• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি

সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি

2 years ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

6 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

52 minutes ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

3 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

14 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

15 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি

editor by editor
November 28, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি
0
SHARES
917
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণৰ পাৰ্শ্বক্ৰিয়া, এই ৩ ৰাশিয়ে ভুলতো পৰিধান নকৰিব সোণ, স্বাস্থ্য-সৌভাগ্য দুয়োটাতে ক্ষতি

“সোণ”ক বহুমূলীয়া ধাতু বুলি কোৱা হয় আৰু ইয়াক পিন্ধিলে বহু উপকাৰ পোৱা যায়। জ্যোতিষৰ মতে যদি আপুনি সোণ পিন্ধে তেন্তে দুৰ্বল গ্ৰহবোৰকো শক্তিশালী কৰিব পাৰি। কাণত সোণ পিন্ধিলে সূৰ্য্য গ্ৰহ শক্তিশালী হয় আৰু সমাজত সন্মান বৃদ্ধি পায়।

বৃহস্পতি গ্ৰহৰ লগতো সোণৰ সম্পৰ্ক ৰখা হৈছে। সোণ পৰিধান কৰিলে ধন-সম্পত্তি বৃদ্ধি পায় আৰু বিলাসীতা উপভোগ কৰিব পাৰি। সোণ পৰিধান কৰিলে শৰীৰত শক্তি বৃদ্ধি পায় আৰু লগতে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পায়।

সোণৰ ইমানবোৰ উপকাৰ থকাৰ পিছতো ইয়াক পিন্ধিলে কিছুমান ৰাশিৰ বাবে উপকাৰী নহ’লেও ক্ষতিকাৰক হ’ব পাৰে। বৈদিক জ্যোতিষত এনে ৰাশিৰ বিষয়ে উল্লেখ আছে যাৰ বাবে সোণ পৰিধান কৰাটো শুভ নহয়। এনে ৰাশিৰ বাবে সোণ দুৰ্বল স্বাস্থ্যৰ লগতে দুৰ্ভাগ্যৰ কাৰক হ’ব পাৰে।

এই ৩ ৰাশিয়ে সোণ পৰিধান কৰিব নালাগে-

বৃষ ৰাশি
বৃষ ৰাশিৰ লোকে সোণ পিন্ধাটো ভাল বুলি গণ্য কৰা নহয়। সন্মান আৰু আত্মবিশ্বাস বৃদ্ধিৰ বাবে সোণক সৰ্বোত্তম বুলি গণ্য কৰা হয় যদিও বৃষ ৰাশিৰ লোকে জ্যোতিষীৰ পৰামৰ্শ লৈহে সোণ পৰিধান কৰিব লাগে। যদি আপুনি সোণ পিন্ধিব বিচাৰে তেন্তে প্ৰথমে আপোনাৰ জন্ম তালিকা পৰীক্ষা কৰক। ইয়াৰ পিছতহে সোণ পিন্ধাৰ কথা চিন্তা কৰক।

মিথুন ৰাশি
বৈদিক জ্যোতিষৰ মতে মিথুন ৰাশিৰ লোকে সোণ পৰিধান কৰিব নালাগে। এই ৰাশিৰ লোকে যদি জ্যোতিষীৰ পৰামৰ্শ অবিহনে সোণ পৰিধান কৰে তেন্তে তেওঁলোকে কু-প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হয়। কৰ্মৰ অগ্ৰগতি বন্ধ হ’ব পাৰে, স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, কেৰিয়াৰত সফল হোৱাত সমস্যাৰ সৃষ্টি হ’ব পাৰে ইত্যাদি।

কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ লোকে সোণ পিন্ধাটো ভাল বুলি গণ্য কৰা নহয় যদিও ৰাশিফল চাই আৰু জ্যোতিষীৰ পৰামৰ্শ লোৱাৰ পিছত তেওঁলোকে সোণ পিন্ধিব পাৰে। সোণ পিন্ধাৰ ফলত স্বাস্থ্য ভাল নহ’ব। বাৰে বাৰে অসুস্থ হৈ পৰিব। অগ্ৰগতি লাভ কৰাৰ আগতেই সমস্যাৰ সৃষ্টি হ’ব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?
অসম

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস
ক্ৰীড়া

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

September 29, 2026
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ
নিয়োগ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

September 29, 2026
Next Post
বচ্চন উপাধী এৰিলে ঐশ্বৰ্যই ! এক অনুষ্ঠানত ডাঙৰ আখৰেৰে দেখা গ’ল কেৱল ‘ঐশ্বৰ্য ৰায়’

বচ্চন উপাধী এৰিলে ঐশ্বৰ্যই ! এক অনুষ্ঠানত ডাঙৰ আখৰেৰে দেখা গ'ল কেৱল 'ঐশ্বৰ্য ৰায়'

আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ

আধাতে পঢ়া সামৰি ৰাজনীতিত প্ৰৱেশ, এতিয়া ৰেকৰ্ড গঢ়ি চতুৰ্থ বাৰৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ দিশে সোৰেণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.