অসম লাইভ ২৪ঃ গুৱাহাটীত বেংক প্ৰতিষ্ঠানৰ লুণ্ঠনৰ ঘটনা৷ প্ৰৱঞ্চনাৰে লুটিছে বহু লাখ লাখ টকা৷ Aamar Axom Vikash Nidhi Limitedৰ লুণ্ঠন৷ আকৰ্ষণীয় সুবিধা প্ৰদানৰ ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গ্ৰাহকক৷ ‘অসম লাইভ ২৪’ exclusive৷ আমাৰ অসম বিকাশ নিধি লিমিটেডে ছেভিংছ বেংক, ৰেকাৰিং ডিপ’জিটৰে লুণ্ঠন বেংকৰ গ্ৰাহকক৷ কম বিনিয়োগত অধিক সুদ দিয়াৰ দিছিল প্ৰতিশ্ৰুতি৷ দিছপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ