• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ৰোনা যোদ্ধাৰ জীৱনবীমা প্ৰত্যাহাৰ

ক’ৰোনা যোদ্ধাৰ জীৱনবীমা প্ৰত্যাহাৰ

5 years ago
কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট

3 minutes ago
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

34 minutes ago
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

59 minutes ago
তোমাৰ প্ৰিয় খাদ্য কি? বৈভৱৰ উত্তৰ শুনি সকলো আচৰিত, অন্য ক্ৰিকেটাৰে তেনে খাদ্যৰ পৰা কিয় দূৰৈত থাকে?

1 hour ago
আগন্তুক ৫মাহ ধনৰ বৃষ্টি, গুৰু বৃহস্পতিৰ কৃপাত ভাগ্য তুংগত থাকিব কোন ৩ৰাশিৰ?

2 hours ago
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

দাঁতৰ আলুৰ পৰা ৰক্তপাত, আলছাৰো কৰ্কটৰ লক্ষণ নেকি? ৫সংকেতে দেখা দিছে যদি আজিৰ পৰাই সাৱধান হওক

3 hours ago
ৰোহিনী নক্ষত্ৰলৈ ৰঙা গ্ৰহ, কৰ্মক্ষেত্ৰত ব্যাপক পৰিবৰ্তন, পকেট ভৰি উঠিব কোন ৪ৰাশিৰ?

4 hours ago
ট্ৰফিৰ ওপৰিও IPLত ধনৰ বৃষ্টি, কিমান টকা পালে RCBয়ে? কাৰ হাতত কি কি পুৰস্কাৰ?

সাহস বাঢ়িব মেষৰ জাতকৰ, অৰ্থ সঞ্চয়ত সফল হ’ব মিথুন ৰাশি, কাৰ কেনে যাব জুন মাহ?

১৬খন মেচ খেলি ১৫ বছৰতে কোটিপতি! ২০২৬ত মুঠ কিমান অৰ্থ আয় কৰিলে বৈভৱ সূৰ্যবংশীয়ে?

5 hours ago
গুৰু-কেতুৰ বিৰল সংযোগ, ৪ ৰাশিৰ হ’ব বাম্পাৰ লাভ!

  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ক’ৰোনা যোদ্ধাৰ জীৱনবীমা প্ৰত্যাহাৰ

editor by editor
April 20, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত, স্বাস্থ্য
0
ক’ৰোনা যোদ্ধাৰ জীৱনবীমা প্ৰত্যাহাৰ
0
SHARES
218
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ  কোভিড যোদ্ধাৰ জীৱনবীমা আঁচনি ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ’ প্ৰত্যাহাৰ কৰিলে কেন্দ্ৰই। ২০২১ চনৰ ২৪ মাৰ্চলৈকে আছিল আঁচনিখনৰ ম্যাদ। শেহতীয়াভাৱে আঁচনিখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২০২০ চনৰ ৩০ মাৰ্চৰ পৰা ৩ মাহৰ বাবে প্ৰথম অৱস্থাত আঁচনিখনৰ সুবিধা প্ৰদান কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ২০২১ চনৰ ২৪ মাৰ্চলৈকে আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হয়। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, শীঘ্ৰেই প্ৰৱৰ্তন কৰা হ’ব নতুন বীমা আঁচনি। ইতিমধ্যে নতুন বীমা কোম্পানীৰ সৈতে চৰকাৰে আঁচনিৰ কাম আৰম্ভ কৰিছে। উল্লেখ্য, কৰ্তব্যৰত অৱস্থাত মৃত্যু হ’লে  ‘প্ৰধানমন্ত্ৰী গৰীৱ কল্যান পেকেজ’ আঁচনিৰ অধীনত ৫০ লাখ টকা প্ৰদান কৰা হয় একোজন কোভিডযোদ্ধালৈ। ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ তথ্য অনুসৰি, বিগত সময়ছোৱাত কোভিডত আক্ৰান্ত হৈ ৭৩৬ গৰাকী চিকিৎসকৰ মৃত্যু হয়। কিন্তু কেৱল ২৮৭ গৰাকী চিকিৎসকেহে লাভ এই জীৱনবীমা আঁচনিৰ ধন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid warriors health insurance
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনো মহিলাই জীৱিকাৰ প্ৰয়োজনত স্বাধীনভাৱে যৌনকৰ্মক পেছা হিচাপে বাচি ল’লে তেওঁক হাৰাশাস্তি কৰাৰ অধিকাৰ কাৰো নাইঃ ছুপ্ৰিম কৰ্ট
জীৱনশৈলী

June 1, 2026
কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?
ক্ৰীড়া

কিয় শ্ৰীলংকাৰ ত্ৰিদেশীয় এদিনীয় চিৰিজৰ পৰা আঁতৰাই দিয়া হ’ল ৰিয়ান পৰাগক? ৰিয়ানে কিয় হেৰুৱালে সহ-অধিনায়কৰ পদ?

June 1, 2026
PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?
জীৱনশৈলী

PNB FD-ত ৫লাখ জমা কৰিলে, ১, ৩ আৰু ৫ বছৰত কিমান টকা আয় কৰিব পাৰিব?

June 1, 2026
বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?
ক্ৰীড়া

বিগত বছৰ চেম্পিয়ন হৈ নিজকে এটা প্ৰশ্ন কৰিছো৷ লেথাৰিকৈ দুবাৰ IPLৰ ট্ৰফী জয় কৰি কি ক’লে বিৰাট কোহলীয়ে?

June 1, 2026
Next Post
দেশত পুনৰ ক’ৰোনাৰ কালৰূপ, আক্ৰান্ত ২০ লাখ

ক’ৰোনাৰ সংহাৰৰ মাজতে পুনৰ আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন