• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

4 months ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

16 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

16 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

17 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

17 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

17 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

18 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

19 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

19 hours ago
পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

পুৰণি ৫টকীয়া নোটৰ বিনিময়ত ২৬ লাখ টকা?

20 hours ago
বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

বায়ুসেনাৰ পৰা স্বেচ্ছামূলক অৱসৰ ‘বীৰ চক্ৰ’ অভিনন্দন বৰ্তমানৰ

20 hours ago
৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

৯ মাহতকৈ অধিক সময় সাগৰত থকাৰ পিছত ভূমি স্পৰ্শ ৫০০০ মাৰ্কিন সৈনিকৰ

21 hours ago
আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

আজি আছে গৌৰী যোগ, এই ৩ ৰাশিৰ লোকৰ বাবে আজি বিশেষ শুভ দিন

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে' মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

editor by editor
April 29, 2026
in বাণিজ্য, বিবিধ, লেখা
0
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?
0
SHARES
558
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মে’ মাহত বেংকলৈ যাবলগীয়া কাম থাকিলে এই খবৰ জনাটো দৰকাৰ। কাৰণ আপুনি বিচৰা দিনটোত যদি বেংক বন্ধ থাকে, তেন্তে সমস্যাত পৰিব। মে’ মাহত কেইবাটাও আঞ্চলিক বন্ধৰ দিন। দেশজুৰি সকলো দিনতে বেংক বন্ধ নহ’ব যদিও কিছুমান বন্ধৰ দিনে কিছুমান স্থানত বেংকৰ কাৰ্যকলাপত প্ৰভাৱ পেলাব পাৰে। মে’ মাহত কোনখন চহৰত কিমান তাৰিখে বন্ধ থাকিব জানো আহক।

মে’ মাহত বেংকৰ বন্ধ

ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰি মহাৰাষ্ট্ৰ দিৱস, বুদ্ধ পূৰ্ণিমা, মে’ দিৱস (শ্ৰমিক দিৱস), পণ্ডিত ৰঘুনাথ মুৰ্মূৰ জন্মদিন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন,ৰাজ্য দিৱস, কাজী নজৰুল ইছলামৰ জন্মদিন, ঈদ-উল-আজহা (বাকৰি-ঈদ)/ঈদ-উল-জুহা, বকৰিদ আদি দিনত বেংক বন্ধ থাকিব (ঈদ-উজ-জুহা)।

  1. ১ মে’ত বেংকত বন্ধ: গুজৰাট, ওড়িশা, চণ্ডীগড়, তামিলনাডু, ছিকিম, ৰাজস্থান, নাগালেণ্ড, আৰু মেঘালয়ত বেংক খোলা থাকিব। মহাৰাষ্ট্ৰ দিৱস, বুদ্ধ পূৰ্ণিমা, মে’ দিৱস (শ্ৰমিক দিৱস), আৰু পণ্ডিত ৰঘুনাথ মুৰ্মুৰ জন্ম বাৰ্ষিকীৰ বাবে ২০২৬ চনৰ ১ মে’ত বেংকসমূহ বন্ধ থাকিব।
  2. ৩ মে’ত বন্ধ: এইটো দেওবাৰ আৰু সমগ্ৰ দেশতে দেওবাৰে বেংক বন্ধ থাকে।
  3. ২০২৬ চনৰ ৯ মে’ত বেংক বন্ধ- ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন উদযাপনৰ বাবে পশ্চিম বংগৰ বেংকসমূহ বন্ধ হ’ব ২০২৬ চনৰ ৯ মে’ত। ৯ মে’ দ্বিতীয়টো শনিবাৰ, আৰু এই উপলক্ষে দেশজুৰি বেংকসমূহ বন্ধ হৈ আছে।
  4. ১০ মে’ত বন্ধ: এইটো দেওবাৰ আৰু সমগ্ৰ দেশতে দেওবাৰে বেংক বন্ধ হৈ থাকে।
  5. ১৬ মে’, ২০২৬ তাৰিখে বেংক ছুটী: ৰাজ্য দিৱস উদযাপনৰ বাবে ছিকিমৰ বেংকসমূহ ১৬ মে’, ২০২৬ তাৰিখে বন্ধ থাকিব।
  6. ১৭ মে’ত বন্ধ: এইটো দেওবাৰ আৰু সমগ্ৰ দেশতে দেওবাৰে বেংক বন্ধ হৈ থাকিব।
  7. ২৩ মে’ত বন্ধ: এই দিনটো চতুৰ্থ শনিবাৰ আৰু সমগ্ৰ দেশতে চতুৰ্থ শনিবাৰে বেংক বন্ধ হৈ থাকিব।
  8. ২৪ মে’ত বন্ধ: এইটো দেওবাৰ আৰু সমগ্ৰ দেশতে দেওবাৰে বেংক বন্ধ থাকিব।
  9. ২৬ মে’ত বেংক ছুটীঃ কাজী নাজৰুল ইছলামৰ জন্মদিন উদযাপনৰ বাবে ২০২৬ চনৰ ২৬ মে’ত ত্ৰিপুৰাত বন্ধ থাকিব বেংক।
  10. ২৭ মে’ত বেংক ছুটীঃ ত্ৰিপুৰা, মধ্যপ্ৰদেশ, চণ্ডীগড়, উত্তৰাখণ্ড, অসম, অন্ধ্ৰ প্ৰদেশ, মণিপুৰ, জম্মু, কানপুৰ, কেৰালা, নাগালেণ্ড, পশ্চিম বংগ, উত্তৰ প্ৰদেশ, নতুন দিল্লী, ছত্তীশগড়, ঝাৰখণ্ড, মেঘালয়, হিমাচল প্ৰদেশ, শ্ৰীনগৰ, আৰু তেলেংগানাত বেংক বন্ধ থাকিব। মহাৰাষ্ট্ৰ, কৰ্ণাটক, ওড়িশা, তামিলনাডু, ছিকিম, ৰাজস্থান, অৰুণাচল প্ৰদেশ, গোৱা, আৰু বিহাৰত বন্ধ নহ’ব বেংক। আন ৰাজ্যত ঈদ আল আধা (বকৰিদ)/ঈদ আল জুহা পালনৰ বাবে বন্ধ থাকিব বেংক।
  11. ২৮ মে’ত বেংকৰ বন্ধৰ দিনঃ বকৰিদ (ঈদ-উল-জুহা) পালনৰ বাবে ২০২৬ চনৰ ২৮ মে’ত মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, ৰাজস্থান, জম্মু আৰু শ্ৰীনগৰ, গোৱা আৰু বিহাৰত বেংক বন্ধ থাকিব।
  12. ৩১ মে’ত বন্ধ: এইটো দেওবাৰ আৰু সমগ্ৰ দেশতে দেওবাৰে বেংক বন্ধ হৈ থাকিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!
জীৱনশৈলী

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

September 3, 2026
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা
অপৰাধ

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

September 3, 2026
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?
বিনোদন

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

September 3, 2026
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি
অসম

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

September 3, 2026
Next Post
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ'ব চৰকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.