• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম

বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম

2 years ago
নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

নক্ষত্ৰ পৰিৱৰ্তন! বৃদ্ধি পাব আয়ৰ সুযোগ

50 minutes ago
মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

1 hour ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

2 hours ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

3 hours ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

3 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

4 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

5 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

6 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

7 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

8 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম

editor by editor
March 19, 2025
in ক্ৰীড়া, ভাৰত
0
বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিৰাটৰ পাছত এইবাৰ BCCIৰ নিয়মৰ বিৰুদ্ধে মাত মাতিলে কপিল দেবে, সলনি হ’ব নে এই নিয়ম

বিৰাট কোহলীয়ে শেহতীয়াকৈ বিচিচিআইৰ পৰিয়াল সম্বন্ধিত শাসনৰ বিৰুদ্ধে মাত মাতিছিল। ইয়াৰ পিছত দিল্লী কেপিটেলছৰ বলাৰ মোহিত শৰ্মাইও কৈছিল যে পৰিয়াল লগত থাকিলে সমস্যা কি? এতিয়া সেই একেটা বিষয়ৰ ওপৰত কিংবদন্তি ক্ৰিকেটাৰ কপিল দেৱেও মাত মাতিছে।

কেৱল আই পি এল ২০২৫ৰ বাবে প্ৰযোজ্য নিয়মৰ কথা ক’বলৈ গ’লে অনুশীলন বা মেচৰ সময়ত দলৰ ড্ৰেছিং ৰুমত পৰিয়ালৰ সদস্যক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। যদি পৰিয়ালৰ লোকে খেলখন চাব বিচাৰে তেন্তে গেলেৰীত থকা আতিথ্যৰ বক্সত বহি চাব পাৰিব।

শেহতীয়াকৈ বিৰাটে কৈছিল যে যেতিয়া কোনো খেলুৱৈয়ে বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ যায় তেতিয়া পৰিয়ালৰ উপস্থিতিয়ে তেওঁক পুনৰ ভাল অনুভৱ কৰাত সহায় কৰে। বিৰাটে লগতে ইয়াকো কয় যে কোনো খেলুৱৈয়ে অকলশৰীয়া হৈ বেয়া সময়ত কষ্ট ভোগ কৰিব নিবিচাৰে, বৰঞ্চ পৰিয়ালৰ উপস্থিতিয়ে দায়িত্বসমূহ ভালদৰে বুজিবলৈ সহায় কৰে।

এতিয়া ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱে এখন গ’ল্ফ প্ৰতিযোগিতাৰ ট্ৰফী উন্মোচন কৰি কয় যে খেলুৱৈসকলে পৰিয়ালৰ সমৰ্থন লাভ কৰিব লাগে। তেওঁ কয়, ব’ৰ্ডৰ এই সিদ্ধান্ত অনুচিত। খেলুৱৈসকলক পৰিয়ালৰ সংগ লাগে, আৰু বোৰ্ডক লাগে দলৰ সমৰ্থন। লগতে ইয়াকো কয় যে, আমি আমাৰ সময়ত কৈছিলো যে খেলুৱৈক প্ৰথমাৰ্ধত ক্ৰিকেট খেলিবলৈ দিয়ক, কিন্তু দ্বিতীয়াৰ্ধত পৰিয়ালকো খেলপথাৰলৈ আহি খেল উপভোগ কৰিব দিয়ক। ইয়াত এটা মিশ্ৰণ দেখা উচিত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bcciIndian Cricket Councilkapil devvirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ
অপৰাধ

মোমায়েকৰে মিলি যুৱতীক নিৰ্মমভাৱে হ*ত্যা মাতৃৰ

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
Next Post
ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

কাইলৈ ২০ মাৰ্চ তাৰিখ বিশেষ হবলৈ গৈ আছে ৫ ৰাশিৰ ভাগ্য, সলনি হ’ব ভাগ্য

কাইলৈ ২০ মাৰ্চ তাৰিখ বিশেষ হবলৈ গৈ আছে ৫ ৰাশিৰ ভাগ্য, সলনি হ'ব ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.