• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য

প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য

2 years ago
আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

11 minutes ago
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

58 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

1 hour ago
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

2 hours ago
বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা  ৯:৩০ বজাত কি আলোচনা হ’ল?

বেংকৰ নহয় কোনো ধৰ্মঘট, শেষ মুহূৰ্তত নিশা ৯:৩০ বজাত কি আলোচনা হ’ল?

2 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

৫ ৰাশি পাব পাৰে সুখবৰ, জানক আপোনাৰ দিনটো কেনেকুৱা যাব

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

12 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

13 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

13 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

14 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

14 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য

editor by editor
November 28, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য
0
SHARES
99
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰিয়ংকা গান্ধীৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ, এতিয়াৰ পৰা সংসদত একেলগে গান্ধী পৰিয়ালৰ ৩ সদস্য

আজিৰে পৰা প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ। ৱাইনাডৰ সাংসদ হিচাপে আজি শপত পাঠ পঢ়ে প্ৰিয়ংকা গান্ধীয়ে। ৱাইনাডৰ পৰা চাৰি লাখৰো অধিক ভোটত জয়লাভ কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাৰ সংসদীয় গণতন্ত্ৰৰ ইনিংছ আজিৰে পৰা আৰম্ভ হৈছে।

আজি তেওঁ লোকসভাত পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। সংসদ ভৱনত উপস্থিত হোৱাৰ লগে লগে প্ৰিয়ংকা গান্ধীয়ে কয় যে তেওঁ অতি সুখী। মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুল গান্ধীৰ সৈতে সংসদ ভৱনত উপস্থিত হৈছিল প্ৰিয়ংকা। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শপত পাঠ পঢ়াৰ বাবে প্ৰিয়ংকাৰ নাম মতাৰ লগে লগে, হাতত সংবিধান লৈ শপত গ্ৰহণ কৰিবলৈ উপস্থিত হয় প্ৰিয়ংকা।

এতিয়াৰ পৰা গান্ধী পৰিয়ালৰ তিনিগৰাকী একেলগে সাংসদ ভৱনত উপস্থিত থাকিব পাৰিব। ৰাহুল গান্ধী ৰায়ে বৰেলীৰ সাংসদ, প্ৰিয়ংকা গান্ধী ৱাইনাডৰ পৰা নিৰ্বাচিত হোৱাৰ বিপৰীতে ছোনিয়া গান্ধী ৰাজ্যসভাৰ সাংসদ।

সোমবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। ২০ ডিচেম্বৰলৈকে চলিব এই অধিৱেশন। প্ৰিয়ংকাই এতিয়া ভাতৃ ৰাহুলৰ সৈতে একেলগে লোকসভাত কেন্দ্ৰীয় চৰকাৰক কামৰ খতিয়ান দেখুৱাব বুলি ধাৰণা কৰা হৈছে। সংসদত উপস্থিত হোৱাৰ আগতেই প্ৰিয়ংকা গান্ধীয়ে মোডী চৰকাৰৰ কাম-কাজৰ ক্ষেত্ৰত চৰকাৰক অহৰহ মন্তব্য কৰি আহিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian Politicsoath takingpriyanka gandhiwainad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!
জীৱনশৈলী

আপোনাৰ ওঁঠ ক’লা পৰিছে নেকি? হ’ব পাৰে কোনো ৰোগৰ সংকেত!

September 28, 2026
চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?
বাণিজ্য

চৰকাৰে দিব বিনামূলীয়া সোণৰ আঙুঠি! কোন কোন হ’ব যোগ্য?

September 28, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

আগন্তুক মাহত ভাগ্যৰ দ্বাৰ খুলিব আপোনাৰ! জানক চাকৰি, ব্যৱসায়, ধন, প্ৰেম আৰু স্বাস্থ্যৰ খতিয়ান

September 28, 2026
মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

মূত্ৰনলীৰ সংক্ৰমণ আৰু ইউৰিক এচিড দূৰ কৰে এইবিধ খাদ্যই, গুণ জানি হ’ব আচৰিত

September 28, 2026
Next Post
সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি

সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি

বচ্চন উপাধী এৰিলে ঐশ্বৰ্যই ! এক অনুষ্ঠানত ডাঙৰ আখৰেৰে দেখা গ’ল কেৱল ‘ঐশ্বৰ্য ৰায়’

বচ্চন উপাধী এৰিলে ঐশ্বৰ্যই ! এক অনুষ্ঠানত ডাঙৰ আখৰেৰে দেখা গ'ল কেৱল 'ঐশ্বৰ্য ৰায়'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.