• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

1 year ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

35 minutes ago
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

1 hour ago
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

2 hours ago
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

3 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

আপোনাৰ দিনটো কেনেকুৱা হ’ব? সকলো উত্তৰ পাব আজিৰ ৰাশিফলত…

3 hours ago
মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

মিঠাইসমূহত কিয় micro Silver Foil ব্যৱহাৰ কৰা হয়?

12 hours ago
ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

ভাৰততকৈও অশান্তিকৰ পৰিৱেশ আমেৰিকাত: GPI

13 hours ago
কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

কেতিয়াৰ পৰা আৰম্ভ হ’ব Bigg Boss 20?

14 hours ago
কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

কি হ’ব খান ছাৰৰ? অগ্ৰিম জামিন পাবনে ৰঙাঘৰৰ আলহী হ’ব? 

15 hours ago
কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

কিয় বিত্ত, শিক্ষা, স্বাস্থ্যৰ সমানেই গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনসংযোগ বিভাগ?

16 hours ago
ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

ৰিয়ান পৰাগৰ ঠাইত খেলাৰ সুযোগ পায়ে এইজন ক্ৰিকেটাৰে কোবালে চেঞ্চুৰী

16 hours ago
৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

৬ বাৰকৈ বিশ্ববিজয়ী হ’ল ভাৰত, লগে লগে ক্ৰিকেট অকৰ্মণ্য খেল হৈ পৰিল নেকি নীলিম কুমাৰৰ বাবে?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

editor by editor
March 19, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐতিহাসিক দিন, আজিৰ দিনটোতে ভাৰত-বাংলাদেশৰ মাজত হৈছিল বুজাবুজিৰ চুক্তি

যুদ্ধত পাকিস্তানক বেয়াকৈ পৰাস্ত কৰাৰ পিছত ১৯৭২ চনৰ জিৰ দিনটোতে অৰ্থাৎ ১৯ ​মাৰ্চ তাৰিখে ভাৰত আৰু বাংলাদেশৰ মাজত ঐতিহাসিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। পাকিস্তানী সেনাৰ অত্যাচাৰ বাঢ়ি যোৱাৰ পাছত অৱশেষত ভাৰতৰ সহায়ত বাংলাদেশী জনসাধাৰণে তেতিয়া পাকিস্তানক পৰাস্ত কৰিছিল।

১৯৭১ চনত পাকিস্তানে ৯৩ হাজাৰ সৈনিকৰ সৈতে ভাৰতৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছত ভাৰতে প্ৰথমে পূব পাকিস্তানক বাংলাদেশ নামেৰে নতুন দেশ হিচাপে অনুমোদন জনায়। আৰু ভাৰত আৰু বাংলাদেশে বন্ধুত্বৰ চুক্তি স্বাক্ষৰ কৰে। ইয়াৰ পিছত দুয়োখন দেশৰ মাজত গভীৰ বন্ধুত্ব আৰু সুসম্পৰ্কৰ ভেটি স্থাপন কৰা হয়।

এই সন্ধিৰ পিছত দুয়োখন দেশৰ মাজত সহযোগিতাৰ এক নতুন যুগ আৰম্ভ হয়। আজি এই ঘটনাৰ প্ৰায় ৫৩ বছৰ পাৰ হৈ গ’ল। বছৰ বছৰ ধৰি দুয়োখন দেশৰ মাজত বহু উত্থান-পতন ঘটিছে।

১৯৭১ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত ভাৰত আৰু বাংলাদেশৰ মাজত সম্পৰ্ক অতি সুদৃঢ় হৈ আছিল। বন্ধুত্ব সন্ধিত উল্লেখ কৰা উমৈহতীয়া মূল্যবোধসমূহৰ ভিতৰত ঔপনিৱেশিকতাবাদৰ নিন্দা আৰু অসংলগ্নতা গুৰুত্বপূৰ্ণ বিষয় আছিল। দুয়োখন দেশে ইজনে সিজনক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে সংস্কৃতি, শিল্প আৰু সাহিত্যৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ প্ৰসাৰ ঘটাব।

কিন্তু আজি ভাৰত-বাংলাদেশৰ সম্পৰ্কত কিছু জটিলতা আহি পৰিছে। পাছে এটা সময়ত ভাৰত আৰু বাংলাদেশৰ সম্পৰ্কক বিশ্বৰ বাবে এক আদৰ্শ হিচাপে গণ্য কৰা হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Historic DayIndia Bangaldesh RelationIndo Bangladesh
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?
বাণিজ্য

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

June 10, 2026
কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?
বিনোদন

কাইলৈৰ পৰা আৰম্ভ ফিফা বিশ্বকাপ ফুটবল মহাৰণ, কোনটো দলক সমৰ্থন কৰিব আপুনি?

June 10, 2026
জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ
ভাৰত

জনতাৰ হৃদয় জিনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে! সৰ্বাধিককাল প্ৰধানমন্ত্ৰী হোৱাৰ গঢ়িলে অভিলেখ

June 10, 2026
সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক
জীৱনশৈলী

সূৰ্যৰ গোচৰে আনিব ডাঙৰ পৰিৱৰ্তন, কাৰ কাৰ ভাগ্য মুকলি হ’ব জানক

June 10, 2026
Next Post
কাইলৈ ২০ মাৰ্চ তাৰিখ বিশেষ হবলৈ গৈ আছে ৫ ৰাশিৰ ভাগ্য, সলনি হ’ব ভাগ্য

কাইলৈ ২০ মাৰ্চ তাৰিখ বিশেষ হবলৈ গৈ আছে ৫ ৰাশিৰ ভাগ্য, সলনি হ'ব ভাগ্য

১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৫ত খেলাৰ সুযোগ পাবনে? প্ৰশিক্ষকে দিলে উত্তৰ

১৩ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে আই পি এল ২০২৫ত খেলাৰ সুযোগ পাবনে? প্ৰশিক্ষকে দিলে উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.