• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক

এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক

2 years ago
মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

38 minutes ago
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

1 hour ago
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

1 hour ago
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

2 hours ago
Image Credit source: PTI

কেতিয়াৰ পৰা অম্ববাচী? অম্বুবাচীত কি কৰিব আৰু কি নকৰিব জানো আহক

2 hours ago
গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

গৰমত চাহ খোৱাৰ অভ্যাস? হ’ব পাৰে ডিহাইড্ৰেচনৰ লক্ষণ!

2 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

3 hours ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

3 hours ago
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

4 hours ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

4 hours ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

5 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক

editor by editor
July 28, 2024
in অসম, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক
0
SHARES
431
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিন-দুদিন নহয়, আগষ্ট মাহত ১৪ দিন বন্ধ থাকিব বেংক

বেংকৰ লেনদেনৰ গুৰুত্বৰ কথা সকলোৱে জানে। সেয়ে বেংক এটা বন্ধ হোৱা মানে বহু লোকৰ বহু কামৰ ক্ষতি হোৱা। সেয়ে বেংক বন্ধৰ বিষয়ে ভালদৰে জানি থব বিচাৰে বহু লোকে।

পাছে এইবাৰ ২০২৪ চনত আগষ্ট মাহত কেইবাদিনো বন্ধৰ দিন পৰিছে। দেশজুৰি সৰ্বমুঠ  ১৪ দিন বন্ধ থাকিব বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ ৱেবছাইটত এই সন্দৰ্ভত তথ্য আপলোড কৰিছে।

আগষ্ট মাহৰ পৰা আৰম্ভ হয় হিন্দু উৎসৱ। এই মাহতে পৰে ৰক্ষাবন্ধন, জন্মাষ্টমী আৰু স্বাধীনতা দিৱসৰ দৰে কেইবাটাও অনুষ্ঠান। সেয়ে শীঘ্ৰে নিজৰ দৰকাৰী কাম সম্পূর্ণ কৰিব লওক। উৎসৱৰ উপৰিও ৪টা দেওবাৰ আৰু ২টা শনিবাৰেও বেংকসমূহ বন্ধ থাকিব।

আগষ্ট মাহত কোন দিনত বেংক বন্ধ হ’ব?
কেৰ পূজা উপলক্ষে অহা ৩ আগষ্টত  আগৰতলাত বন্ধ থাকিব বেংক।
৪ আগষ্ট দেওবাৰ। সমগ্ৰ দেশতে বন্ধ থাকিব বেংক।
৭ আগষ্টত হৰিয়ালি তীজ, হাৰিয়ানাত বন্ধ থাকিব বেংক।
৮ আগষ্টত ছিকিমত উদযাপন কৰা হ’ব টেণ্ডং লো ৰাম ফাট উৎসৱ, সেয়ে গেংটকত  বেংক বন্ধৰ দিন।
১০ আগষ্ট মাহৰ দ্বিতীয় শনিবাৰ। এই দিনটোতো সমগ্ৰ দেশৰ বেংকসমূহত ছুটী থাকিব।
১১ আগষ্টৰ দেওবাৰ।
১৩ আগষ্টত পেট্ৰিয়াট দিৱস। ইম্ফলত বন্ধ থাকিব বেংক।
স্বাধীনতা দিৱস ১৫ আগষ্ট। এই দিনটোত সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।
১৮ আগষ্ট দেওবাৰ।
ৰাক্ষবন্ধন উৎসৱ ১৯ আগষ্টত। আহমেদাবাদ, জয়পুৰ, কানপুৰ, লক্ষ্ণৌকে ধৰি বহু ঠাইত বেংক বন্ধ থাকিব।
২০ আগষ্টত শ্ৰী নাৰায়ণ গুৰু জয়ন্তী। কোচি আৰু তিৰুৱনন্তপুৰমত বন্ধ থাকিব বেংক।
২৪ আগষ্ট মাহৰ চতুৰ্থ শনিবাৰ।
২৫ আগষ্ট দেওবাৰ।
২৬ আগষ্ট জন্মাষ্টমী  উলক্ষে সমগ্ৰ দেশতে বেংক বন্ধ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AugustAugust Holidaybank holidayHoliday
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?
জীৱনশৈলী

মে মাহতেই উদিত হৈছে বুধ, এই ৪ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হাতলৈ ধন অহাৰ যোগ তৈয়াৰ হৈছে?

May 20, 2026
‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?
জীৱনশৈলী

‘৫০টকাতেই মন জিকি পেলালা…’ মেলোনিক প্রধানমন্ত্ৰী মোদীয়ে দিলে কি এনে উপহাৰ?

May 20, 2026
মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক
জীৱনশৈলী

মাত্ৰ ৭ ঘণ্টাৰ বাবে তৈয়াৰ হ’ব বৈধৃতি যোগ, ধনকুবেৰ হৈ উঠিব এই ৪ৰাশিৰ জাতক

May 20, 2026
৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!
ভাৰত

৯ বছৰত ১৭,০০০ৰো অধিক এনকাউণ্টাৰ, ২৮৯ জন অপৰাধী নিহত, যোগী চৰকাৰৰ চমক!

May 20, 2026
Next Post
আজি এবাৰ নহয় দুবাৰকৈ মুখামুখি হ’ব ভাৰত-শ্ৰীলংকা, এখন ফাইনেল আনখন টি২০

আজি এবাৰ নহয় দুবাৰকৈ মুখামুখি হ'ব ভাৰত-শ্ৰীলংকা, এখন ফাইনেল আনখন টি২০

ফলৰ ৰজা আমৰ পাত শৰীৰৰ বাবে বহু উপকাৰী জানেনে, বহু বেমাৰত ৰামবাণ

ফলৰ ৰজা আমৰ পাত শৰীৰৰ বাবে বহু উপকাৰী জানেনে, বহু বেমাৰত ৰামবাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.