• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

1 year ago
আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

2 hours ago
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

3 hours ago
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

4 hours ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

4 hours ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

5 hours ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

5 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

6 hours ago
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

6 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

7 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

8 hours ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

8 hours ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য

editor by editor
December 28, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
কৃষ্ণা চতুৰ্দশীত বৃদ্ধি যোগৰ প্ৰভাৱ, কাইলৈ উজলি উঠিব ৫ৰাশিৰ ভাগ্য
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৯ ডিচেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত বিৰাজ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ পুহৰ কৃষ্ণা চতুৰ্দশী তিথি৷ সোমবাৰে পুৱা ৪বাজি ১ মিনিট পৰ্যন্ত চতুৰ্দশী তিথি থাকিব৷ তাৰপাছতেই পুহ ৰ অমাবস্যা তিথি আৰম্ভ হ’ব৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ থাকিব প্ৰথমে জ্যেষ্ঠা নক্ষত্ৰ আৰু পাছত মূলা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্য দেৱতাৰ বাবে নিৰ্দিষ্ট দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুথ সাফল্য লাভ কৰিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

কৰ্কট ৰাশি

২৯ ডিচেম্বৰ সৰ্বাৰ্থ সিদ্ধি যোগত দিনটো শুভ হ’ব কৰ্কট ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপুনি সকলো কামতেই পজিটিভ ফলাফল পাব৷ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব কৰ্কট ৰাশিৰ জাতকে৷ কাইলৈ কোনো আত্মীয়ৰ পৰা ভাল খবৰ পাব পাৰে৷ এই সুখবৰ শুনাৰ বাবে আপুনি বহুদিন ধৰি অপেক্ষা কৰিছিল সেই খবৰেই লাভ কৰিব৷ ব্যৱসায়ীসকলে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব৷

কন্যা ৰাশি

কাইলৈ ধনু ৰাশিত গোচৰ কৰিব চন্দ্ৰই৷ চন্দ্ৰৰ শুভ প্ৰভাৱত কাইলৈ মানসিক শান্তি লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ কোনো সমস্যা আপোনাৰ সন্মুখত আহিলে উত্তেজিত নহৈ ধৈৰ্য্য ধৰি তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব৷ কাইলৈ কোনো নতুন সম্পত্তি কিনিব পাৰে৷ যি সম্পত্তি বহুদিন ধৰি বিক্ৰি কৰাৰ চেষ্টা কৰিছিল সেই কামতো কাইলৈ সফল হ’ব৷ প্ৰেম জীৱন ভালে কাটিব৷

বৃশ্চিক ৰাশি

কাইলৈ দিনটো নানান দিশৰ পৰা শুভ হ’ব৷ বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত কাইলৈ ভাল খবৰ আহিব৷ সূৰ্যদেৱৰ কৃপাত সকলো কামতেই উন্নতি কৰিব পাৰিব৷ ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ বন্ধ হৈ যোৱা কোনো ব্যৱসায়িক প্ৰকল্প  কাইলৈ নতুনকৈ আৰম্ভ কৰিব পাৰিব৷ পিতৃ মাতৃক লৈ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ নিজৰ বিলাসিতাৰ কোনো দ্ৰব্য কাইলৈ আপুনি কিনিব পাৰে৷

মকৰ ৰাশি

কাইলৈ সকলো দিশৰ পৰা সুখৰ দিন আহিব মকৰ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱত আপোনাৰ আয় বাঢ়িব৷ ইয়াৰ ফলত কাইলৈ কিছু টকা সঞ্চয় কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ কোনো ব্যৱসায়ত বহু দিন ধৰি লোকচান হৈ থাকিলে কাইলৈ লাভ হ’ব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে কাইলৈ সম্পৰ্ক উন্নত হ’ব৷ সকলো কামতেই পৰিয়ালৰ লোকৰ সহযোগিতা পাব৷

মীন ৰাশি

কাইলৈ সূৰ্যদেৱতাৰ কৃপা বৰ্তি থাকিব মীন ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপুনি নিজৰ কামত কোনো ভাল পদ্ধতিত সম্পূৰ্ণ কৰিব পাৰিব৷ আপোনাৰ কামৰ খ্যাতি কাইলৈ বিয়পি পৰিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বজায় ৰাখিব পাৰিব৷ আত্মীয়ৰ পৰা সুখবৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ
জীৱনশৈলী

আমি পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, একেলগে কটোৱা ভাল মুহূৰ্ত আৰু বন্ধুত্বক আমি আজীৱন মনত ৰাখিম, বিচ্ছেদ ঘোষণা মৌনী আৰু সূৰজৰ

May 14, 2026
প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট
জীৱনশৈলী

প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ, ধুমুহাত উৰিল নানহে মিয়া, ৫০ ফুট উচ্চতালৈ উৰুৱাই নিয়া ননহে মিয়াৰ স্বাস্থ্যৰ আপডেট

May 14, 2026
জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

জুন মাহত নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহে, ২মাহ ভাগ্য চমকি থাকিব এই ৪ৰাশিৰ জাতকৰ

May 14, 2026
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?
জীৱনশৈলী

সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

May 14, 2026
Next Post
মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

মাত্ৰ ২৫ বছৰতেই পৃথিৱীয়ে আমুৱালে? লাখ লাখ অনুৰাগীক কন্দুৱাই গুচি গ’ল জনপ্ৰিয় ছচিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.