• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেশত পুনৰ ক’ৰোনাৰ কালৰূপ, আক্ৰান্ত ২০ লাখ

দেশত পুনৰ ক’ৰোনাৰ কালৰূপ, আক্ৰান্ত ২০ লাখ

6 years ago
ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

35 seconds ago
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

9 minutes ago
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

26 minutes ago
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

54 minutes ago
এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

এই ৮ ৰাশিৰ জীৱনলৈ আহিব ডাঙৰ পৰিৱৰ্তন!

2 hours ago
দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

দুলীয়াজানৰ ত্ৰিপল মাৰ্ডাৰৰ ২ অভিযুক্ত এনকাউণ্টাৰ!

3 hours ago
প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

প্ৰণৱ মুখাৰ্জীয়েই দিছিল বিজেপিত যোগদানৰ পৰামৰ্শঃ শুভেন্দু অধিকাৰী

3 hours ago
ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

ধৰ্মৰ ৰাজনীতি আৰু ৰাজনীতিৰ ধৰ্ম, ইতিহাস, অভিজ্ঞতা আৰু প্ৰত্যাহ্বান

16 hours ago
হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

হিজাব পৰিধান নকৰাকৈ কনচাৰ্ট পৰিৱেশন কৰাই কাল হ’ল ইৰাণী কণ্ঠশিল্পীৰ

17 hours ago
বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

বিধানসভাৰ উপাধ্যক্ষৰ পৰকীয়া প্ৰেমে কঁপাইছে ৰাজ্য!

17 hours ago
ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

ভয়ংকৰ, ৰহস্যঘন ঘটনা! মাতৃক হ*ত্যা পুত্ৰৰ

18 hours ago
আহি আছে এই ৪ ৰাশিৰ শুভ সময়

আহি আছে এই ৪ ৰাশিৰ শুভ সময়

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, November 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

দেশত পুনৰ ক’ৰোনাৰ কালৰূপ, আক্ৰান্ত ২০ লাখ

editor by editor
April 20, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, ভাৰত
0
দেশত পুনৰ ক’ৰোনাৰ কালৰূপ, আক্ৰান্ত ২০ লাখ
0
SHARES
128
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সমগ্ৰ দেশত পুনৰ ক’ৰোনাই কালৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ২,৫৯,১৭০ জন। বৰ্তমানলৈকে দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ  ২০,৩১,৯৭৭ গৰাকী। তদুপৰি এদিনত দেশত মৃত্যু হৈছে ১,৭৬১ গৰাকী কোভিড ৰোগীৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈকে ১,৫৪,৭৬১ গৰাকী ব্যক্তি কোভিডমুক্ত হৈছে ভাৰতত। অসমতো দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণৰ ঘটনা। সোমবাৰে অসমত ক’ৰোনাত আক্ৰান্ত হয়  ১,৩৬৭ গৰাকী ব্যক্তি। ইয়াৰে গুৱাহাটী মহানগৰীত ৪৮২ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে ক’ৰোনাৰ অৱস্থিতি। বিগত দিনটোত ৰাজ্যত মুঠ ৬৫,৪১০ গৰাকী ব্যক্তিক কোভিড পৰীক্ষণ সম্পন্ন কৰা হয়। ইয়াৰে ১৩৬৭ জন ব্যক্তিৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰ সমান্তৰালকৈ দেশত দ্ৰুতগতিত চলি আছে ভেকচিনেচন প্ৰক্ৰিয়া। ১ মে’ৰ পৰা আৰম্ভ হ’ব ১৮ ঊৰ্ধ্বৰ সকলো ব্যক্তিৰ ভেকচিনেচন প্ৰক্ৰিয়া। সম্প্ৰতি দেশত সক্ৰিয় অৱস্থাত আছে ২০ লাখ কোভিড ৰোগী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে সৰ্বাধিক কোভিড সংক্ৰমিত দেশৰ দ্বিতীয় স্থানত আছে ভাৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি
অসম

ডাঃ হাবে টেৰণৰ বিৰুদ্ধে উঠা প্ৰতাৰণাৰ অভিযোগে কঁপাইছে ৰাজ্যৰ ৰাজনীতি

November 25, 2026
পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!
অপৰাধ

পিতৃ-মাতৃয়ে জোৰকৈ জঘন্য কামত লিপ্ত কৰাইছিল নাবালিকাক!

November 25, 2026
সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল
জীৱনশৈলী

সুৰা বিপণিৰ সমুখতে হ’ব স্বাস্থ্য পৰীক্ষা! বিপণিৰ বাহিৰত থাকিব চিকিৎসকৰ দল

November 25, 2026
পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা
বিবিধ

পুষ্কৰ মেলাত ৰাজকুমাৰী ‘পিংকি’ৰ দাম উঠিল ১ কোটি টকা

November 25, 2026
Next Post
ক’ৰোনাৰ সংহাৰৰ মাজতে পুনৰ আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক

ক’ৰোনাৰ সংহাৰৰ মাজতে পুনৰ আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক

ক’ৰোনাত আক্ৰান্ত মুখ্য নিৰ্বাচনী আয়ুক্ত, নিৰ্বাচনী আয়ুক্ত

ক’ৰোনাত আক্ৰান্ত মুখ্য নিৰ্বাচনী আয়ুক্ত, নিৰ্বাচনী আয়ুক্ত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.