মুখ্যমন্ত্ৰীৰ শুভ দশাৰ মাজতেই আছে কেইটামান বেয়া খবৰ৷
বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত প্ৰকাশ পাইছে এই তথ্য৷
আগন্তুক ১৪ আহাৰৰ পৰা সাৱধান নহ’লে বিপদ হ’ব মুখ্যমন্ত্ৰী শৰ্মাৰ৷
সাৱধান নহ’লে বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী শৰ্মা৷
‘কথা কওতে সাৱধান হ’ব লাগিব হিমন্ত বিশ্ব শৰ্মা’৷
‘ৰাহু আৰু কেতু সঞ্চাৰ হোৱাৰ ফলত বিপদত পৰিব পাৰে মুখ্যমন্ত্ৰী’৷
‘নিজৰ ভুলৰ বাবেই ভাল কামো নষ্ট হ’ব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ’৷
‘স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব লাগিব হিমন্ত বিশ্ব শৰ্মা’৷
‘দেহৰ যত্ন ল’ব লাগিব মুখ্যমন্ত্ৰীয়ে’৷
বৰপেটা সত্ৰ বৰ্ষফল গণনাত এই ভৱিষ্যতবাণী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ