• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে

টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে

2 years ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

48 seconds ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

22 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

22 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে

টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে

editor by editor
December 28, 2024
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
টাটাৰ বিনিয়োগ আছিল, কৰ্কট চিকিৎসাৰ সেই সংস্থাই কিনি পেলালে এইবাৰ ৰিলায়েন্সে
0
SHARES
3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হেলথ কেয়াৰ ছেক্টৰত ডাঙৰ বিনিয়োগ এইবাৰ মুকেশ আম্বানীৰ ৰিলায়েন্সৰ৷ সম্প্ৰতি কৰ্কট নিৰ্ণয় আৰু চিকিৎসাৰ সৈতে যুক্ত এটা সংস্থা অধিগ্ৰহণ কৰিছে ৰিলায়েন্সে৷ ৩৭৫ কোটি টকাত Karnikos Healthcare-কিনিলে ৰিলায়েন্স ষ্ট্ৰেটেজিক বিজনেছ ভেঞ্চাৰ্ছে৷ এয়া ৰিলায়েন্স ইণ্ড্রাষ্ট্ৰিজৰ ছাবচিডিয়াৰি৷

স্বাস্থ্য পৰিসেৱা সংক্ৰান্তিয় ব্যৱসায়ত দীৰ্ঘদিন ধৰি বিনিয়োগ কৰিছে আম্বানীয়ে৷ সেই পথতেই এইবাৰ নতুন বিনিয়োগ কাৰ্নিকোছ হেলথকেয়াৰত৷ প্ৰযুক্তি নিৰ্ভৰ কৰ্কট নিৰ্ণয় আৰু চিকিৎসা পৰিসেৱা দিয়ে এই সংস্থাই৷ চলিত মাহৰ প্ৰথম ভাগতেই নেশ্ব্যনেল কোম্পানী ল ট্ৰাইবুনাল(NCLT) ইনছলভেন্সি আৰু বেংকৰাপ্টছি কোডৰ অধীনত কাৰ্ণিকোছৰ ৰেজলিউছন প্লেনত সেউজ সংকেত দিছিল আম্বানীয়ে৷

ষ্টক এক্সচেঞ্জে দিয়া তথ্য অনুসৰি, যাৱতীয় শ্বেয়াৰ এলটমেণ্ট শেষ হৈছে৷ যাৱতীয় ষ্টক আৰু ডিবেঞ্চাৰ হস্তান্তৰ প্ৰক্ৰিয়াও শেষ হৈছে৷ সকলো মিলি ৩৬৫ কোটি টকাত ক্ৰয় কৰিছে কাৰ্নিকোছ হেলথকেয়াৰক৷ ২০২০ চনৰ জুলাইত তৈয়াৰ হৈছে কাৰ্নিকোছ হেলথকেয়াৰ৷ কেঞ্চাৰ নিৰ্ণয়, চিহ্নিত কৰা, চিকিৎসাৰ যাৱতীয় ক্ষেত্ৰত কাম কৰে এই সংস্থাই৷ ২০২২-২৩ অৰ্থবৰ্ষত ২২ কোটি টকা টাৰ্ণঅভাৰো আছিল এই সংস্থাৰ৷ একাধিক হাস্পতালৰ সৈতে হাত মিলাই বা যৌথ উদ্যোগত পৰিসেৱা দিছে এই সংস্থাই৷ মণিপুৰৰ ইম্ফলত ১৫০ বেডৰ এখন হাস্পতালো তৈয়াৰ কৰিছিল কাৰ্ণিকোছ হেলথকেয়াৰ৷

এই সংস্থাৰ পূৰ্বেও একাধিক সংস্থা বিনিয়োগ কৰিছিল৷ সেই তালিকাত আছে টাটা চেঞ্চৰ ছাবচিডিয়াৰি Ewart Investments Limited, আমেৰিকাৰ মায়ো ক্লিনিক, ৰিলায়েন্স ডিজিটেল হেলথ লিমিটেড৷ ইয়াত বিনিয়োগ আছিল টাটা মটৰ্ছৰ প্ৰাক্তন এম ডি ৰবি কান্তৰো৷ এইবাৰ এই সকলো সংস্থাৰেই সমগ্ৰ শ্বেয়াৰ কিনি পেলাইছে ৰিলায়েন্সে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
Next Post
‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?

‘মোদী চৰকাৰে অপমান কৰিলে মনমোহন সিঙক!’ অন্ত্যেষ্টিস্থলক লৈ আঙুলি তুলি কি লিখিছে ৰাহুল গান্ধীয়ে?

‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল…’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল...’, বগা চেলোৱাৰ পিন্ধা গুৰচৰণৰ প্ৰেমত কেনেকৈ পৰিছিল মনমোহন সিঙ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.