• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

6 months ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

16 minutes ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

44 minutes ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

1 hour ago
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

2 hours ago
বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

বিপদত অঞ্জলি অৰোৰা! ১৫ দিনৰ DEADLINE

3 hours ago
ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

ৰজনীকান্তৰ ‘জেইলৰ ২’ত ৩ অসমীয়া

4 hours ago
১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

১ নৱেম্বৰৰ পৰা কঠোৰ নিৰ্দেশনা

4 hours ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

5 hours ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

6 hours ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

18 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

19 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

editor by editor
April 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সূৰ্যক অৱস্থান, প্ৰতিপত্তি, সিদ্ধান্তৰ সক্ষমতাৰ প্ৰতীক হিচাপে ধৰা হয়৷ জ্যোতিষশাস্ত্ৰত ইয়াক আত্মাৰ কাৰক গ্ৰহ বুলিও কোৱা হয়৷ সূৰ্যই পৃথিৱীৰ সকলোতকৈ ডাঙৰ শক্তিৰ উৎস৷ হিন্দুধৰ্মত সূৰ্যদেৱৰ অত্যন্ত গুৰুত্বপূৰ্ণ স্থান আছে৷ ধৰ্মীয় গ্ৰন্থত তেওঁৰ মহিমাৰ ব্যাপক প্ৰশংসা কৰা হৈছে৷ প্ৰকৃতপক্ষে হিন্দুধৰ্মত সূৰ্যদেৱক শক্তি, সন্মান আৰু আত্মবিশ্বাসৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়৷ গ্ৰহৰ ৰজা সূৰ্যই প্ৰতি মাহত ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ সূৰ্যই বছৰি ১২ বাৰ তাৰ ৰাশিচক্ৰ পৰিবৰ্তন কৰে৷ যেতিয়া সূৰ্যই এক ৰাশিৰ পৰা অন্য ৰাশিত প্ৰৱেশ কৰে বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া তাৰ প্ৰভাৱ সকলো ৰাশিৰ জাতকৰ ওপৰত কম বেছি পৰে৷

১৪ এপ্ৰিলত সূৰ্যই তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ জ্যোতিষীৰ মতে যেতিয়া সূৰ্যই তাৰ অৱস্থান পৰিবৰ্তন কৰে তাৰ প্ৰভাৱ সমস্ত ৰাশিৰ ওপৰতেই অনুভূত হয়৷ দৃক পঞ্চাঙ্গ অনুসৰি ১৪ এপ্ৰিলত সূৰ্যই মেষ ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত এই নক্ষত্ৰটিক শক্তি আৰু পোহৰৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ সূৰ্যৰ এই ৰাশি পৰিবৰ্তন আৰু নক্ষত্ৰ পৰিবৰ্তন উভয়কেই নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ লাকী ৰাশি কি কি?

মেষ ৰাশি

মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় অত্যন্ত ইতিবাচক হব৷ কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ যথাযথ স্বীকৃতি বা প্ৰশংসা পাব পাৰে৷ আপুনি নতুন কোনো দায়িত্ব পাব পাৰে যিয়ে ভৱিষ্যতে আপোনাৰ বাবে ইতিবাচক সুফল কঢ়িয়াই আনিব৷ আয়ৰ পৰিমাণ বৃদ্ধিৰো স্পষ্ট ইংগিত দেখা গৈছে৷ নতুন চাকৰিৰ সুযোগো তৈয়াৰ হব পাৰে৷ পুৰণি কোনো বিনিয়োগৰ পৰা মুনাফা লাভৰ প্ৰৱল সম্ভাৱনা আছে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই গোচৰ স্বস্তিদায়ক প্ৰমাণিত হব৷ কৰ্মক্ষেত্ৰত সমস্যসমূহ দূৰ হব৷ চাকৰিত পদোন্নতিৰ সুযোগ আছে৷ দৰমহা বৃদ্ধিৰো ইংগিত পোৱা গৈছে৷ যিসকল ব্যৱসায়ৰ সৈতে যুক্ত তেওঁলোকে ভাল মুনাফা অৰ্জন কৰিব পাৰে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময়ে প্ৰগতিৰ বাৰ্তা কঢ়িয়াই আনিব পাৰে৷ পদোন্নতিৰ সম্ভাৱনা প্ৰৱল৷ কৰ্মক্ষেত্ৰত সাফল্য লাভৰ যোগ আছে৷ যিসকল সৃজনশীল কাম আৰু শিক্ষা সংক্ৰান্তিয় পেছাৰ সৈতে যুক্ত তেওঁলোক বিশেষভাৱে উপকৃত হব৷ আপুনি লোৱা সিদ্ধান্তসমূহ সঠিক আৰু সুচিন্তিত প্ৰমাণিত হব৷ ইয়াৰোপৰি বাহন বা যানবাহন কিনাৰ দৰে ডাঙৰ কোনো ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আছে৷

সূৰ্যক শক্তিশালী কৰাৰ উপায়

প্ৰতিদিনে পুৱা সূৰ্যোদয়ৰ সময়ত এক তামৰ পাত্ৰত ৰঙা ফুল অথৱা সেন্দুৰ মিশ্ৰিত পানী লৈ সূৰ্যদেৱক অৰ্পন কৰক৷ পুৱাই অৰ্পণৰ সময়ত ওম সূৰ্যায় নমঃ অথৱা ওম ঘৃণি সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰক৷ দেওবাৰে উপবাসে থকা বা সূৰ্যদেৱৰ বিশেষ পূজা আৰাধনা কৰাটো অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ ইতিবাচক শক্তি সঞ্চাৰৰ বাবে প্ৰতিদিনে পুৱা সূৰ্যৰ পোহৰ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ
ভাৰত

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

October 24, 2026
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত
জীৱনশৈলী

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

October 24, 2026
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!
ভাৰত

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

October 24, 2026
ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ
জীৱনশৈলী

ৰোগীৰ সুৰক্ষাক লৈ উদ্বেগ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

October 24, 2026
Next Post
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.