ ঘৰৰ সৰু সৰু শিশুৰ সৈতে সময় কটাব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে৷ হঠাৎ বেছ কিছু টকা পইছা হাতলৈ আহিব পাৰে৷ সন্ধিয়া ঘৰত অতিথিৰ আগমন হ’ব পাৰে৷

কন্যা ৰাশি

কাইলৈ পৰিয়ালৰ প্ৰবীণসকলৰ আশীৰ্বাদ পাব কন্যা ৰাশিৰ জাতকে৷ কাইলৈ ৰবি যোগৰ প্রভাৱত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে আপুনি৷ এই সম্পত্তি বহুদিন ধৰি আপুনি পাবলগীয়া আছিল৷ অশান্তি দূৰ হ’ব৷ পুৰণি কোনো বন্ধুৰ সৈতে কাইলৈ দেখা হ’ব পাৰে৷

তুলা ৰাশি

কাইলৈ শনিবাৰে প্ৰীতি যোগৰ প্রভাৱত শুভ দিন কটাব তুলা ৰাশিৰ জাতকে৷ পৰিয়ালৰ সদস্যসকলে কাইলৈ সন্ধিয়া আপোনাক কোনো ছাৰপ্ৰাইজ দিব পাৰে৷ বন্ধুৰ সৈতে খুব আনন্দৰ সময় কটাব৷ সন্তানৰ সম্পৰ্কে কোনো ভাল খবৰ পাব পাৰে আপুনি৷ অৰ্থলাভৰ যোগ আছে৷ সুনাম আৰু প্ৰতিপত্তি বাঢ়িব৷

ধনু ৰাশি

কাইলৈ ৰবি যোগৰ প্ৰভাৱত ব্যৱসায়িক কামত প্ৰচুৰ লাভ কৰিব পাৰে ধনু ৰাশিৰ জাতকে৷ কাইলৈ টকা ধাৰ নিদিব৷ কামৰ বাবে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ সন্তানৰ পঢ়াশুনা সংক্ৰান্তিয় কোনো সুসংবাদ পাব পাৰে৷ সন্ধিয়াবেলা পৰিয়ালৰ সৈতে ভাল সময় কটাব৷ আৰ্থিকভাৱে কাইলৈ লাভৱান হ’ব ধনু ৰাশিৰ জাতক৷ বেংক বেলেন্স বাঢ়িব৷

মীন ৰাশি

কাইলৈ ২১ ডিচেম্বৰত শনিৰ আশীৰ্বাদ থাকিব মীন ৰাশিৰ ওপৰত৷ কাইলৈ পাবলগীয়া ধন লাভ কৰিব আপুনি৷ অশান্তি দূৰ হ’ব৷ নতুন সম্পত্তি কিনিব পাৰে৷ কোনো আত্মীয়ৰ পৰা সুখবৰ পাব পাৰে মীন ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!
বিশ্ব

নেপালক নালাগে বিদেশী সাহায্য, উদ্ধাৰকাৰী দল প্ৰেৰণৰ অনুৰোধ কৰিলে নাকচ!

August 28, 2026
স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!
জীৱনশৈলী

স্বাস্থ্যৰ বাবে মহৌষধ মানিমুনি, এই গুণৰ বিষয়ে জানি হ’ব আচৰিত!

August 28, 2026
পুনৰ ভুমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য কিমান আছিল জানক
বিশ্ব

পুনৰ ভূমিকম্পৰ জোকাৰণি, প্ৰাবল্য কিমান জানক?

August 28, 2026
বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’
ভাৰত

বিমানত গুজৰাটী খাদ্যৰ টেমাক লৈ বিতৰ্ক! ভাইৰেল ভিডিঅ’

August 28, 2026
Next Post
মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?

মাত্ৰ ১৭০০ টকাত ফুৰি আহক বৈষ্ণোদেৱী, লগতে পাব ফাইভ ষ্টাৰ হোটেলত থকাৰ সুবিধা, কোনে দিছে এই সুবিধা?

জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

জি পি সিং হ’ব CRPF পৰবৰ্তী DG! সলনি হ’ব ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান? কোনে ল’ব DGPৰ দায়িত্ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.