• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

2 years ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

5 minutes ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

33 minutes ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

50 minutes ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

2 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

3 hours ago

কেতিয়াও ফোনৰ বাবে ব্যৱহাৰ নকৰিব নকল চাৰ্জাৰ, এটা ভুলে মাতিব বিপদ!

3 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ৰাজ্যত HIT and RUN ৰ ঘটনা, ৰাজপথত নিথৰ দেহ পৰি ৰ’ল অন্তঃসত্বা মহিলাৰ

4 hours ago
৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

৮টা খিতাপ জয়েৰে সোণালী অধ্যায়ৰ অন্ত! অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে

5 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

কোন দিশত মূৰ দি টোপনি গ’লে শুভ? ভুল কৰিলে বিপদ অনিবাৰ্য!

6 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

নাৰীয়ে পুৰুষৰ ক’ত প্ৰথম চকু দিয়ে, জানি হ’ব আচৰিত!

7 hours ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

10 hours ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ

editor by editor
December 28, 2024
in জীৱনশৈলী, বিবিধ, লেখা
0
নতুন বছৰৰ আৰম্ভণিতেই ধন যোগ, নতুন সপ্তাহত উন্নতি চকুত লগা হ’ব এই ৫ৰাশিৰ
0
SHARES
966
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২৪ চনৰ শেষ আৰু ২০২৫ চনৰ প্ৰথম সপ্তাহ৷ এই সপ্তাহৰ প্ৰথম ভাগতেই মকৰ ৰাশিত অৱস্থান কৰিব চন্দ্রই৷ ইয়াৰোপৰি চন্দ্ৰৰ ওপৰত থাকিব মঙ্গলৰ সপ্তম দৃষ্টি৷ ইয়াৰ প্ৰভাৱত গঠিত হ’ব ধন যোগ৷ বৈদিক জ্যোতিষ অনুসৰি ধন যোগৰ প্ৰভাৱত জাতকৰ জীৱনত সকলো ধৰণৰ সুখ সমৃদ্ধি আহিব৷ ৩০ ডিচেম্বৰ ২০২৪ৰ পৰা ৫জানুৱাৰী ২০২৫ পৰ্যন্ত আগন্তুক সপ্তাহত ধন যোগৰ প্ৰভাৱত সুখ, সম্পদ, সম্পত্তি আৰু প্ৰতিপত্তি লাভ কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক নতুন বছৰৰ আৰম্ভণিতেই কাৰ কাৰ ভাগ্য খুলিব?

বৃষ ৰাশি

বিভিন্ন গ্ৰহ নক্ষত্ৰৰ অৱস্থানে জনাইছে যে নতুন সপ্তাহত নিজৰ পৰিকল্পনামতে সকলো কাম কৰিব পাৰিব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত যি কামতেই হাত দিব তাতেই সাফল্য লাভ কৰিব৷ কোনো কামক লৈ মনত সংশয় থাকিলে আগন্তুক সপ্তাহত সেই কামত ভাল ফলেই পাব৷ ব্যৱসায়, কনছালটেন্সি আৰু চুক্তিভিত্তিক কামত লাভ বাঢ়িব৷

মিথুন ৰাশি

২০২৫ চনৰ প্ৰথম সপ্তাহ আনন্দেৰে কটাব মিথুন ৰাশিৰ জাতকে৷ আগন্তুক সপ্তাহত অভাৱনীয় কিছু লাভ হ’ব আপোনাৰ৷ অফিচত আপোনাৰ বাবে পৰিবেশ অনুকূল থাকিব৷ কৰ্মক্ষেত্ৰত যি সমস্যাত বেছ কিছুদিন ধৰি আপুনি ভূগি আছিল সেই সমস্যা আঁতৰিব৷ আপুনি নিজৰ বিৰোধীসকলক পৰাজিত কৰিব পাৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে ৩০ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰী পৰ্যন্ত এই সপ্তাহ শুভ আৰু লাভজনক হ’ব৷ এই সপ্তাহত আপুনি পৰিকল্পনামতে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ নিজৰ লক্ষ্যৰ দিশত আৰু কিছু আগুৱাই যাব কন্যা ৰাশিৰ জাতক৷ সপ্তাহটো বিলাসবহুল ভাৱে কটাব পাৰিব৷ চাকৰিত প্ৰমোছন পাব পাৰে৷ মহিলা চাকৰিয়ালৰ বাবে শুভ সময়৷

বৃশ্চিক ৰাশি

বছৰৰ প্ৰথম সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ কেৰিয়াৰত বৃহৎ সাফল্য লাভ হ’ব৷ কোনো কোনো ক্ষেত্ৰত চেলেঞ্জৰ মুখত পৰিলেও আপুনি শেষ পৰ্যন্ত জয়ী হ’ব৷ আগন্তুক সপ্তাহত পৰিয়াল আৰু অফিচ সংক্ৰান্তিয় যাৱতীয় সমস্যাৰ সমাধান কৰিব পাৰিব৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব পাৰে৷ আত্মবিশ্বাসেৰে তুংগত থাকিব আপুনি৷

 ধনু ৰাশি

২০২৫ চনৰ আৰম্ভণিতেই সকলো কামত সৌভাগ্যক নিজৰ কাষত পাব ধনু ৰাশিৰ জাতকে৷ নিজৰ সকলো কামতেই সফল হ’ব৷ কৰ্মক্ষেত্ৰত উন্নতি কৰাৰ নতুন সম্ভাৱনা খুলি যাব আপোনাৰ সন্মুখত৷ আদালতত গোচৰ চলিলে তাৰ ৰায় আপোনাৰ পক্ষত আহিব পাৰে৷ ব্যৱসায়ীসকলে ভাল লাভ কৰিব পাৰিব৷ দাম্পত্য জীৱনত মাধুৰ্য থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ
অসম

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

October 7, 2026
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ
অসম

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

October 7, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

October 7, 2026
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

October 7, 2026
Next Post
কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

কৰিনা হিন্দুও নহয়, মুছলমানো নহয়! কি ধৰ্মত বিশ্বাসী কৰিনা?

চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.