• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

2 years ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

55 minutes ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

2 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

2 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

2 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

3 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

3 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

4 hours ago
বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

5 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

6 hours ago
দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

7 hours ago
Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

Daily Horoscope: কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

7 hours ago
কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

কেনেকুৱা পানীৰে গা ধোৱা উচিত? আয়ুৰ্বেদৰ পৰা জানক সঠিক উত্তৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

editor by editor
March 21, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা
0
SHARES
258
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে খোলা থাকিব সকলো বেংক, ৰিজাৰ্ভ বেংকে দিলে নিৰ্দেশনা

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) এক নিৰ্দেশনা সদৰি কৰিলে যে, দেওবাৰে খোলা ৰাখিব লাগিব বেংক। দেশৰ সকলো বেংককে নিৰ্দেশনা দিছে যে, অহা ৩১ মাৰ্চ দেওবাৰে খোলা ৰাখিব লাগিব সকলো বেংক।

তাতে আৰু চলিত বিত্তীয় বৰ্ষৰ শেষটো দিন হোৱাত সেই দিনা বাধ্যতামূলকভাৱে বেংক খোলা ৰখাৰ নিৰ্দেশনা। চলিত ২০২৪ চনৰ ৩১ মাৰ্চত চৰকাৰী লেনদেনৰ সৈতে জড়িত সকলো এজেন্সী তথা বেংকক লেনদেনৰ বাবেই খোলা ৰখাৰ নিৰ্দেশ।

উল্লেখ্য যে, প্ৰত্যেৰ বৰ্ষতেই বিত্তীয় বৰ্ষৰ শেষৰটো দিনত বেংক খোলা ৰখাৰ ক্ষেত্ৰত বাধ্যতামূলক। যাৰ বাবে এইবাৰ দেওবাৰ পৰাৰ পাছতো খোলা ৰাখিব লাগিব বেংক।

পাছে তাৰ পূৰ্বে একেলগে ৩ দিন বন্ধ পাব বেংকে। ২৩, ২৪ আৰু ২৫ মাৰ্চত দেশৰ সকলো বেংক বন্ধ থাকিব। ২৩ মাৰ্চত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে , ২৪ তাৰিখ দেওবাৰ হোৱা বাবে আৰু ২৫ মাৰ্চত হোলী উদযাপনৰ বাবে সমগ্ৰ দেশতো বন্ধ থাকিব বেংক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 31 MarchBankBank OpenFinancial yearrbiYear Ending
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?
জীৱনশৈলী

ফুচকাৰ জন্ম দ্ৰৌপদীৰ হাতত হৈছিল! ক’ত, কোনে, কেনেকৈ আৰম্ভ কৰিছিল এই লোভনীয় খাদ্য?

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

নক্ষত্ৰ সলনি কৰিব ৰঙা গ্ৰহ মঙ্গলে, মঙ্গলৰ নক্ষত্ৰ সলনিত প্ৰেম, ধন হাতলৈ আহিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 29, 2026
Next Post
হয়তো এয়াই শেষ ! চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে

হয়তো এয়াই শেষ ! চি এছ কেৰ অধিনায়ক পদ এৰিলে ধোনীয়ে

সমুখত বিধানসভা নিৰ্বাচন, কি হ’ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

সমুখত বিধানসভা নিৰ্বাচন, কি হ'ব এতিয়া পৰৱৰ্তী পদক্ষেপ, নে গ্ৰেপ্তাৰৰ পাছত এতিয়া পদত্যাগহে কৰিব লাগিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.