• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

7 months ago
কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি

কাজিৰঙাৰ দুৰ্ঘটনাই জোকাৰিলে পৰিবহণ বিভাগক, তাৎক্ষণিকভাৱে নিলম্বন ৬ বিষয়া

2 minutes ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

ঘৰত কাজিয়াই অশান্তি কৰিছে? পৰিয়ালত সুখ-শান্তিৰ বাবে মানি চলক এই বাস্তুৰ নিয়ম

11 minutes ago
সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

34 minutes ago
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!

ভুলতো এঘণ্টা ধৰি নাৰাখিব প্ৰস্ৰাৱ, পৰিব ডাঙৰ বিপদত!

57 minutes ago
Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

Badrinath 2026: আজিৰে পৰা ৬ মাহলৈ বন্ধ বদ্ৰীনাথ ধাম, দুৱাৰ বন্ধৰ পূৰ্বে কিয় নাৰীৰ বেশ লয় পূজাৰীয়ে?

2 hours ago
Job Alert- বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

অসম ৰাইফলছৰ ৩৫৪টা পদৰ বাবে নিযুক্তি, শীঘ্ৰে কৰক আবেদন

2 hours ago
বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

বিশ্বৰ তিনিগৰাকী মহাশক্তিধৰ নেতাৰ মহামিলন! ট্ৰাম্প, ছি জিনপিং আৰু পুটিনৰ ত্ৰিপাক্ষিক বৈঠক

3 hours ago
১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

১ লাখ টকা উপাৰ্জন? ১০ বছৰৰ পাছত কিমান টকা পাব? সম্পূৰ্ণ হিচাপ জানি লওক

5 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

পুনৰ অনুভূত ভূমিকম্পৰ জোকাৰণি, ৰিখটাৰ স্কেলত প্ৰাৱল্য ৪.১

5 hours ago
আপুনি জানেনে আচলতে ষঠী মাইয়া কোন? কিয় ষট পূজা পালন কৰে জানক

আপুনি জানেনে আচলতে ষঠী মাইয়া কোন? কিয় ষট পূজা পালন কৰে জানক

6 hours ago
কাইলৈ ৩ ৰাশিৰ উদয় হ’ব ভাগ্য, পাব ইটোৰ পিছত সিটো নতুন খবৰ!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি, প্ৰেম আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ

7 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

মেষৰ পৰা মীনলৈ… আজি ১২ ৰাশিৰ ভাগ্যত কি আছে জানো আহক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, November 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

editor by editor
April 13, 2026
in জীৱনশৈলী, বিনোদন, লেখা, সংগীত
0
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁৰ কণ্ঠত জাদু আছিল৷ এটা দুটা গীত নহয়, একাধিক ছুপাৰহীট গানে তেওঁক কৰি তুলিছিল মেলোডি কুইন৷ সেই সুৰৰ আকাশৰ নক্ষত্ৰ পতন৷ প্ৰেম, ৰোমান্সৰ পৰা বিৰহ, দীৰ্ঘ সাত দশকতকৈ বেছি সময় ধৰি হাজাৰ হাজাৰ গানেৰে শ্ৰোতাৰ মন কাঢ়িছিল আশা ভোঁছলেই৷ অৱশ্যে বহুতৰেই অজানা যে, কেৰিয়াৰত প্ৰায় ১২হাজাৰৰো বেছি গীত গাইছে আশাই৷ যিয়ে তেওঁক বিশ্বৰ অন্যতম সৰ্বাধিক গান ৰেকৰ্ড কৰা গায়িকাসকলৰ ভিতৰত এগৰাকী কৰি তোলে৷

আৰ ডি বৰ্মনৰ সৈতে কেৱল ব্যক্তিগত জীৱনেই নহয়, সংগীত জগতলৈ বিপ্লৱো আনিছিল আশাই৷ দম মাৰো দম, কিংবা পিয়া তু অব তো আজা…ৰ দৰে গীতত তেওঁৰ কণ্ঠেৰে চমক দিছিল শ্ৰোতাসকলক৷ কেৱল পঞ্চমৰ সৈতেই নহয়, ওপি নায়াৰৰ পৰা শচীন দেৱ বৰ্মনৰ সুৰতো তেওঁ উপহাৰ দিছিল এটাৰ পাছত আনটো কালজয়ী গীত৷ কিশোৰ কুমাৰৰ সৈতে তেওঁৰ ডুয়েটৰ ভক্ত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷

চন ১৯৪৩৷ মাত্ৰ ১০ বছৰ বয়সতে প্ৰথম প্লে বেংক কৰিছিল আশা ভোঁছলেই৷ মাৰাঠি ছবি মাজা বাল…ৰ বাবে চলা চলা নব বালা গীতটিৰেই আৰম্ভ হৈছিল তেওঁৰ সাংগীতিক যাত্ৰা৷ ইয়াৰ পাছতেই ১৯৪৮ চনত চুনাৰিয়া চিনেমাৰ ছাৱান আয়া গীতৰ মাধ্যমেৰে তেওঁ হিন্দী প্লেবেকৰ দুনীয়াত ভৰি ৰাখে৷ ১৯৮১ চনৰ উমৰাও জান ছবিত ইন আঁখো কি মস্তি…ৰ পৰা তিছৰি মঞ্জিলৰ ও মেৰা সোনা ৰে…ত অসাধাৰণ পাৰ্ফৰমেন্স আশাৰ৷

হিন্দীৰ ওপৰিও মাৰাঠি, গুজৰাটী, বাংলা, অসমীয়া, তামিল আনকি ইংৰাজীতো গীত গাইছে আশাই৷ ২০টাতকৈ বেছি ভাষাত ১২ হাজাৰৰো বেছি গীত গাই তেওঁৰ গীনিজ বুক অফ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে৷ বলীউডৰ প্ৰায় সকলো প্ৰথমশাৰীৰ অভিনেত্ৰীৰ চিনেমাতেই কণ্ঠ আছে আশা ভোঁছলেৰ৷

ভাৰতৰ বিভিন্ন ভাষাত অজস্ৰ চলচ্চিত্ৰ আৰু এলবামৰ বাবে অসংখ্য গীত ৰেকৰ্ড কৰি বহু পুৰস্কাৰো লাভ কৰিছে আশা ভোঁছলেই৷ তেওঁ সন্মানিত হৈছে দাদাচাহেব ফাল্কে পুৰস্কাৰেৰে৷ ২০০৮ চনত লাভ কৰিছে পদ্মভূষণ৷ ইয়াৰোপৰি ১৯৯৭ চনত গ্ৰেমীৰ বাবে মনোনীত হৈছিল তেওঁ৷ তেওঁৰ জনপ্ৰিয় গীতসমূহৰ মাজত অন্যতম পিয়া তু অৱ তো আজা, চুৰা লিয়া হে তুমনে জো দিল কো, এক পৰদেশী মেৰা দিল লে গয়া, ইন আঁখো কি মস্তি, তুমছে মিলকে, জাৱানি জানে মন আদি৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কান্দিছে কাজিৰঙাই! মৃতকৰ সংখ্যা বৰ্তমানলৈ প্ৰায় ২৬গৰাকীলৈ বৃদ্ধি
অসম

কাজিৰঙাৰ দুৰ্ঘটনাই জোকাৰিলে পৰিবহণ বিভাগক, তাৎক্ষণিকভাৱে নিলম্বন ৬ বিষয়া

November 16, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

ঘৰত কাজিয়াই অশান্তি কৰিছে? পৰিয়ালত সুখ-শান্তিৰ বাবে মানি চলক এই বাস্তুৰ নিয়ম

November 16, 2026
সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?
বিনোদন

সোণাক্ষীৰ আপত্তিজনক ফটো ভাইৰেল! কিয় খালী হাতেৰে উভতি আহিল মুম্বাই আৰক্ষী?

November 16, 2026
প্ৰস্ৰাৱৰ অধিক দুৰ্গন্ধ আৰু পেটত তীব্ৰ বিষ… আওকাণ নকৰিব এনেবোৰ লক্ষণ!
জীৱনশৈলী

ভুলতো এঘণ্টা ধৰি নাৰাখিব প্ৰস্ৰাৱ, পৰিব ডাঙৰ বিপদত!

November 16, 2026
Next Post
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.