গুৱাহাটীৰ মাজমজিয়াত সন্ধানহীন হোৱা নেহা কুমাৰীৰ উলংগ মৃতদেহ উদ্ধাৰ হ’ল বশিষ্ঠৰ এখন পিতনিত। অথচ এসপ্তাহৰ পাছতো সন্ধান নাই ঘাতকৰ। কি ক’লে নেহাৰ মাতৃয়ে?