• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

3 months ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

16 minutes ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

53 minutes ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

1 hour ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

2 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

3 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

3 hours ago
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

16 hours ago
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

17 hours ago
সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

সৰু সৰু কথাতেই খং কৰে নেকি? এইকেইটা উপায়েৰে কৰক খং নিয়ন্ত্ৰণ

17 hours ago
যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

যৌ**ন অনিহা? ঘৰুৱা সামগ্ৰীৰে বৃদ্ধি কৰক আপোনাৰ কামনা!

18 hours ago
LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

LPG ৰ কেতিয়াও নহয় নাটনি, আহিছে ডাঙৰ আপডেট!

18 hours ago
ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

ভৰিৰ পতা ফুলা আৰু সঘনাই প্ৰস্ৰাৱ… ই বৃক্কৰ কি ৰোগৰ লক্ষণ জানেনে?

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি

editor by editor
January 5, 2026
in জীৱনশৈলী, ভাৰত
0
এই বছৰ সৰস্বতী পূজা কেতিয়া? সৰস্বতী পূজাৰ দিনা কৰক এইকেইটা কাম, শুভ ফল লাভ কৰিবই আপুনি
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাঘৰ শুক্লপক্ষৰ পঞ্চমী তিথিত পালিত হয় সৰস্বতী পূজ৷ সৰস্বতী পূজাৰ ওপৰিও এই দিনটোক বসন্ত পঞ্চমী বুলিও কোৱা হয়৷ কাৰণ এই দিনটোতেই ঋতুৰাজ বসন্তৰো আবিৰ্ভাৱ ঘটে৷ ধাৰণা কৰা হয় এই দিনটোত আবিৰ্ভূতা হৈছিল জ্ঞান, বিদ্যা, শিল্পকলাৰ দেৱী সৰস্বতী৷ এই বছৰ কেতিয়া সৰস্বতী পূজা? সেই বিষয়ক লৈ বহুতেই বিমোৰতো পৰিছে৷ কোনদিনা দেৱী সৰস্বতীক আৰাধনা কৰিব?

প্ৰতিবছৰে মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত বসন্ত পঞ্চমী উৎসৱ পালিত হয়৷ হিন্দু পঞ্জিকা অনুসৰি এই বছৰ ২৩ জানুৱাৰীত বসন্ত পঞ্চমী৷ পৌৰাণিক বিশ্বাস আৰু ঐতিহ্য অনুসৰি বসন্ত পঞ্চমীত কিছু শুভ কৰ্ম আৰম্ভ কৰিব পাৰি৷ যিহেতু বসন্ত পঞ্চমী জ্ঞান আৰু প্ৰজ্ঞাৰ দেৱী সৰস্বতীৰ উদ্দেশ্যে উৎসৰ্গীকৃত সেয়ে এই দিনটোত বিদ্যাৰ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিলে শুভ ফল লাভ হয় বুলি বিশ্বাস৷

বসন্ত পঞ্চমীক শিক্ষা-দীক্ষাৰ বাবে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ বিশ্বাস কৰা হয় যে এই দিনটোত শিশুসকলে শিক্ষাগ্ৰহণ কৰিলে ভৱিষ্যতে শিক্ষা-দীক্ষাৰে সেই শিশু উজলি উঠে৷

এইদিনটোত শিশুসকলক শিক্ষা আৰম্ভ কৰোৱাৰ এটা দিন হিচাপে ল’ব পাৰে৷ বিশ্বাস কৰা হয় যে এই দিনটোত বিদ্যাৰম্ভ শিশুসকলৰ বুদ্ধিমত্তাক তীক্ষ্ণ কৰি তোলে আৰু তেওঁলোকে সমগ্ৰ জীৱন দেৱী সৰস্বতীৰ আশীৰ্বাদ লাভ কৰে৷

বিবাহৰ ক্ষেত্ৰতো প্ৰায়েই শুভ নক্ষত্ৰ আৰু তাৰিখৰ প্ৰয়োজন হয়৷ বসন্ত পঞ্চমীৰ সম্পূৰ্ণ দিনটোকেই এইক্ষেত্ৰত ভাল দিন বুলি ধৰিব পাৰে৷ যদি বিবাহ বন্ধনত আৱদ্ধ হোৱাৰ পৰিকল্পনা কৰে তেন্তে এই দিনটো আদৰ্শ৷ কোৱা হয় এই দিনটোত বিবাহ কৰিলে প্ৰেম আৰু সম্প্ৰীতিৰে পৰিপূৰ্ণ হৈ থাকিব৷

নতুন ঘৰ ক্ৰয়, নিৰ্মাণ কাৰ্যৰ আৰম্ভণি, ঘৰ লোৱা আদি অনুষ্ঠান আয়োজনৰ বাবেও বসন্ত পঞ্চমীৰ দিনটো শুভ৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই দিনটোত ভূমি পূজা কৰিলে সুখ, সমৃদ্ধি আৰু মানসিক শান্তি আহে৷

আপুনি যদি নতুন কোনো ব্যৱসায় আৰম্ভ কৰিব খোজে বা ষ্টাৰ্টআপ আৰম্ভ কৰিব খোজে তেন্তে এই দিনটো শুভ দিন৷ ইয়াৰোপৰি এই দিনটোত আপুনি তীৰ্থযাত্ৰাও কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা
ভাৰত

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক
জীৱনশৈলী

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

April 3, 2026
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ
বাণিজ্য

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

April 3, 2026
Next Post
হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

হাতলৈ আহিব ধন, নতুন চাকৰি লাভৰো যোগ আছে এই ৩ৰাশিৰ, চতুৰ্গ্ৰহী যোগৰ ভাল ফল কোনে কোনে পাব?

দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.