• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

2 years ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

6 minutes ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

46 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

4 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

14 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

16 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ

editor by editor
December 28, 2024
in অসম, জীৱনশৈলী
0
অপেক্ষাৰ অন্ত! কন্যাক লৈ বৰষাই জনালে বিশেষ খবৰ
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদ্য মাতৃ হৈছে বৰষা ৰাণী বিষয়া৷ বৰষাৰ মাতৃত্বৰ খবৰে সকলোকে আনন্দিতও কৰিছে৷ বহুজনে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনাইছে বৰষা ৰাণী বিষয়াক৷ ২৩ ডিচেম্বৰত বৰষা ৰাণী বিষয়াৰ কোলা শুৱনি কৰিছে কন্যাই।

News18 Assam

বৰষা-ভাস্কৰে সন্তান অহাৰ পূৰ্বে  সন্তান আগমনক লৈ  কোনো ধৰণৰ পোষ্ট বা ভিডিঅ’ শ্বেয়াৰ কৰা নাছিল৷ সকলোৱে বৰষাক দেখিহে অনুমান কৰিছিল যে বৰষা মাতৃ হোৱাৰ পথত৷ শেহতীয়াকৈ বৰষাই মাতৃ হোৱাৰ পূৰ্বে মৰা কিছু ফটো শ্বেয়াৰ কৰিছে৷

News18 Assam

সামাজিক মাধ্যমত বৰষাই তেওঁৰ স্বামী ভাস্কৰক টেগ কৰি লিখিছে কিছু কথা৷ ‘ ‘‘প্ৰথমে পলাশৰ ৰঙেৰে ৰঙা কৰিলা এতিয়া প্ৰকৃতিৰ ৰঙেৰে মোৰ জীৱনলৈ ব’হাগ নমালা’’, বুলি ভাস্কৰক টেগ কৰি আপলোড কৰিছে কেইখনমান ফটো৷

News18 Assam

প’ষ্টত বৰষা ৰাণী বিষয়াই অন্তঃসত্বা হৈ থকাৰ অৱস্থাৰ কেইখনমান বিশেষ ফটো শ্বেয়াৰ কৰিছে৷ প’ষ্টত বৰষা ৰাণীয়ে লিখিছে, ‘মই অন্তঃসত্বা অৱস্থাতত কোনোধৰণৰ ফটোশ্বুট কৰা নাছিলো। কিন্তু বিশেষ দিনটোৰ পূৰ্বে ভাস্কৰে কেইখনমান ফটো তুলি দিছিল৷’ অৱশ্যে বৰষা ৰাণী বিষয়াই এতিয়াও ৰাজহুৱা কৰা নাই কন্যা ফটো আৰু কন্যাৰ নাম। সকলোৱে বৰষা ৰাণীৰ কন্যাৰ নাম জানিবলৈ আগ্ৰহী হৈছে আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়
জীৱনশৈলী

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

July 16, 2026
Next Post
নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.