• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

7 months ago
স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

স্পেইনৰ বিশ্বজয়ৰ পিছতে কূটনৈতিক মহলত আমেৰিকা-ইৰানৰ যুদ্ধৰ প্ৰসংগ

38 minutes ago
আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

2 hours ago
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

3 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

3 hours ago
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

4 hours ago
সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

সঘনাই পেট ফুলি থকা যেন অনুভৱ? তেন্তে নাখাব এই ৩ টা বস্তু

4 hours ago
চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

চকু ৰঙা পৰা আৰু খজুৱতি…আওকাণ নকৰিব এনে লক্ষণ!

5 hours ago
চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! কোনকেইখন ৰাজ্যত বাঢ়িব DA?

5 hours ago
ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

ৰাজ্যত বতৰে লৈছে কালৰূপ, কৰোবাত যদি জয়প্ৰলয় কৰোবাত ছিগিলে মথাউৰি

6 hours ago
FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

FIFA World Cup 2026: হৃদয় ভাঙিলে মেছিৰ, ইয়াতে অন্ত পৰিল বিশ্বকাপ বিজয়ৰ সপোন!

7 hours ago
আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

আজি শাওনৰ প্ৰথমটো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক?

8 hours ago
পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

পৰাজয়ৰ পাছতো আৰ্জেণ্টিনাই লাভ কৰিলে ২৮০ কোটি টকা, স্পেইনে গঢ়িলে ৰেকৰ্ড

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

editor by editor
January 5, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?
0
SHARES
531
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিমখ খালেও কমাই খোৱা ভাল বুলি প্ৰায়সংখ্যক চিকিৎসাবিদেই কয়৷ কোনো কোনোৱে কয় যে ওজন বাঢ়ি গ’লেও নিমখৰ মাত্ৰা কমাই খোৱাটো দৰকাৰ৷ হাৰ্ট, কিডনিৰ অসুখতো নিমখ খোৱাৰ মাত্ৰা বান্ধি দিয়ে চিকিৎসকে৷ সেয়ে ভাৱিচিন্তি নিমখ খোৱা কমাই দিলে বিপদত পৰিব পাৰে আপুনি৷ শৰীৰত ছডিয়াম বা নিমখৰ কোনো ভূমিকা নাই বুলি ভৱাটো ভুল ধাৰণা৷ চিকিৎসকৰ পৰামৰ্শ অবিহনেই নিজাকৈ কেতিয়াও তেনে সিদ্ধান্ত গ্ৰহণ নকৰিব৷

শৰীৰত তৰলৰ ভাৰসাম্য ৰক্ষাত নিমখ বা ছডিয়ামৰ প্ৰয়োজনীয়তা আছে৷ ৰক্তচাপ নিয়ন্ত্ৰণতো নিমখৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ স্নায়ুৰ কামৰ পৰা মাংসপেশীৰ সক্ৰিয়তা বজায় ৰাখিবলৈকো ছডিয়ামৰ প্ৰয়োজন৷ নিমখৰ মাত্ৰা কমালে শৰীৰৰ ইলেকট্ৰলাইটৰ ভাৰসাম্য নষ্ট হ’ব পাৰে৷ সেয়ে নিমখ কেৱল স্বাদ বৃদ্ধিৰ উপকৰণ হিচাপে ভৱাটো এক ভুল ধাৰণা৷

দীৰ্ঘ সময় ধৰি কম নিমখযুক্ত খাদ্য খালে কি প্ৰভাৱ পৰে শৰীৰত?

চিকিৎসকৰ পৰামৰ্শ অবিহনে নিমখ খোৱা হঠাৎ কমাই দিলে তাৰ প্ৰভাৱ পৰিব পাৰে শৰীৰত৷ ৰক্তৰ ঘনত্ব কম বেছি হ’ব পাৰে৷ ৰক্তচাপ হঠাৎ নামি যাব পাৰে৷ আনকি কিডনিৰ ওপৰতো চাপ বাঢ়িব পাৰে৷ ৰক্তচাপ, শৰীৰৰ তৰল নিয়ন্ত্ৰণকাৰী হৰমন ৰেনিন-এঞ্জিওটেনছিন-এলডোষ্টেৰণৰ দৰে হৰমনৰ মাত্ৰাৰ ওপৰতো প্ৰভাৱ পেলাই নিমখৰ ঘাটিয়ে৷

শৰীৰত ছডিয়ামৰ মাত্ৰা মাৰাত্মকভাৱে কমি গলে হাইপোনট্ৰেমিয়াও হব পাৰে৷ এনে হলে দুৰ্বল বোধ হ’ব, মস্তিষ্কই ঠিকমতে কাম কৰিব নোৱাৰিব পাৰে৷

হঠাৎ ক্লান্তি

নিমখ খোৱাৰ মাত্ৰা এক ধাক্কাত বহুপৰিমাণে কমি গলে ক্লান্তি, দুৰ্বলতাই ঘেৰি ধৰিব পাৰে৷ কাৰণ স্নায়ুৱিক বাৰ্তা প্ৰেৰণৰ ক্ষেত্ৰত ছডিয়ামৰ জৰুৰি ভূমিকা থাকে৷ ফলত খনিজৰ অভাৱ ঘটিলে, মস্তিষ্কতো তাৰ প্ৰভাৱ পৰিব৷ ৰক্তচাপ হঠাৎ কমি গলে মস্তিষ্কত ৰক্ত সঞ্চালনৰ অভাৱ ঘটিব পাৰে৷ ফলত শৰীৰে স্বাভাৱিৱ দৈহিক কাজকৰ্ম কৰাত অসমৰ্থ হ’ব৷ তাৰ ফলত মূৰ ঘূৰোৱা, ক্লান্তি লগাৰ দৰে লক্ষণে দেখা দিব পাৰে৷ ইয়াৰোপৰি শৰীৰত পানী আৰু খনিজৰ মাত্ৰাৰ হেৰফেৰ হ’লে পেশী টানি ধৰা সমস্যাই দেখা দিব পাৰে৷ কিডনিৰ অসুখৰ ৰোগীসকলক নিমখ কমকৈ খাবলৈ কোৱা হয় কিন্তু ছডিয়ামৰ মাত্ৰা উল্লেখযোগ্যভাৱে কমি গলে কিডনিৰ পক্ষেও কাম কৰা সম্ভৱ হৈ নাথাকে৷

কি কৰা উচিত?

বেছি নিমখ খোৱা ক্ষতিকৰ হলেও  কম মাত্ৰাত হলেও ছডিয়াম শৰীৰৰ বাবে জৰুৰী৷ অতিৰিক্ত নিমখ খোৱা এৰিবলৈ চিকিৎসকে প্ৰক্ৰিয়াজাত, পেকেটজাত আদি খোৱা কমাবলৈ পৰামৰ্শ দিয়ে৷ চিকিৎসকে জনোৱা অনুসৰি হাৰ্ট, উচ্চ ৰক্তচাপ, কিডনিৰ অসুখত ৰোগীসকলে অৱশ্যেই চিকিৎসকৰ পৰামৰ্শ মানি নিমখৰ মাত্ৰা নিৰ্ধাৰণ কৰা প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ
ভাৰত

আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰহস্যজনক অৱস্থাত উদ্ধাৰ DGPৰ মৃ*তদেহ

July 20, 2026
মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ
বিনোদন

মুহূৰ্ততে সকলো শেষ! জনপ্ৰিয় অভিনেতাৰ মৃত্যু, মনোৰঞ্জন জগতত শোকৰ ছাঁ

July 20, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

July 20, 2026
আৰু মাত্ৰ কেইটামান দিনৰ অপেক্ষা, শনিৰ কৃপাত সুখবৰ পাব এই ৪ৰাশিয়ে
জীৱনশৈলী

২৭ জুলাইৰ পৰা শনিয়ে কৰিব ওলোটাকৈ গতি, এই ৫ ৰাশিৰ বাঢ়িব সমস্যা!

July 20, 2026
Next Post
ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.