• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

1 year ago
১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

4 hours ago
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

4 hours ago
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

4 hours ago
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

5 hours ago
শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

শৰীৰত শ্ৰী কৃষ্ণৰ শৰীৰত থকা এইকেইটা চিহ্ন আছে নেকি? আপোনাৰ ওপৰতো শ্ৰী কৃষ্ণৰ কৃপা আছে

5 hours ago
জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

জীৱনত ভাল সময় অহাৰ পূৰ্বেই আহে এই ৫সংকেত, জানিব উপচি পৰিব সুখ সৌভাগ্য

6 hours ago
৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

৩০ এপ্ৰিল পৰ্যন্ত মঙ্গল বুধৰ বিশেষ যুঁটি, বাম্পাৰ ইনকাম হ’ব ৪ ৰাশিৰ

7 hours ago
বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

বুধবাৰৰ লাকী ৰাশিঃ বুধবাৰে গণেশৰ কৃপা থাকিব এই ৫ৰাশিত

7 hours ago
ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

ভাৰতত এলক’হলেৰে চলিব বাহন! পেট্ৰল থাকিব মাত্ৰ ১৫শতাংশহে, নতুন প্ৰস্তাৱ অনাৰ পথত কেন্দ্ৰীয় চৰকাৰ

9 hours ago
জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

জন টাৰ্নাছ কোন? টিম কুকে নিজেই দায়িত্ব এৰি জন টাৰ্নাছৰ কান্ধত কিয় তুলি দিলে এপলৰ দায়িত্ব?

9 hours ago
ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

ভাৰতৰ পৰা আমদানী কৰা ৬৩ টকাতকৈ অধিক মূল্যৰ সামগ্ৰীৰ ওপৰত নেপালে আৰোপ পৰিলে শুল্ক, ভাৰতীয় বাণিজ্যত পৰিব নেকি প্ৰভাৱ?

10 hours ago
একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

একে ঘৰলৈ আহিছে সূৰ্য-বুধ, বুধাদিত্য ৰাজযোগত এপ্ৰিলৰ শেষৰ পৰা অৰ্থ-ক্ষমতা-প্ৰতিপত্তি লাভ ৪ৰাশিৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়

editor by editor
December 28, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
ATM কাৰ্ড হেৰাইছে? ঘৰত বহিয়েই কেনেকৈ ব্লক কৰিব? জানক উপায়
0
SHARES
470
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেংক সংক্ৰান্তিয় লেনদেনৰ বাবে এটিএম কাৰ্ড খুবেই গুৰুত্বপূৰ্ণ৷ এই কাৰ্ড ভালকৈ ৰখাটো একান্তই আৱশ্যক৷ এই কাৰ্ডৰ  তথ্য প্ৰতাৰকৰ হাতত পৰিলে মুহূৰ্ততে খালী হৈ পৰিব পাৰে বেংক একাউণ্ট৷ সেয়ে কোনো কাৰণত যদি এটিএম কাৰ্ড চুৰি হৈ যায় বা হেৰাই যায় তেতিয়া দ্ৰুততৰভাৱে ব্লক কৰিব লাগে৷ কাৰণ হেৰুৱা কাৰ্ড ভুল মানুহৰৰ হাতত পৰিলে বিপদৰ সম্ভাৱনা বাঢ়ি যায়৷ জানি থওক এটিএম কাৰ্ড হেৰাই গ’লে কেনেকৈ ব্লক কৰিব?

বেংকৰ ব্ৰাঞ্চত গৈ এটিএম কাৰ্ড ব্লক কৰিব আপুনি নিশ্চয় জানে৷ কিন্তু বেংক যদি বন্ধ থাকে তেন্তে খোলালৈকে অপেক্ষা কৰাৰ সলনি নিজেই কেনেকৈ ব্লক কৰিব? বিভিন্ন মাধ্যমেৰে আপুনি আপোনাৰ এটিএম কাৰ্ড ব্লক কৰিব পাৰে৷

প্রথমেই বেংকিং এপৰ মাধ্যমেৰে

মোবাইল বেংকিং নম্বৰেৰে ফোন কৰি

অনলাইন বেংকৰ চাইটত গৈ

এছ এম এছ বেংকিঙৰ মাধ্যমেৰে

এই সমস্ত ক্ষেত্ৰতেই আপুনি অথণ্টিকেট কৰিব লাগিব যে আপুনি সেই বেংকৰ গ্ৰাহক৷ একাউণ্ট নম্বৰ বা ডেবিট কাৰ্ড নম্বৰ আৰু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ মাধ্যমেৰে আপুনি অথেণ্টিকেট কৰিব পাৰে৷ বিভিন্ন বেংকৰ ক্ষেত্ৰত এই সমস্ত পদ্ধতি বেলেগ বেলেগ হয়৷ সেয়ে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ক্ষেত্ৰত কেনেকৈ এটিএম কাৰ্ড ব্লক কৰিব সেয়া উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত৷

ষ্টেট বেংকৰ এটিএম কাৰ্ড হেৰাই গ’লে অনলাইনত আপুনি সেয়া ব্লক কৰিব পাৰে৷ ইয়াৰ বাবে আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এক্টিভ থাকিব লাগিব৷ একাউণ্ট নম্বৰো মনত ৰাখিব লাগিব৷  এই লিঙ্কত ক্লিক কৰিলেই খুলি যাব কাৰ্ড ব্লক উইণ্ড৷ তাতেই গৈ সকলো তথ্য চাই সেয়া পূৰণ কৰিলেই কাৰ্ড ব্লকৰ অপশ্ব্যন পাব৷

1800 112 211 বা 1800 425 3800– এই দুই টোল ফ্ৰি নম্বৰত ফোন কৰি আপুনি কাৰ্ড ব্লক কৰিব পাৰে৷ কাৰ্ড ব্লকৰ বাবে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰৰ পৰা কল কৰিব পাৰে৷ ফোন কৰাৰ পাছতেই যি সমস্ত বিকল্প দেখুওৱা হ’ব সেয়া তাতেই আপুনি কাৰ্ড ব্লকৰ অপশ্ব্যন পাব৷

SBI YONO এপৰ মাধ্যমেৰেও আপুনি কাৰ্ড ব্লক কৰিব পাৰিব৷ ইয়াৰোপৰি মেছেজ পঠিয়াইয়ো এছ বি আইৰ কাৰ্ড ব্লক কৰিব পাৰিব৷ মেছেজৰ মাধ্যমেৰে কাৰ্ড ব্লক কৰিবলৈ লিখিব লাগিব ‘Block<স্পেস>এটিএম কার্ডৰ নম্বৰৰ শেষ চাৰিটা সংখ্যা৷ তাৰপাছতেই এই মেছেজ পঠিয়াব লাগিব 567676 নম্বৰত৷ বেংকৰ একাউণ্টৰ সৈতে ৰেজিষ্টাৰ্ড নম্বৰৰ পৰাই এই মেছেজ পঠিয়াব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?
জীৱনশৈলী

১২ বছৰৰ মূৰত কুম্ভমেলা অনুষ্ঠিত হয়, কিন্তু ২০২৫ৰ পাছত আকৌ ২০২৭ত কুম্ভমেলাৰ আয়োজন কিয়?

April 21, 2026
প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?
জীৱনশৈলী

প্ৰতিদিনে ৩০০ টকাৰ SIP নে মাহে ৯ হাজাৰ SIP? আপোনাৰ বাবে কোনটো বেছি লাভজনক?

April 21, 2026
PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

PNBৰ ৪৪৪ দিনৰ FDত ২.৫ লাখ টকা জমা কৰাৰ কথা ভাৱিছে? ১ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

April 21, 2026
৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?
জীৱনশৈলী

৫ বছৰৰ ফিক্সড ডিপোজিটত ২০ লাখ বিনিয়োগঃ SBIনে HDFC কোন বেংকত মুনাফা বেছি?

April 21, 2026
Next Post
আপোনাৰ মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

আপোনাৰ মাহিলী দৰমহা ৩৫ হাজাৰ? কোটিপতি হ’বলৈ মাহত কিমান টকা বিনিয়োগ কৰা জৰুৰী?

টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে

টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.