সাধাৰণ জনতাই মাস্ক নিপিন্ধিলে এহেজাৰ টকাৰ ফাইন। ড০ হিমন্ত বিশ্ব শৰ্মাই মাস্ক নিপিন্ধিলেও হয় কিয়? হিমন্ত বিশ্বই মুখ্যমন্ত্ৰীৰ সভাতো মাস্ক ওলমাই ৰাখে ডিঙিত।