• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

2 years ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

39 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

1 hour ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

2 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

2 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

3 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

4 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

5 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

6 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

7 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

7 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

editor by editor
February 14, 2024
in জীৱনশৈলী
0
প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে
0
SHARES
809
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভালপোৱাৰ দিন ১৪ফেব্ৰুৱাৰী। বিশ্বজুৰি ভেলেণ্টাইন ডে’ পালন কৰা হৈছে। এই দিনটোত মনৰ মানুহ অৰ্থাৎ আপোনাৰ ভেলেণ্টাইনক উদ্দেশ্যি আপুনিও দিব পাৰে কেইটিমান ৰোমাণ্টিক মেছেজ। বছৰৰ এই দিনটো প্ৰত্যেক প্ৰেমাস্পদৰ বাবেই স্পেছিয়েল। ১৪ ফেব্ৰুৱাৰী স্মৰণীয় কৰিবৰ বাবে সকলোৱেই প্ৰয়াস কৰে। ফাগুনৰ এই উদাসী ক্ষণ প্ৰত্যেকেই উদযাপন কৰিব খোজে।

আপুনি প্ৰেয়সী বা প্ৰেমিকক কিমান ভালপায় তাৰ মাপকাঠি জুখিব নোৱাৰিলেও এই দিনটো স্মৰণীয় কৰি তুলিবলৈ প্ৰিয়জনক উদ্দেশ্যি পঠিয়াব পাৰে বিশেষ কেইটিমান মেছেজো। জানি থওক কেইটামান ৰোমাণ্টিক মেছেজ। ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা জনাওক এনেদৰে।
১) আপোনাৰ সৈতে প্ৰতিটো মুুহূৰ্তই এক সুমধুৰ সপোনৰ দৰে। এই ভাললগা আজীৱন কঢ়িয়াই থকাৰ প্ৰতিশ্ৰুতি আপোনালৈ।
২) এই দিনটো তোমাৰ সৈতে স্মৰণীয় কৰি ৰাখিব বিচাৰো। হেপ্পী ভেলেণ্টাইন ডে।
৩) তোমাক সামৰিয়েই জীৱন পথত আগুৱাব খুজিছো, এনেকৈয়ে আগবাঢ়ক আমাৰ প্ৰেমৰ গল্প।
৪) সময় ভাল নতুবা বেয়া যিয়েই নহওক দুয়ো হাতত হাত থৈয়েই আগবঢ়াৰ পৰিকল্পনা কৰিছো। হেপ্পী ভেলেণ্টাইন ডে।
৫) তোমাৰ হাঁহিয়েই মোৰ সুখৰ কাৰণ। ভেলেণ্টাইন ডে’ৰ শুভেচ্ছা তোমালৈ।
৬) তুমি সেই সূৰ্যৰ পোহৰ যি পোহৰে মোক আজীৱন পোহৰাই ৰাখিব বুলি মই বিশ্বাসী।
৭) মই কেৱল ভালপোৱাই বিচৰা নাই, বিচাৰিছো আজীৱন ধৰি ৰাখিব পৰা বন্ধুত্বৰ হাতখন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক
জীৱনশৈলী

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

July 25, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

July 25, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

July 25, 2026
Next Post
প্রথম দেখাতেই আদানীক নহ’ব বুলিয়েই কৈছিল! ভেলেণ্টাইন ডে’ৰ দিনাই জানি থওক গৌতম আদানীৰ ৱান ছাইডেড লাভ ষ্টৰী

প্রথম দেখাতেই আদানীক নহ’ব বুলিয়েই কৈছিল! ভেলেণ্টাইন ডে’ৰ দিনাই জানি থওক গৌতম আদানীৰ ৱান ছাইডেড লাভ ষ্টৰী

কুম্ভত বুধ, চাৰি ৰাশিৰ হাতলৈ ধনৰ আগমনত কোনোৱে বাধা দিব নোৱাৰিব

কুম্ভত বুধ, চাৰি ৰাশিৰ হাতলৈ ধনৰ আগমনত কোনোৱে বাধা দিব নোৱাৰিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.