• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

8 months ago
নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

নিম কৰোলি বাবাৰ জীৱনৰ আধাৰত নিৰ্মিত ‘হনুমান অংশ’ৰ চমক!

44 minutes ago
পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

পূৰ্বতে শিক্ষকতাৰ অভিজ্ঞতাৰে পুষ্ট দেশৰ কেইগৰাকীমান বিশিষ্ট ৰাজনীতিবিদ

1 hour ago
দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

3 hours ago
প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

প্ৰেম নে সৰ্বনাশ? অবৈধ সম্পৰ্কই কেনেকৈ ধ্বংস কৰে স্বাভাৱিক জীৱন!

3 hours ago
অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

অকলেই এখন বিশাল নৈ পৰিষ্কাৰ কৰি দেশজুৰি চৰ্চাত এইজন যুৱক

5 hours ago
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

6 hours ago
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

19 hours ago
লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

লিভ-ইন ৰিলেশ্যনত মহিলাৰ কি কি আইনী অধিকাৰ আছে?

19 hours ago
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

20 hours ago
‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

‘আংকলে বহুত অশান্তি দি আছিল, এতিয়া মোৰ পেট বিষাই আছে’

21 hours ago
নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

নেমকেয়াৰৰ চিকিৎসক প্ৰয়াস সিংহলৰ মৃ*ত্যুক লৈ ন ন তথ্য উদঘাটন

21 hours ago
মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

মাত্ৰ ১০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি লাভ কৰিব পাৰে ৫ কোটি টকা

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?

editor by editor
January 5, 2026
in জীৱনশৈলী
0
দাইলৰ ফেন বিষাক্ত নেকি? বদহজমৰ কাৰণ এয়াই নেকি? কিয় বদহজমৰ সমস্যা হয়?
0
SHARES
902
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঠাণ্ডাৰ দিনত পেট ফুলা, বদহজম আদি বহুতৰেই প্ৰধান সমস্যা হৈ পৰিছে৷ আনকি দাইল খালেও বহুতৰে পেট ফোলা, বদহজমৰ সমস্যাই দেখা দিয়ে৷ এই সকলোবোৰৰ বাবে বহুতেই দাইলৰ ওপৰত সিজাওতে উঠা ফেনক দায়ী বুলি কয়৷ দাইল ৰন্ধাৰ সময়ত উঠা ফেনক বহুতে বিষাক্ত বুলিও দাবী কৰে৷ সেয়া সঁচা নে?

চিকিৎসকৰ মতে এই ফেন বিষাক্ত বা ক্ষতিকাৰক নহয়৷ ইয়াত থাকে প্ৰটিন, ছেপোনিন নামৰ এক প্ৰাকৃতিক যৌগ৷ এই যৌগ উদ্ভিদত যেনে চয়াবিন, উৰহি আদিত থাকে৷ কিছু সামুদ্ৰিক প্ৰাণী, চাহতো ইয়াক পোৱা যায়৷ সেয়ে এনে দ্ৰব্য জলীয় দ্ৰৱণত দিয়াৰ লগে লগেই ফেন উঠে৷ ছেপোনিনৰ বিভিন্ন স্বাস্থ্য উপকাৰিতা আছে৷ যেনে কলষ্টেৰল, ইউৰিক এছিড কমোৱা৷ ঔষধ আৰু প্ৰসাধনী শিল্পতো এই যৌগ ব্যৱহৃত হয়৷ ছেপোনিন বেছি মাত্ৰাত খালে দাইল তিতা তিতাও লাগিব পাৰে৷ ইৰিটেবল বাওল চিনড্ৰোমৰ ৰোগীসকলৰ ক্ষেত্ৰত এই ফেনে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷ যিসকলৰ দাইল খালে পেট ফোলাৰ দৰে ভাৱ হয় তেওঁলোকৰ ফেনৰ কাৰণে এই সমস্যা নহয়৷ দাইলত থকা জটিল শৰ্কৰাৰ বাবেহে এই লক্ষণে দেখা দিয়ে৷ চিকিৎসাবিজ্ঞানৰ ভাষাত এইসমূহক কোৱা হয় ফডমেপ৷

দাইল কেনেকৈ খোৱাটো ভাল?

যদি দাইল খালেই পেট ফোলাৰ দৰে অনুভৱ হয় তেন্তে এই জটিল শৰ্কৰাসূহ ভাঙি দিলে দাইল হজমত সমস্যা নহয়৷ সেয়ে এই সমস্যা থকা ব্যক্তিয়ে প্ৰেছাৰ কুকাৰত দাইল ৰন্ধা উচিত৷ কাৰণ এই পাত্ৰত উচ্চ তাপমাত্ৰা থকাত ফেডমেপ ভালকৈ ভাঙি যাব পাৰে৷ ছেপোনিনো ভাঙি যায় প্ৰেচাৰ কুকাৰক৷ পেট ফুলাৰ পৰা বাচিৰলৈ দাইলৰ ফেন পেলাই দিয়াৰ প্ৰয়োজন নাই৷ প্ৰেচাৰ কুকাৰত দাইল সিজোৱাৰ পূৰ্বে দাইলখিনি কিছু সময় পানীত তিয়াই ৰাখিব৷ তেতিয়া দাইল হজম হোৱাত সমস্যা নহয় আপোনাৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?
জীৱনশৈলী

দীঘল দাড়ি হৃদৰোগৰ অন্যতম কাৰণ নেকি?

September 5, 2026
আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!
জীৱনশৈলী

আজি এই ৫ ৰাশিৰ হ’ব ভাগ্যোদয়!

September 5, 2026
আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?
জীৱনশৈলী

আপোনাৰ হৃদযন্ত্ৰ সুস্থ আছেনে?

September 4, 2026
জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?
জীৱনশৈলী

জন্মাষ্টমীত শ্ৰীকৃষ্ণক কি কি নৈবেদ্য দিব?

September 4, 2026
Next Post
সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.