• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ অন্তিমটো মাহত ১৭ দিন বন্ধ থাকিব বেংক, জানক সবিশেষ

বছৰৰ অন্তিমটো মাহত ১৭ দিন বন্ধ থাকিব বেংক, জানক সবিশেষ

2 years ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

35 minutes ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

1 hour ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

14 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

14 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

14 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

15 hours ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

15 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

16 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

17 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

18 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

19 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

বছৰৰ অন্তিমটো মাহত ১৭ দিন বন্ধ থাকিব বেংক, জানক সবিশেষ

editor by editor
November 27, 2024
in প্ৰযুক্তি, বিবিধ, ভাৰত
0
বছৰৰ অন্তিমটো মাহত ১৭ দিন বন্ধ থাকিব বেংক, জানক সবিশেষ
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ অন্তিমটো মাহত ১৭ দিন বন্ধ থাকিব বেংক, জানক সবিশেষ

২০২৪ বৰ্ষৰ অন্তিম মাহ সমাগত। এই ডিচেম্বৰ মাহটোত ৰাষ্ট্ৰীয় আৰু স্থানীয় বন্ধৰ বাবে বিভিন্ন স্থানত ১৭ দিনৰ বাবে বেংক বন্ধ থকাৰ সম্ভাৱনা আছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজৰ ৱেবছাইটত ৰাজ্যভিত্তিক, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় বন্ধৰ দিনসমূহৰ তথ্য প্ৰকাশ কৰিছে।

সদৰি কৰা তালিকা অনুসৰি শেষৰটো মাহ ডিচেম্বৰত দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ উপৰি ডিচেম্বৰ মাহত অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহ লগ লাগি মুঠ ১৭ দিন বেংক বন্ধ থাকিব।

প্ৰকাশিত তালিকা অনুসৰি বন্ধ সমূহ এনেধৰণৰ-
৩ ডিচেম্বৰ (শুকুৰবাৰ) বেংকৰ বন্ধ : ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ উৎসৱ দিৱস উপলক্ষে গোৱাত বন্ধ থাকিব বেংক।
১২ ডিচেম্বৰ (মঙলবাৰ ) তাৰিখে বেংক ছুটী পা-টোগান নেংমিঞ্জা চাংমা উপলক্ষে মেঘালয়ত বেংক বন্ধ থাকিব ।
উ ছ’ছ’ থামৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ১৮ ডিচেম্বৰ (বুধবাৰ) মেঘালয়ত বন্ধ থাকিব বেংক।
গোৱা মুক্তি দিৱসৰ বাবে অহা ১৯ ডিচেম্বৰত (বৃহস্পতিবাৰ) গোৱাৰ বেংক বন্ধ থাকিব।
বৰদিনৰ পূৰ্বে অহা ২৪ ডিচেম্বৰ (বৃহস্পতিবাৰ) মিজোৰাম, নাগালেণ্ড আৰু মেঘালয়ত বন্ধ থাকিব বেংক।
বৰদিনৰ কাৰণে ২৫ ডিচেম্বৰ (বুধবাৰ) তো সমগ্ৰ ভাৰতত বেংক বন্ধ থাকিব ।
বৰদিনৰ উদযাপনৰ বাবে ২৬ ডিচেম্বৰ (বৃহস্পতিবাৰ) বেংক বন্ধ।
২৭ ডিচেম্বৰ (শুকুৰবাৰ) বহু ঠাইত বৰদিন উদযাপনৰ বাবে স্থানীয় বন্ধ।
৩০ ডিচেম্বৰত (সোমবাৰ) উ কিয়াং নাংবাহ উপলক্ষে মেঘালয়ত বন্ধ থাকিব বেংক।
৩১ ডিচেম্বৰ (মঙলবাৰ) ত বেংক ছুটীৰ নৱবৰ্ষৰ পূৰ্বে মিজোৰাম আৰু ছিকিমত বেংক বন্ধ থাকিব ৷
সাপ্তাহিক বন্ধৰ বাবে ১, ৮, ১৫, ২২, ২৯ ডিচেম্বৰ (দেওবাৰ) ত বেংকৰ শাখাসমূহ বন্ধ থাকিব।
দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ হোৱাৰ বাবে ১৪ আৰু ১৮ ডিচেম্বৰ (শনিবাৰ) বেংকৰ শাখাসমূহত বন্ধ থাকিব ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BankBank Closedbank holidayIndian Bank Closed
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

June 14, 2026
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!
জীৱনশৈলী

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

June 14, 2026
Next Post
২ ডিচেম্বৰত ৩ টা গ্ৰহৰ স্থান সলনি, যাৰ ফলত ৫ ৰাশিৰ ওলট-পালট হৈ পৰিব জীৱন

২ ডিচেম্বৰত ৩ টা গ্ৰহৰ স্থান সলনি, যাৰ ফলত ৫ ৰাশিৰ ওলট-পালট হৈ পৰিব জীৱন

প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য

প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.