• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

2 years ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

34 minutes ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

1 hour ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

2 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

3 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

4 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

20 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

20 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

21 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

21 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

22 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

23 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে

editor by editor
December 28, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
চুম্বনলৈ ভয় আমিৰ খানৰ! আমিৰৰ আজৱ চুম্বনৰ গল্প শুনালে আমিৰৰ সহ অভিনেত্ৰীয়ে
0
SHARES
160
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজা হিন্দুস্থানী ছবিত কৰিশ্মা কাপুৰৰ ওঁঠত দীৰ্ঘতম চুমা খাই ৰেকৰ্ড গঢ়িছিল আমিৰ খানে৷ দিল ছবিত মাধুৰীৰো ওঁঠত ওঁঠ থৈছিল আমিৰে৷ সেই আমিৰেই এতিয়া চুমালৈ ভয় কৰে৷ অন কেমেৰা নায়িকাৰ ওঁঠত ওঁঠ ৰাখিবলৈ ভয় কৰে আমিৰে৷

কোনো ছবিত চুমা খোৱাৰ দৃশ্য থাকিলেই শৰীৰ ঘামি উঠে বুলি কৈ আমিৰৰ চুম্বন ভয়ৰ এটা কাহিনী প্ৰকাশ কৰিছে তেওঁৰ সহ অভিনেত্ৰীয়ে৷ এই গল্প শ্বেয়াৰ কৰিছে আমিৰৰ সহ অভিনেত্ৰী কিটু গিদৱানিয়ে৷ ১৯৮৪ চনত মুক্তি পাইছিল আমিৰৰ ছবি ‘হোলি৷’ সেই ছবিতেই আমিৰৰ সহঅভিনেত্ৰী আছিল কিটু৷ সম্প্ৰতি এক সাক্ষাৎকাৰত কিটুৱে কয়, ‘কেৰিয়াৰৰ আৰম্ভণিতে খুবেই লাজুকীয়া চৰিত্ৰৰ আছিল আমিৰ খান৷ কিন্তু চিনেমাৰ প্ৰতি তেওঁৰ প্ৰেম আৰু আগ্ৰহ আছিল৷ এনাৰ্জিও আছিল বহু৷ লাজুক হোৱাৰ কাৰণে ছবিত চুমা খোৱাৰ দৃশ্য থাকিলেই ভয়তে কঁপি উঠিছিল আমিৰ৷ মই নিজেও আমিৰক তেনেকৈ পাইছো৷ চুম্বনৰ দৃশ্য একেবাৰেই সাৱলীল নহয় আমিৰ খানৰ৷’

উল্লেখ্য যে বহুদিন ধৰি বলীউডত চৰ্চা হৈ আছে যে, আমিৰ খানৰ প্ৰযোজনা সংস্থাই বলীউডত ৰিলিজ দিব মহাভাৰত৷ আনকি আমিৰৰৰ মহাভাৰতৰ কাষ্টিং কোন সেয়াও জনা গৈছে৷ তাতেই ভীস্ম অমিতাভ, ঋত্বিক হ’ব অৰ্জুন, দ্ৰৌপদী হ’ব ঐশ্বৰ্য আৰু খোদ আমিৰেই কৃষ্ণ হ’ব বুলি শোনা গৈছিল৷ 

সম্প্ৰতি এক সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত আমিৰে জনাইছে, ‘ মহাভাৰত মোৰ ড্ৰীম প্ৰজেক্ট৷ বহুদিন ধৰি এই ছবিৰ চিত্ৰনাট্যক লৈ কাম কৰি আছো৷ খুব ডাঙৰ বাজেটৰ ছবি হ’ব৷ সেই কাৰণেই সময় লৈছো৷ ভয়ো আছে, যদি অলপো ভুল হয় দিগদাৰ হ’ব৷ কাৰণ মহাভাৰত আমাৰ আত্মা, আমাৰ তেজত আছে৷ সেয়ে এই ছবি তৈয়াৰৰ সময় সঠিক পৰিকল্পনাৰে কৰিব লাগিব৷’ আমিৰে লগতে কয়, ‘এতিয়া মই এনে এখন ছবি তৈয়াৰ কৰিব খোজো যিয়ে ভাৰতবৰ্ষক গৰ্বিত কৰিব৷ সেয়ে বহু সময় লৈ এই কামত আগবাঢ়িব খুজিছো৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে
বিনোদন

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

August 17, 2026
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…
বাণিজ্য

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

August 17, 2026
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী
জীৱনশৈলী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

August 17, 2026
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
Next Post
BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

BMWত নুঠি মাৰুতি ৮০০ত উঠি ভালপাইছিল, মাজনিশাৰ এটা ফোনতেই এক্সিডেণ্টেল ফাইনেন্স মিনিষ্টাৰ, জানক মনমোহন সিঙৰ অজানা কথা

কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.