• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

3 months ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

13 minutes ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

1 hour ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

2 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

2 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

3 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

3 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

4 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

5 hours ago
২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

২২ জুলাইৰ দিনটো কেনে যাব আপোনাৰ? জানক কাৰ কাৰ উদয় হ’ব ভাগ্য

6 hours ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

14 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

14 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

editor by editor
April 29, 2026
in অসম, বিবিধ, লেখা
0
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল
0
SHARES
77
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহানগৰীৰ মায়াত হেৰাই যোৱা ৩ যুৱতীৰ কাণ্ডই সকলোকে আচৰিত কৰিছে। কিছুদিন পুৰ্বে সংঘটিত হোৱা ৰাজ্য কঁপোৱা মঠঘৰীয়া দুৰ্ঘটনাৰ পিছত ইটোৰ পিছত সিটো তথ্য পোহৰলৈ আহি আছে।

দুৰ্ঘটনাৰ পূৰ্বে ৩ গৰাকী যুৱতী আৰু অভিযুক্ত চালক চামিম আহমেদে ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত থকা Exoro Bar-ত নিশা ১১ বজাৰ পৰা ৩ বজালৈকে প্ৰায় ৫ ঘণ্টা সময় অতিবাহিত কৰিছিল। দুৰ্ঘটনাৰ পূৰ্বে ৩ গৰাকী যুৱতী আৰু অভিযুক্ত চালক চামিম আহমেদে ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত থকা Exoro Bar-ত নিশা ১১ বজাৰ পৰা ৩ বজালৈকে প্ৰায় ৫ ঘণ্টা সময় অতিবাহিত কৰিছিল।

এতিয়া চামিমসহ ৩ যুৱতীয়ে পাৰ্টি কৰা বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। ১২.৩০ বজাৰ পৰিৱৰ্তে ৩ বজালৈ খোলা থকা বাৰৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।

আৱকাৰী নিয়ম অনুসৰি ১২.৩০বজালৈকেহে বাৰ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। কিন্তু নিয়ম ভংগ কৰি পুৱতি নিশালৈ খোলাৰ অনুমতি কেনেকৈ পালে EXOROবাৰে?

আজি ৰুদ্ৰাক্ষ ম’লৰ টপ ফ্ল’ৰত থকা EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়। আৱকাৰী বিভাগৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰে গীতিমা বৰাই।

বাৰ, আৱকাৰী বিভাগৰ বিৰুদ্ধে 106 BNSধাৰাত গোচৰ পঞ্জীয়নৰ আহ্বান জনাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ
ভাৰত

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

July 22, 2026
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?
বাণিজ্য

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

July 22, 2026
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!
বিনোদন

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

July 22, 2026
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী
বিনোদন

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

July 22, 2026
Next Post
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ'ব চৰকাৰ?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.